• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, February 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ভেলেন্টাইন ডে’ত প্ৰতাৰণা! কিয় ক্ৰাইম ব্ৰাঞ্চৰ জেৰাৰ সন্মুখীন হ’ল ছানি লিয়নি?

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , February 7, 2021 1:51 pm

1 min read

sunny-leone.1.312269

ছানি লিয়নি।

333
VIEWS
Share on FacebookShare on Twitter

বলীউদৰ আবেদনময়ী অভিনেত্ৰী ছানি লিয়নি এক নতুন অভিযোগৰ সন্মুখীন হৈছে। প্ৰাক্তন পৰ্ণ তাৰকা ছানিৰ ভাষ্যও ৰেকৰ্ড কৰিলে ক্ৰাইম ব্ৰাঞ্চে।

বাতৰি অনুসৰি ধন জালিয়াতিৰ অভিযোগৰ সন্মুখীন হৈছে বৰ্তমান বলীউদ অভিনেত্ৰীগৰাকী।

এটা অনুষ্ঠানৰ উদ্যোক্তাই ছানিৰ বিৰুদ্ধে ২৯ লাখ টকা ফাকি দি নিয়াৰ অভিযোগ তুলিছে। জানিব পৰা মতে, ২০১৯ চনত ভেলেন্টাইন ডে’ৰ অনুষ্ঠানত উপস্থিত থকাৰ কথা আছিল ছানি লিয়নিৰ। কিন্তু সময়ত তেওঁ সেই অনুষ্ঠানত উপস্থিত নহ’ল।

ছিয়াছ নামৰ এগৰাকী ব্যক্তিয়ে দাবী কৰা মতে অনুষ্ঠানত অহাৰ বাবে ছানিক ২৯ লাখ আগধন দিয়া হৈছিল। সেই সম্পৰ্কত ক্ৰাইম ব্ৰাঞ্চচলৈ অভিযোগ পত্ৰ প্ৰেৰণ কৰা হৈছিল।

উক্ত অভিযোগৰ ভিত্তিতে তিৰুৱন্তপুৰম জিলাৰ পোভাৰত ছানিক ক্ৰাইম ব্ৰাঞ্চৰ বিষয়াসকলে লগ কৰি তেওঁৰ ভাষ্য ৰেকৰ্ড কৰে।

অভিযোগ প্ৰমান হ’লে শাস্তিৰ সন্মুখীন হ’ব পাৰে ছানি লিয়নি।

আৰক্ষীৰ সূত্ৰৰ মতে ছানিয়ে ক্ৰাইম ব্ৰাঞ্চক জানিবলৈ দিয়ে যে অনুষ্ঠানৰ দিন বাৰ কেইবাবাৰো সলনি কৰা হৈছিল। সেয়ে, তেওঁৰ অন্যান্য কামৰ সূচীৰ সমস্যা হৈছিল।

ধনৰ লেনদেনৰ দুইপক্ষৰ হোৱাটছএপ চ্যাটো ক্ৰাইম ব্ৰাঞ্চৰ হাতত পৰিছে। ইপিনে,  ক্ৰাইম ব্ৰাঞ্চে আন শিল্পীসকলৰ সৈতেও যোগাযোগ কৰাৰ পৰিকল্পনা কৰিছে।

Recent News

IMG-20210228-WA0001(1)

জাহাজৰ প্ৰতীক চিহ্নৰে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব অসম জাতীয় পৰিষদে

IMG_20210227_200752

নগাঁও জিলাৰ ৭টা বিধান সভা সমষ্টিত ১৯০০টা ভোটগ্ৰহণ কেন্দ্ৰত ভোটাৰে কৰিব ভোটদান

bomb-750x375

মুকেশ আম্বানীৰ ঘৰৰ সন্মুখত বিস্ফোৰক ভৰ্তি বাহন ৰখাৰ দায়িত্ব স্বীকাৰ কৰিলে জইছ-উল-হিন্দে

a cov123

ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত কোভিড ভেকচিনৰ দাম কিমান হ’ব? নিৰ্দ্ধাৰণ কৰি দিলে কেন্দ্ৰই

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd