• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ভাৰতত ক’ভিড-১৯ আক্ৰান্ত ৮৪৪৭ গৰাকীলৈ বৃদ্ধি; মৃত ২৭৩, আৰোগ্য ৭৬৪

এন ই নাও নিউজ by এন ই নাও নিউজ
April 12, 2020 11:08 pm
Coronavirus: Number of confirmed cases crosses 150 in India; Maharashtra worst hit

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

1.1k
VIEWS
Share on FacebookShare on Twitter

ভাৰতত দেওবাৰলৈকে ক’ভিড-১৯ আক্ৰান্তৰ সংখ্যা ৮,৪৪৭ গৰাকীলৈ বৃদ্ধি পাইছে। ৭৬৪ গৰাকী আৰোগ্য হৈছে, মৃত্যু হৈছে ২৭৩জনৰ।

যোৱা ২৪ ঘণ্টাত দেশত ৯০৯গৰাকী নতুন ক’ভিড-১৯ ৰোগী চিনাক্ত হৈছে, মৃত্যু হৈছে ৩৪ গৰাকীৰ।

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰ্যালয়ৰ তথ্য মতে বৰ্তমান দেশত সক্ৰিয় আছে ৭৪০৯ গৰাকী ৰোগী।

অসমত যোৱা ২৪ ঘণ্টাত কোনো নতুন ক’ভিড-১৯ আক্ৰান্ত চিনাক্ত হোৱা নাই। অসমত মুঠ ২৯জন ৰোগী চিনাক্ত হৈছে, এজনৰ মৃত্যু ঘটিছে।

অসমত চিকিৎসাধীন পাঁচগৰাকী ৰোগীৰ নমুনা নিগেটিভ ওলোৱা বুলি স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পূৰ্বে উল্লেখ কৰিছিল।

মণিপুৰৰ প্ৰথমগৰাকী ক’ভিড-১৯ ৰোগী সুস্থ হৈ উঠিছে। চিকিৎসাৰ অন্তত তেওঁক ঘৰলৈ যাবলৈ দিয়া হৈছে।

মণিপুৰত আৰু এজন ক’ভিড-১৯ ৰোগী চিকিৎসাধীন অৱস্থাত আছে।

অৰুণাচল প্ৰদেশ আৰু মিজোৰামত এগৰাকীকৈ আৰু ত্ৰিপুৰাত দুগৰাকী ক’ভিড-১৯ ৰোগী চিকিৎসাধীন হৈ আছে।

উত্তৰ-পূবৰ তিনি ৰাজ্য নাগালেণ্ড, মেঘালয় আৰু ছিকিমত এতিয়ালৈকে কোনো ক’ভিড-১৯ আক্ৰান্ত চিনাক্ত হোৱা নাই।

ভাৰতৰ ভিতৰত সৰ্বাধিক ক্ষতিগ্ৰস্ত হৈছে মহাৰাষ্ট্ৰ। ৰাজ্যখনত ১৭৬১ গৰাকী ক’ভিড-১৯ ৰোগী চিনাক্ত হৈছে। মৃত্যু হৈছে ১২৭ গৰাকীৰ, আৰোগ্য হৈছে ২০৮ গৰাকী।

মহাৰাষ্ট্ৰৰ পিছতে আছে দিল্লী (১০৬৯ ৰোগী, ১৯ৰ মৃত্যু), তামিল নাডু (৯৬৯ ৰোগী, ১০ মৃত্যু) আৰু ৰাজস্থান (৭০০ ৰোগী, ৩জনৰ মৃত্যু)।

এসময়ত ক’ভিড আক্ৰান্তৰ শীৰ্ষত থকা কেৰালাই পৰিস্থিতি যথেষ্ট নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হৈছে। ৰাজ্যখনত ৩৭৪ গৰাকী ৰোগী চিনাক্ত হৈছে, আৰোগ্য ১৪২ আৰু মৃত্যু হৈছে দুজনৰ।

বিশ্বজুৰি মাৰাত্মক কৰ’নাভাইৰাছে ১০৮,৮৬৫ গৰাকী লোকৰ প্ৰাণ লৈছে। আক্ৰান্তৰ সংখ্যাই ১.৮ নিযুত অতিক্ৰম কৰি গৈছে।

Tags: COVID-19

Recent News

তপা মূৰৰ সমাধান : জানো আহক ঘৰতে চুলি গজাব পৰা কেইটামান আয়ুৰ্বেদিক পদ্ধতি

তপা মূৰৰ সমাধান : জানো আহক ঘৰতে চুলি গজাব পৰা কেইটামান আয়ুৰ্বেদিক পদ্ধতি

কর্পৰেট লুণ্ঠনৰ স্বার্থত সাম্প্রদায়িক ৰহন সানি অসম চৰকাৰে আৰম্ভ কৰা অমানৱীয় উচ্ছেদ অভিযানৰ বিৰুদ্ধে প্ৰস্তাৱ চিপিআই(এম)ৰ

কর্পৰেট লুণ্ঠনৰ স্বার্থত সাম্প্রদায়িক ৰহন সানি অসম চৰকাৰে আৰম্ভ কৰা অমানৱীয় উচ্ছেদ অভিযানৰ বিৰুদ্ধে প্ৰস্তাৱ চিপিআই(এম)ৰ

ৰোজগাৰ মেলাৰ অধীনত ৫১,০০০ ৰো অধিক যুৱক-যুৱতীৰ মাজত নিযুক্তি পত্ৰ বিতৰণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

ৰোজগাৰ মেলাৰ অধীনত ৫১,০০০ ৰো অধিক যুৱক-যুৱতীৰ মাজত নিযুক্তি পত্ৰ বিতৰণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

স্বাধীনতা দিৱসৰ পূৰ্বে গুৱাহাটী ৰে’ল ষ্টেচনত উদ্ধাৰ মৰাণাস্ত্ৰ : এজনক গ্ৰেপ্তাৰ

স্বাধীনতা দিৱসৰ পূৰ্বে গুৱাহাটী ৰে’ল ষ্টেচনত উদ্ধাৰ মৰাণাস্ত্ৰ : এজনক গ্ৰেপ্তাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd