• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, October 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

লকডাউনৰ মাজতে ছেনিটাইজেচন ভেপ’ৰাইজাৰ বিকাশ উদ্ধৱ ভৰালীৰ

ফাৰহানা আহমেদ by ফাৰহানা আহমেদ
May 8, 2020 5:42 pm
COVID-19: Uddhab Bharali develops sanitation vaporizer concept

যন্ত্ৰটোৰ সৈতে ভৰালী।

4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উদ্ভাৱক, পদ্মশ্ৰী উদ্ধৱ ভৰালীয়ে লকডাউনৰ মাজতে বিকাশ কৰি উলিয়াইছে এক ছেনিটাইজেচন ভেপ’ৰাইজাৰ।

ক’ভিড-১৯ মহামাৰীৰ সন্ত্ৰাসৰ মাজত ভৰালীয়ে বিকাশ কৰা এই যন্ত্ৰটোৱে ছেনিটাইজেচনত সহায় কৰিব।

Apply Now

নৰ্থইষ্ট নাওৰ সৈতে কথা-বতৰাত ভৰালীয়ে জনায় যে ই ছেনিটাইজাৰ সামগ্ৰীসমূহৰ পৰা বাষ্প উলিওৱাৰ এক ধাৰণা।

এই বাষ্পই এটা বন্ধ চেম্বাৰৰ ভিতৰত কোনো ব্যক্তি বা যিকোনো সামগ্ৰী ছেনিটাইজ কৰিব।

উদ্ভাৱকজনে লকডাউনৰ মাজতে ১৫ দিনত এই যন্ত্ৰটো বিকাশ কৰি উলিয়াইছে আৰু তেজপুৰৰ প্ৰতিৰক্ষা গৱেষণা পৰীক্ষাগাৰে ইয়াক পৰীক্ষা কৰিছে।

ম’হখেদা যন্ত্ৰত জুলীয়া ছেনিটাইজাৰৰ জাৰ এটা সংযোগ কৰি এই ভেপ’ৰাইজাৰ প্ৰয়োগ কৰিব পাৰি।

“জুলীয়াকৃত এলক’হল আৰু হাইড্ৰ’জেন পেৰক্সাইডেৰে তৈয়াৰী পনীয়া ছেনিটাইজাৰখিনি ইলেকট্ৰিক প্লাগটোৱে বাষ্পীকৃত কৰিব। যি এজন ব্যক্তিক এটা বন্ধ চেম্বাৰৰ ভিতৰত ৫ মিনিটৰ ভিতৰতে ছেনিটাইজ কৰিব পাৰিব,” ভৰালীয়ে কয়।

তেওঁ লগতে কয় যে লিকুইড ছেনিটাইজাৰখিনিত মিণ্ট, মেন্থল বা চিত্ৰনলা আদি সুগন্ধি যোগ দিব পাৰি।

“সুগন্ধিয়ে এটা নিৰ্দিষ্ট ঠাই বাষ্পখিনিয়ে চুইছেগৈ নে নাই সেয়া নিশ্চিত কৰে আৰু সেয়ে সুগন্ধি যোগ দিয়াটো প্ৰয়োজনীয়,” ভৰালীয়ে কয়।

উদ্ভাৱকজনে কয় যে লখিমপুৰ জিলা ন্যায়িক কৰ্তৃপক্ষৰ পৰা পোৱা এটা অনুৰোধৰ পিছতে তেওঁ ধাৰণাটোৰ বিকাশ কৰিলে।

কৰ্তৃপক্ষটোৱে আদালতলৈ অহা লোকসকলক ছেনিটাইজ কৰাৰ বাবে এটা সঁজুলি বিচাৰি ভৰালীক অনুৰোধ কৰিছিল।

মানুহৰ উপৰি খাদ্য, শাক-পাচলি আৰু ঘৰলৈ অনা বিভিন্ন সামগ্ৰী ছেনিটাইজ কৰাৰ বাবে ভেপ’ৰাইজাৰটো ব্যৱহাৰ কৰিব পৰা যাব।

উদ্ভাৱকজনে লগতে কয় যে ঘৰ বা কাৰ্য্যালয়ত ডাঙৰ কোঠা ছেনিটাইজ কৰাৰ বাবে বহুকেইটা যন্ত্ৰ ব্যৱহাৰ কৰিব পৰা যায়।

Tags: COVID-19
ফাৰহানা আহমেদ

ফাৰহানা আহমেদ

Stay Connected

  • 117k Fans

Recent News

গুগললৈ বৃহৎ বিপৰ্যয়! সংবাদ মাধ্যমক ন্যায্য প্ৰাপ্য নিদিয়াৰ অভিযোগত পোলেণ্ডত তদন্তৰ সন্মুখীন প্ৰযুক্তি প্ৰতিষ্ঠানটো

গুগললৈ বৃহৎ বিপৰ্যয়! সংবাদ মাধ্যমক ন্যায্য প্ৰাপ্য নিদিয়াৰ অভিযোগত পোলেণ্ডত তদন্তৰ সন্মুখীন প্ৰযুক্তি প্ৰতিষ্ঠানটো

October 5, 2026 9:49 pm
নিৰ্বাচন আয়োগৰ দাবীক নস্যাৎ! ৬ নম্বৰ প্ৰ-পত্ৰৰ সালসলনিত অনুমোদন জনোৱা নাই উচ্চতম ন্যায়ালয়ে

নিৰ্বাচন আয়োগৰ দাবীক নস্যাৎ! ৬ নম্বৰ প্ৰ-পত্ৰৰ সালসলনিত অনুমোদন জনোৱা নাই উচ্চতম ন্যায়ালয়ে

October 5, 2026 8:30 pm
পোহৰৰ জৰিয়তে নিয়ন্ত্ৰণ কৰিব পাৰিব মগজুৰ স্নায়ু! যুগান্তকাৰী আৱিষ্কাৰৰ বাবে ৩ বিজ্ঞানীলৈ চিকিৎসা বিজ্ঞানৰ নোবেল

পোহৰৰ জৰিয়তে নিয়ন্ত্ৰণ কৰিব পাৰিব মগজুৰ স্নায়ু! যুগান্তকাৰী আৱিষ্কাৰৰ বাবে ৩ বিজ্ঞানীলৈ চিকিৎসা বিজ্ঞানৰ নোবেল

October 5, 2026 7:41 pm
নিৰ্বাচন আয়োগৰ ৬, ৭ আৰু ৮ নম্বৰ প্ৰ-পত্ৰক লৈ কিয় ইমান বিতৰ্ক? ন্যায়ালয়ত সন্মুখীন হ’বলগীয়া হৈছে কঠোৰ প্ৰশ্নৰ

নিৰ্বাচন আয়োগৰ ৬, ৭ আৰু ৮ নম্বৰ প্ৰ-পত্ৰক লৈ কিয় ইমান বিতৰ্ক? ন্যায়ালয়ত সন্মুখীন হ’বলগীয়া হৈছে কঠোৰ প্ৰশ্নৰ

October 5, 2026 6:13 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুগললৈ বৃহৎ বিপৰ্যয়! সংবাদ মাধ্যমক ন্যায্য প্ৰাপ্য নিদিয়াৰ অভিযোগত পোলেণ্ডত তদন্তৰ সন্মুখীন প্ৰযুক্তি প্ৰতিষ্ঠানটো

গুগললৈ বৃহৎ বিপৰ্যয়! সংবাদ মাধ্যমক ন্যায্য প্ৰাপ্য নিদিয়াৰ অভিযোগত পোলেণ্ডত তদন্তৰ সন্মুখীন প্ৰযুক্তি প্ৰতিষ্ঠানটো

October 5, 2026 9:49 pm
নিৰ্বাচন আয়োগৰ দাবীক নস্যাৎ! ৬ নম্বৰ প্ৰ-পত্ৰৰ সালসলনিত অনুমোদন জনোৱা নাই উচ্চতম ন্যায়ালয়ে

নিৰ্বাচন আয়োগৰ দাবীক নস্যাৎ! ৬ নম্বৰ প্ৰ-পত্ৰৰ সালসলনিত অনুমোদন জনোৱা নাই উচ্চতম ন্যায়ালয়ে

October 5, 2026 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd