• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ক’ভিড১৯: প্ৰাক্তন মুখ্য মন্ত্ৰী, শীৰ্ষ ৰাজনৈতিক নেতা, জ্যেষ্ঠ নাগৰিকৰ সৈতে বাৰ্তালাপ সোণোৱালৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
April 7, 2020 7:38 pm
Assam CM Sonowal

মুখ্য মন্ত্ৰী সোণোৱালৰ ফাইল ছবি।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে মঙলবাৰে প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈ, ভূমিধৰ বৰ্মন, প্ৰফুল্ল কুমাৰ মহন্ত, বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, এ আই ইউ ডি এফৰ বিধায়িনী দলৰ নেতা হাফিজ বছিৰ আহমেদ, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী বিজয়া চক্ৰবৰ্তী, কবীন্দ্ৰ পুৰকায়স্থ, ৰাজেন গোহাঁই আৰু পৱন সিং ঘাটোৱাৰ, অসম ৰাজ্যিক জ্যেষ্ঠ নাগৰিক পৰিষদৰ অধ্যক্ষ হৰেকৃষ্ণ ভৰালী আৰু সদৌ অসম মুক্তিযুঁজাৰু সন্মিলনৰ সভাপতি কৃষ্ণ লহকৰৰ সৈতে ফোনযোগে বাৰ্তালাপ কৰে।

মুখ্য মন্ত্ৰীগৰাকীয়ে অসমৰ বৰ্তমান পৰিস্থিতি আৰু কৰ’নাভাইৰাছ ৰোধৰ বাবে চৰকাৰে গ্ৰহণ কৰা পদক্ষেপ সন্দৰ্ভত ব্যক্তিসকলৰ সৈতে বাৰ্তালাপ কৰে।

Apply Now

ক’ভিড১৯ৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা পদক্ষেপ সন্দৰ্ভত মুখ্য মন্ত্ৰী সোণোৱালে তেওঁলোকক অৱগত কৰে।

ৰাজ্য চৰকাৰে সৰুসজাই ষ্টেডিয়ামত ক’ভিড১৯ ৰোগীৰ বাবে এহেজাৰ বিচনাযুক্ত কুৱাৰেণ্টাইন ব্যৱস্থা, চিকিৎসা মহাবিদ্যালয়োসমূহ সাজু কৰি তোলা, ডিব্ৰুগড়, গুৱাহাটী, লখিমপুৰ, শিলচৰ আৰু বঙাইগাঁৱত ৫খন প্ৰীফেব্ৰিকেটেড ক’ভিড১৯ চিকিৎসালয় স্থাপনৰ পৰিকল্পনা, চিকিৎসক আৰু পেৰামেডিকেল কৰ্মচাৰীক প্ৰশিক্ষণৰ ব্যৱস্থা আদি সম্পৰ্কে তেওঁলোকক অৱগত কৰে।

বৰ্তমানৰ সংকটৰ সময়ত ৰাজ্যৰ ৫৮লাখ পৰিয়ালক ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত বিনামূলীয়া চাউল বিতৰণৰ বাবে লোৱা পদক্ষেপৰ বিষয়েও মুখ্য মন্ত্ৰীয়ে তেওঁলোকক অৱগত কৰে।

বাৰ্তালাপৰ সময়ত মুখ্য মন্ত্ৰীয়ে কয় যে ৰাজ্যত ক’ভিড১৯ ৰোগী দ্ৰুতগতিত বৃদ্ধি পালেও প্ৰত্যাহ্বানৰ মুখামুখি হ’বলৈ ৰাজ্য চৰকাৰ সম্পূৰ্ণ সাজু আছে।

লকডাউনৰ সময়ত সামাজিক দূৰত্ব তথা আন নীতি-নিয়মসমূহ পালনৰ ক্ষেত্ৰত জনসচেতনতাৰ সৃষ্টিৰ উদ্যোগ গ্ৰহণ কৰিবলৈ মুখ্য মন্ত্ৰীয়ে নেতাসকলক আহ্বান জনায়।

Tags: COVID19
এন ই নাও নিউজ

এন ই নাও নিউজ

Stay Connected

  • 117k Fans

Recent News

যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

July 25, 2026 6:04 pm
কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পিছতেই দাবীসমূহ মানি ল’লে চৰকাৰে, প্ৰতিবাদ সামৰিলে চিজেপিয়ে

কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পিছতেই দাবীসমূহ মানি ল’লে চৰকাৰে, প্ৰতিবাদ সামৰিলে চিজেপিয়ে

July 25, 2026 5:55 pm
কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদৰ পৰা ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ: অসমৰ প্ৰতি থকা অৱদানক লৈ কৃতজ্ঞতা জ্ঞাপন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদৰ পৰা ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ: অসমৰ প্ৰতি থকা অৱদানক লৈ কৃতজ্ঞতা জ্ঞাপন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

July 25, 2026 5:53 pm
কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ: যুৱপ্ৰজন্মৰ জয়ত প্ৰিয়ংকা চোপ্ৰা, কমল হাছান আৰু জয়া আখতাৰৰ প্ৰতিক্ৰিয়া

কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ: যুৱপ্ৰজন্মৰ জয়ত প্ৰিয়ংকা চোপ্ৰা, কমল হাছান আৰু জয়া আখতাৰৰ প্ৰতিক্ৰিয়া

July 25, 2026 5:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

July 25, 2026 6:04 pm
কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পিছতেই দাবীসমূহ মানি ল’লে চৰকাৰে, প্ৰতিবাদ সামৰিলে চিজেপিয়ে

কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পিছতেই দাবীসমূহ মানি ল’লে চৰকাৰে, প্ৰতিবাদ সামৰিলে চিজেপিয়ে

July 25, 2026 5:55 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd