• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰধানমন্ত্ৰী আৱাস যোজনা গৃহৰ নামত ধন দাবী: ঘোচ দিব নোৱাৰাৰ বাবে বঞ্চিত হিতাধিকাৰী

কাজি জেইদুল ইছলাম, বিশ্বনাথ by কাজি জেইদুল ইছলাম, বিশ্বনাথ
August 1, 2022 8:28 pm
Pradhan Mantri Awas Yojana
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্য চৰকাৰে ‘দুৰ্নীতিমুক্ত অসম’ৰ শ্ল’গান আওৰাই নিজৰ সফলতাৰ ঢাক-ঢোল কোবাই থকাৰ সময়তে নিতৌ দুৰ্নীতিৰ নানা ঘটনা পোহৰলৈ আহিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা। এইবাৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত দৰিদ্ৰ লোকক গৃহ দিয়াৰ নামত ভয়ংকৰ দুৰ্নীতি সংঘটিত হৈছে বাঘমৰাৰ জৰাবাৰী গাওঁ পঞ্চায়তত৷

উপায়ুক্তৰ নিৰ্দেশকো বুঢ়া আঙুলি দেখুৱাই দুৰ্নীতিত নামি পৰিছে বাঘমৰা খণ্ড উন্নয়ন বিষয়া। বাঘমৰা উন্নয়ন খণ্ডৰ অন্তৰ্গত জৰাবাৰী গাওঁ পঞ্চায়তত চৰকাৰী আঁচনিৰ নামত চলিছে কমিছনৰাজ৷

Apply Now

বিচৰা ধন দিব নোৱাৰাৰ বাবেই প্ৰধানমন্ত্ৰী আৱাস গৃহৰ পৰা বঞ্চিত হৈ ৰৈছে প্ৰকৃত হিতাধিকাৰী৷ মূলত: ৱাৰ্ড মেম্বাৰ আৰু পঞ্চায়ত সভাপতিৰ মইমতালিতে অঞ্চলটোত এতিয়া চলিছে পঞ্চায়তীৰাজ ব্যৱস্থা।

জানিব পৰা মতে জৰাবাৰী পঞ্চায়তৰ অন্তৰ্গত ৩ নং ৱাৰ্ডৰ বৰপামৰ ৰহমত আলী নামৰ ব্যক্তিজনে ২০১১ চনৰ লোকপিয়ল অনুসৰি ২০২০-২১ বৰ্ষৰ তালিকাত এটি প্ৰধানমন্ত্ৰী আৱাস গৃহ আৱন্টন পাইছিল৷

কিন্তু অতি পৰিতাপৰ বিষয় যে সকলো নথি-পত্ৰ থকাৰ পাছতো বঞ্চিত হৈ ৰ’ল প্ৰকৃত হিতাধিকাৰী৷ ইপিনে,গৃহটি কৰ্তন কৰি নি অন্য এজন একে নামৰ লোকক দিয়াৰ অভিযোগ তুলিছে ৰহমত আলিয়ে৷

ৰহমত আলিয়ে পঞ্চায়তৰ ৩ নং ৱাৰ্ডৰ জনৈক দুলাল নামৰ ৱাৰ্ড সদস্য গৰাকীয়ে দহ হাজাৰ টকা আৰু ২ নং ৱাৰ্ড সদস্যা গৰাকীৰ স্বামী জনৈক মহিজুলে গৃহটি দিয়াৰ বাবদ ৰহমত আলিৰ পৰা পাঁচ হাজাৰ, সৰ্বমুঠ পোন্ধৰ হাজাৰ টকা দাবী কৰা বুলি অভিযোগ উত্থাপন কৰিছে৷

ভুক্তভোগী ৰহমত আলিয়ে পঞ্চায়তত গৈ পঞ্চায়ত সভাপতি, সচিব গৰাকীৰপৰা কোনো সুদোত্তৰ নাপায় যোৱা ১৭ জুনত বিশ্বনাথৰ উপায়ুক্তক এক আবেদন যোগে অভিযোগ দাখিল কৰে৷

ইয়াৰ লগে লগে বিশ্বনাথৰ উপায়ুক্তৰ কাৰ্যালয়ৰ পৰা বাঘমৰা খণ্ড উন্নয়ন বিষয়াগৰাকীক জৰুৰীভাৱে ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে যদিও বাঘমৰা খণ্ড উন্নয়ন বিষয়াগৰাকীয়ে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণৰ পৰিৱৰ্তে ভুক্তভোগীক থানাত গোচৰ ৰুজো কৰিবলৈহে জোৰ দিয়ে৷

বাঘমৰাৰ এই পঞ্চায়তৰ দুৰ্নীতিৰ তথ্য পোহৰলৈ অহাৰ পিছত এতিয়া স্বাভাৱিকতেই এনেদৰে একাংশ পঞ্চায়ত প্ৰতিনিধি, সচিব, খণ্ড উন্নয়ন বিষয়াই ৰাজ্যত নিম্ন প্ৰশাসনত অৰাজকতা চলাই আছে নেকি বুলি প্ৰশ্ন উত্থাপন হৈছে।

কাজি জেইদুল ইছলাম, বিশ্বনাথ

কাজি জেইদুল ইছলাম, বিশ্বনাথ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২৪ ঘন্টাৰ ভিতৰত মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগ দাবী ৰাইজৰ দলৰ

২৪ ঘন্টাৰ ভিতৰত মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগ দাবী ৰাইজৰ দলৰ

September 24, 2026 8:32 pm
‘ভোট চুৰি কৰি নস্যাৎ কৰা হৈছে বিৰোধীৰ ঢৌ’, ‘দেশদ্ৰোহী’ জ্ঞানেশ কুমাৰৰ পদত্যাগ দাবী ৰাহুল গান্ধীৰ!

‘ভোট চুৰি কৰি নস্যাৎ কৰা হৈছে বিৰোধীৰ ঢৌ’, ‘দেশদ্ৰোহী’ জ্ঞানেশ কুমাৰৰ পদত্যাগ দাবী ৰাহুল গান্ধীৰ!

September 24, 2026 7:20 pm
অভিজ্ঞ চিকিৎসকৰ বয়স বাঢ়িছে, নতুনৰ সংখ্যা যথেষ্ট নহয়! অহা এক দশকত স্বাস্থ্য সংকটৰ আশংকা WHO-ৰ

অভিজ্ঞ চিকিৎসকৰ বয়স বাঢ়িছে, নতুনৰ সংখ্যা যথেষ্ট নহয়! অহা এক দশকত স্বাস্থ্য সংকটৰ আশংকা WHO-ৰ

September 24, 2026 6:24 pm
২ অক্টোবৰত পৰ্যটকৰ বাবে মুকলি হ’ব মানস ৰাষ্ট্ৰীয় উদ্যান

২ অক্টোবৰত পৰ্যটকৰ বাবে মুকলি হ’ব মানস ৰাষ্ট্ৰীয় উদ্যান

September 24, 2026 5:05 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২৪ ঘন্টাৰ ভিতৰত মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগ দাবী ৰাইজৰ দলৰ

২৪ ঘন্টাৰ ভিতৰত মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগ দাবী ৰাইজৰ দলৰ

September 24, 2026 8:32 pm
‘ভোট চুৰি কৰি নস্যাৎ কৰা হৈছে বিৰোধীৰ ঢৌ’, ‘দেশদ্ৰোহী’ জ্ঞানেশ কুমাৰৰ পদত্যাগ দাবী ৰাহুল গান্ধীৰ!

‘ভোট চুৰি কৰি নস্যাৎ কৰা হৈছে বিৰোধীৰ ঢৌ’, ‘দেশদ্ৰোহী’ জ্ঞানেশ কুমাৰৰ পদত্যাগ দাবী ৰাহুল গান্ধীৰ!

September 24, 2026 7:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd