• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আইপিএল-২০২২: ৰোহিতৰ মুম্বাইক ৪ উইকেটত হৰুৱাই বিজয় যাত্ৰা ঋষভৰ দিল্লীৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 28, 2022 11:47 am
Delhi capitals vs Mumbai
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মুম্বাইৰ আছে বাচিল থাম্পি, দিল্লীয়ে পাইছে কুলদীপ যাদৱ। মুম্বাইৰ যদি ঈশান কিষান আছে দিল্লীৰ আছে ললিত যাদব। ৰোহিত শৰ্মাৰ মুম্বাই ইণ্ডিয়ানছক এনে এক বাৰ্তা দিয়েই আইপিএল-২০২২ৰ বিজয় যাত্ৰা আৰম্ভ কৰিলে ঋষভ পন্টৰ দিল্লী কেপিটেলছে।

বেটে-বলে দমনীয় প্ৰদৰ্শন দাঙি ধৰি চাৰিবাৰৰ আইপিএল চেম্পিয়ন মুম্বাই ইণ্ডিয়ানছক ৪ উইকেটত হৰুৱালে দিল্লী কেপিটেলছে।

দেওবাৰে ঋষভৰ নেতৃত্বত প্ৰবল আত্মবিশ্বাসী ৰূপত খেলপথাৰত নামি দিল্লীয়ে ৰোহিত বাহিনীক একপ্ৰকাৰ সতৰ্ক কৰি দিলে যে এইবাৰ তেওঁলোক কোনোগুণে কম নহয়।

Apply Now

লগতে পঢ়ক: অথলে গ’ল ডুপ্লেচি-কোহলিৰ দুৰ্দান্ত প্ৰদৰ্শন; বিশাল ৰাণৰ লক্ষ্য অনুসৰণ কৰি পঞ্জাৱৰ বিৰাট জয়

মুম্বাইৰ ইনিংছত ৰোহিতক ৪১ ৰাণত আউট কৰাৰ উপৰি অমলপ্ৰীত আৰু পোলাৰ্ডৰ উইকেটো দখল কৰে। অৱশ্যে দিল্লীৰ পেচ আৰু স্পীন আক্ৰমণ চম্ভালি মুম্বাইক প্ৰায় অকলেই এক শক্তিশালী স্থানত উপনীত কৰায়। ঈশানে অপৰাজিত ৮১ৰাণ কৰে।

এইবাৰ মুম্বাইৰ বাবে বেটিং নহয়, বলিংহে চিন্তাৰ কাৰণ হৈ ধৰা দিছে। যশপ্ৰীত বুমৰাহ আছে যদিও এইবাৰ ট্ৰেন্ট ব’ল্ট নাই। অৱশ্যে সেই অভাৱ বহু পৰিমানে পূৰণ কৰিলে ২৮ বছৰীয়া ভাৰতীয় পেচাৰ বাচিল থাম্পি। মেচখনত দুৰ্দান্ত প্ৰদৰ্শন আগবঢ়াই বাচিলে দিল্লীৰ তিনিটাকৈ উইকেট দখল কৰে। কিন্তু সেই সকলোবোৰ মুম্বাইৰ বাবে যথেষ্ট নহ’ল।

লগতে পঢ়ক:অস্কাৰৰ মঞ্চত অঘটন! ক্ৰিছ ৰকৰ গালত প্ৰচণ্ড চৰ উইল স্মিথৰ

দিল্লীৰ ললিত যাদবৰ দুৰ্দান্ত বেটিঙৰ সহায়ত বিজয় লক্ষ্যত উপনীত হ’বলৈ সক্ষম হয়।  অ’পেনাৰ পৃথ্বী শ্ব’ই ৩৮ৰাণ আৰু অক্ষৰ পেটেলে অপৰাজিত ৩৮ৰাণ কৰিলে যদিও ঋষভ পন্ট ব্যৰ্থ হয়। মাত্ৰ ১ৰাণ কৰিয়েই তেওঁ পেভলিয়নমুখী হয়।

সংক্ষিপ্ত স্ক’ৰ:  

মুম্বই ইণ্ডিয়ানছ: ১৭৭/৫ (ৰোহিত-৪১, ঈশান-৮১*, কুলদীপ- ১৮/৩)
দিল্লী কেপিটেলছ: ১৭৯/৬ (ললিত যাদব-৪৮* বাচিল-৩৫/৩)
দিল্লী কেপিটেলছ ৪ উইকেটত জয়ী।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

“যি মতাদৰ্শই নাৰীৰ মুখ ঢাকিব বিচাৰে…” সংসদত বোৰ্খা পিন্ধাক লৈ তসলিমা নাচৰিনৰ বিস্ফোৰক মন্তব্য

“যি মতাদৰ্শই নাৰীৰ মুখ ঢাকিব বিচাৰে…” সংসদত বোৰ্খা পিন্ধাক লৈ তসলিমা নাচৰিনৰ বিস্ফোৰক মন্তব্য

June 22, 2026 9:39 pm
আইপিএলত ডাঙৰ চমক: ৰাজস্থানৰ নতুন অধিনায়ক হ’ব নেকি হাৰ্দিক পাণ্ডিয়া? মুম্বাইলৈ যাব পাৰে যশস্বী জয়চোৱাল

আইপিএলত ডাঙৰ চমক: ৰাজস্থানৰ নতুন অধিনায়ক হ’ব নেকি হাৰ্দিক পাণ্ডিয়া? মুম্বাইলৈ যাব পাৰে যশস্বী জয়চোৱাল

June 22, 2026 9:33 pm
ডিমা হাচাও : খুলি দিয়া হ’ল খাণ্ডং বান্ধৰ সাতখন গেট : কপিলী নদীৰ পাৰৰ ৰাইজৰ বাবে সতৰ্কবাণী প্ৰশাসনৰ

ডিমা হাচাও : খুলি দিয়া হ’ল খাণ্ডং বান্ধৰ সাতখন গেট : কপিলী নদীৰ পাৰৰ ৰাইজৰ বাবে সতৰ্কবাণী প্ৰশাসনৰ

June 22, 2026 9:22 pm
ন্যায়াধীশসকলৰ লণ্ডন ভ্ৰমণৰ মিছা খবৰ সামাজিক মাধ্যমৰ পৰা আঁতৰাবলৈ দিল্লী উচ্চ ন্যায়ালয়ৰ কঠোৰ নিৰ্দেশ

ন্যায়াধীশসকলৰ লণ্ডন ভ্ৰমণৰ মিছা খবৰ সামাজিক মাধ্যমৰ পৰা আঁতৰাবলৈ দিল্লী উচ্চ ন্যায়ালয়ৰ কঠোৰ নিৰ্দেশ

June 22, 2026 9:16 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

“যি মতাদৰ্শই নাৰীৰ মুখ ঢাকিব বিচাৰে…” সংসদত বোৰ্খা পিন্ধাক লৈ তসলিমা নাচৰিনৰ বিস্ফোৰক মন্তব্য

“যি মতাদৰ্শই নাৰীৰ মুখ ঢাকিব বিচাৰে…” সংসদত বোৰ্খা পিন্ধাক লৈ তসলিমা নাচৰিনৰ বিস্ফোৰক মন্তব্য

June 22, 2026 9:39 pm
আইপিএলত ডাঙৰ চমক: ৰাজস্থানৰ নতুন অধিনায়ক হ’ব নেকি হাৰ্দিক পাণ্ডিয়া? মুম্বাইলৈ যাব পাৰে যশস্বী জয়চোৱাল

আইপিএলত ডাঙৰ চমক: ৰাজস্থানৰ নতুন অধিনায়ক হ’ব নেকি হাৰ্দিক পাণ্ডিয়া? মুম্বাইলৈ যাব পাৰে যশস্বী জয়চোৱাল

June 22, 2026 9:33 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd