• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সাংবাদিকৰ পিছত এইবাৰ সীতাৰাম য়েচুৰীৰ চৰকাৰী বাসগৃহতো দিল্লী আৰক্ষীৰ তালাচী

এন ই নাও  নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
October 3, 2023 3:04 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নিউজ ৱেবছাইট নিউজক্লিকৰ চীনৰ অনুদানৰ গোচৰত এইবাৰ দিল্লী আৰক্ষীৰ দৃষ্টি চিপিএমৰ সাধাৰণ সম্পাদক সীতাৰাম য়েচুৰীৰ ওপৰত? মঙলবাৰে   নিউজক্লিকৰ ১২জন সাংবাদিকৰ ঘৰত তালাচী চলোৱাৰ দৰেই দিল্লী আৰক্ষীয়ে চিপিএমৰ সাধাৰণ সম্পাদক য়েচুৰীৰ চৰকাৰী বাসগৃহত তালাচী চলায়।

স্বীকৃতিপ্ৰাপ্ত ৰাষ্ট্ৰীয় দলৰ সাধাৰণ সম্পাদক হিচাপে সীতাৰাম য়েচুৰীৰ নামত দিল্লীত এটা ঘৰ আবণ্টন দিয়া হৈছে। অৱশ্যে য়েচুৰীয়ে নিজেই তাত নাথাকে। সেই ঘৰতে সদৌ ভাৰত কৃষক সভাৰ কার্যালয়৷ কৃষক সভা আৰু দলীয় কেন্দ্ৰীয় সমিতিৰ কাৰ্যালয়ৰ দুই এজন কৰ্মীয়ে পৰিয়ালসহ তাতে বাস কৰে।

উক্ত কৰ্মচাৰীসকলৰ মাজৰ এজনৰ পুত্ৰই নিউজক্লিকত গ্রাফিক ডিজাইনাৰ হিচাপে কাম কৰে। জানিব পৰা মতে, নিউজক্লিকৰ কৰ্মচাৰীজনৰ লেপটপ আৰু মোবাইল ফোন জব্দ কৰিবলৈ দিল্লী আৰক্ষীয়ে তালাচী চলাইছিল।

Apply Now

লগতে পঢ়কঃ নিৰ্ভীক আৰু স্বতন্ত্ৰ সাংবাদিকৰ ঘৰে ঘৰে অভিযান দিল্লী আৰক্ষীৰ, বাদ নপৰিল ৰাজনৈতিক ব্যংগকাৰ, সামাজিক কৰ্মীও

উল্লেখ্য যে চীনৰ বিনিয়োগ অবৈধভাৱে গ্ৰহণ কৰাৰ অভিযোগত নিউজ ৱেবছাইট নিউজক্লিকৰ বিৰুদ্ধে UAPA ধাৰাৰ অধীনত দিল্লী আৰক্ষীয়ে গোচৰ তৰিছে। সেই অভিযোগৰ ভিত্তিত মঙলবাৰে পুৱা দিল্লী আৰক্ষীৰ এটা বিশেষ দলে সংবাদ মাধ্যমৰ সৈতে জড়িত প্ৰায় ১২ জন সাংবাদিকৰ ঘৰত অভিযান চলায়। এতিয়ালৈকে কোনো লোকক গ্ৰেপ্তাৰ কৰা হোৱা নাই। অৱশ্যে সাংবাদিককেইজনক সোধা-পোছাৰ বাবে থানালৈ লৈ যোৱা হয়।

প্ৰসংগক্ৰমে যোৱা আগষ্ট মাহত নিউজক্লিকৰ অন্যতম মালিক নেভিল সিংহমৰ বিৰুদ্ধে চীনৰ প্ৰপাগাণ্ডা চলোৱাৰ অভিযোগ উত্থাপন হৈছিল। ইয়াৰ পিছত নিউজক্লিকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হয়।

বাতৰি অনুসৰি, মঙলবাৰে দিল্লী আৰক্ষীৰ বিশেষ দলে সেই গোচৰৰ সাংবাদিকৰ ঘৰত তালাচী চলায়। নিউজক্লিকৰ সৈতে জড়িত এজন সাংবাদিকৰ সূত্ৰৰ ভিত্তিত চিপিএমৰ সাধাৰণ সম্পাদকৰ ঘৰলৈ গৈছিল দিল্লী আৰক্ষী।

লগতে পঢ়কঃ ঔষধৰ অভাৱ! চৰকাৰী চিকিৎসালয়ত ২৪ ঘন্টাত ১২ টি নৱজাতককে ধৰি ২৪ জনৰ মৃত্যু

য়েচুৰীয়ে দাবী কৰে যে কোনো এফআইআৰ দেখুওৱা হোৱা নাই। কোনো গোচৰৰ তদন্ত তালাচী সেয়া জনোৱা হোৱা নাই। যদি এনেদৰে সংবাদ মাধ্যমৰ কণ্ঠৰোধ কৰাৰ চেষ্টা কৰা হয়, তেন্তে তাৰ প্ৰতিবাদ হ’ব। 

এন ই নাও  নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd