• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

শোণিতপুৰৰ ঠেলামৰাত ডিচিৰ গাড়ীত আক্ৰমণ, সান্ধ্য আইন জাৰি

এন ই নাও নিউজ by এন ই নাও নিউজ
August 5, 2020 11:10 pm
1.6k
VIEWS
Share on FacebookShare on Twitter

ৰাম মন্দিৰৰ ভূমি পূজনৰ উপলক্ষত বাহিৰ কৰা এক সমদলৰ ওপৰত হোৱা আক্ৰমণৰ ঘটনাৰ পিছতে উত্তপ্ত হৈ থকা শোণিতপুৰৰ ঠেলামৰা আৰু ঢেকীয়াজুলি আৰক্ষী থানা এলেকাত সান্ধ্য আইন জাৰি কৰা হৈছে।

জিলা দণ্ডাধীশ মানবেন্দ্ৰ প্ৰতাপ সিঙে ৫ আগষ্টৰ সন্ধিয়া ১০ বজাৰ পৰা পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্য্যন্ত সান্ধ্য আইন জাৰি কৰিছে।

ইফালে ঠেলামৰা আৰক্ষী থানা এলেকাৰ গৰুডুবাত সন্ধিয়া এক সংঘৰ্ষত জিলা উপায়ুক্তৰ গাড্ৰী ক্ষতিগ্ৰস্ত হৈছে।

উপায়ুক্ত সিঙে সংবাদ মাধ্যমক জনোৱা মতে পৰিস্থিতি বৰ্তমান নিয়ন্ত্ৰণত আছে।

বজৰং দল, ৰামসেনা আৰু বিশ্ব হিন্দু পৰিষদে ৰাম মন্দিৰৰ ভূমি পূজন উপলক্ষে উলিওৱা বাইক সমদলৰ ওপৰত ঠেলামৰা-চুটিপাহাৰ (ভৰা শিঙৰী) এলেকাত একাংশ লোকে আক্ৰমণ কৰিছিল।

অতিৰিক্ত আৰক্ষী অধীক্ষক (HQ) নুমল মাহাতোৱে জনোৱা মতে লোকসকলক আঁতৰাই পঠাবলৈ শূন্যলৈ ১০ ৰাউণ্ড গুলী চলাব লগা হৈছিল।

ঘটনাটোত কমেও ১২গৰাকী লোক আঘাতপ্ৰাপ্ত হৈছিল।

আক্ৰমণকাৰী লোকসকলৰ হাতত বহুকেইগৰাকী সমদলকাৰী গুৰুৰত ভাৱে আঘাতপ্ৰাপ্ত হয়।

অঞ্চলটোৰ হৰগৌৰী মন্দিৰত অনুষ্ঠিত হৈছিল ৰাম মন্দিৰৰ ভূমি পূজন উপলক্ষে বিশেষ অনুষ্ঠান।
এটা বিশেষ সম্প্ৰদায়ৰ লোকে সমদলৰ বহুকেইখন বাইক আৰু এখন টাটা মেজিক জ্বলাই দিয়াৰ উপৰিও আবদ্ধ কৰি ৰাখে মন্দিৰটোৰ পুজাৰীসহ সমদলকাৰী কেইজনমান সদস্যক।

পিছত ঘটনাস্থলীত উপস্থিত হোৱা আৰক্ষীৰ দলে লোককেইজনক মুকলি কৰি আনে।

জিলা উপায়ুক্তই সকলো পক্ষকে শান্তি আৰু সাম্প্ৰদায়িক সম্প্ৰীতি বজাই চলিবলৈ আহ্বান জনাইছে।

Recent News

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

অসমত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ: GMCH-ত ১৩ জন ৰোগীৰ মৃত্যু

অসমত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ: GMCH-ত ১৩ জন ৰোগীৰ মৃত্যু

ইজৰাইলৰ বিৰুদ্ধে ডিজিটেল প্ৰতিবাদত যোগদানৰ আহ্বান চিপিআই(এম)ৰ

ইজৰাইলৰ বিৰুদ্ধে ডিজিটেল প্ৰতিবাদত যোগদানৰ আহ্বান চিপিআই(এম)ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd