• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দিখৌত সন্ধানহীন পৰিয়ালটোৰ উদ্ধাৰ অভিযানত নামিল নৌসেনাৰ ডুবাৰু

আছিফ ইব্ৰাহীম by আছিফ ইব্ৰাহীম
September 4, 2018 1:20 pm
Dikhow-570x320
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শিৱসাগৰৰ দিখৌত ৩ দিন পূৰ্বে নিখোঁজ হোৱা ৫জনীয়া পৰিয়ালটোৰ আজিও সন্ধান উলিয়াব পৰা নাই উদ্ধাৰকাৰী দলসমূহে। শনিবাৰে পৰিয়ালটোৱে এখন মাৰুতী ছুজুকী ডি’জায়াৰৰ সৈতে দিখৌত ডুবি গৈছিল।

উল্লেখ্য যে গভীৰত ডুব দিব পৰা ভাৰতীয় নৌসেনাৰ এটা ১০ জনীয়া ডুবাৰুৰ দল বিশাখাপট্টনমৰ পৰা আহি বিমানযোগে দিখৌমুখ আহি পাইছেহি আৰু ভাৰতীয় সেনাৰ পাৰা কামাণ্ডো, ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰতিক্ৰিয়া বাহিনী (NDRF)  আৰু ৰাজ্যিক দুৰ্যোগ প্ৰতিক্ৰিয়া বিভাগৰ (SDRF)  গোটসমূহৰ সৈতে উদ্ধাৰ অভিযানত চামিল হৈছেহি।

Apply Now

ভাৰতীয় নৌসেনাৰ ডীপ ডাইভাৰ্ছ দলটোৰ সহযোগত আজি পুৱাৰে পৰা উদ্ধাৰ অভিযান আৰম্ভ কৰা হৈছে।

আজি মুঠ ৪৭ গৰাকী ডুবাৰুৱে উদ্ধাৰ অভিযানত অংশগ্ৰহণ কৰিছে।

dikhow-1-300x225

ইয়াতে ভাৰতীয় সেনাৰ পাৰা কামাণ্ডো, ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰতিক্ৰিয়া বাহিনীৰ ৯গৰাকী ডিব্ৰুগড়, শিৱসাগৰ আৰু যোৰহাট ৰাজ্যিক দুৰ্যোগ প্ৰতিক্ৰিয়া বিভাগৰ ৪গৰাকীকৈ, গেলাঘাট ৰাজ্যিক দুৰ্যোগ প্ৰতিক্ৰিয়া বিভাগৰ ৩গৰাকী, গুৱাহাটী ৰাজ্যিক দুৰ্যোগ প্ৰতিক্ৰিয়া বিভাগৰ ৫গৰাকী, ১০ গৰাকী সেনাবাহিনীৰ পাৰা কামাণ্ডো ডুবাৰু   আৰু ভাৰতীয় নৌসেনাৰ বিশেষ ৮গৰাকী ডুবাৰু আছে।

আজিৰ উদ্ধাৰ অভিযানত ১৪খন নাও ব্যৱহাৰ কৰা হৈছে।

ইয়াতে ভাৰতীয় সেনাৰ ২১পাৰা কামাণ্ডোৰ ১খন, ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰতিক্ৰিয়া বাহিনীৰ ৩খন, ডিব্ৰুগড় আৰু শিৱসাগৰ ৰাজ্যিক দুৰ্যোগ প্ৰতিক্ৰিয়া বিভাগৰ ১খনকৈ, যোৰহাট আৰু গোলাঘাট ৰাজ্যিক দুৰ্যোগ প্ৰতিক্ৰিয়া বিভাগৰ দুখনকৈ আৰু ভাৰতীয় নৌসেনাৰ বিশেষঈকৃত নাও আৰু আন দুখন নাও আভ্যন্তৰীণ জলপৰিবহণ বিভাগৰ।

এই উদ্ধাৰ অভিযানত মুঠ ১২৮গৰাকী বিষয়া নিয়োজিত হৈ আছে।

dikhow-2-300x225

উদ্ধাৰ অভিযানটোত ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰতিক্ৰিয়া বাহিনীৰ ৪২জন, ৭ জন ডিব্ৰুগড় ৰাজ্যিক দুৰ্যোগ প্ৰতিক্ৰিয়া বিভাগৰ, ১১ জন শিৱসাগৰ ৰাজ্যিক দুৰ্যোগ প্ৰতিক্ৰিয়া বিভাগৰ, ৬ জন যোৰহাট ৰাজ্যিক দুৰ্যোগ প্ৰতিক্ৰিয়া বিভাগৰ, ৭ জন গোলাঘাট ৰাজ্যিক দুৰ্যোগ প্ৰতিক্ৰিয়া বিভাগৰ, ১৪জন গুৱাহাটী ৰাজ্যিক দুৰ্যোগ প্ৰতিক্ৰিয়া বিভাগৰ, ১৪ জন পাৰা কামাণ্ডো, ১০জন নৌসেনাৰ লোক, ৭ জন চিভিল ডিফেন্স আৰু ২০জন ৰাজ্যিক আভ্যন্তৰীণ জলপৰিবহণ বিভাগৰ লোক।

আনহাতে দিখৌৰ পানী অহৰহ বাঢ়ি আছে আৰু নদীখনৰ অন্তঃস্ৰোতে উদ্ধাৰ অভিযান আৰু কঠিন কৰি তুলিছে।

অৱশ্যে  শনিবাৰে আবেলি শিৱসাগৰৰ দিখৌমুখ এলেকাৰ অন্তৰ্গত ডিচিয়াল গাঁৱত মাৰুতী ছুইফট ডি’জায়াৰখনেৰে সৈতে দিখৌত নিমজ্জিত হোৱা হৰেন বৰাৰ ৫জনীয়া পৰিয়ালটোৰ এতিয়ালৈকে কোনো সন্ধান লাভ কৰিব পৰা নাই।

আছিফ ইব্ৰাহীম

আছিফ ইব্ৰাহীম

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

July 10, 2026 6:10 pm
উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

July 10, 2026 5:29 pm
মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

July 10, 2026 4:56 pm
প্ৰথমে এগৰাকী নিপুণ মাতৃ হওক তাৰ পিছত আইএএছ-ৰ সপোন দেখক: উত্তৰ প্ৰদেশৰ ৰাজ্যপালৰ পৰামৰ্শ

প্ৰথমে এগৰাকী নিপুণ মাতৃ হওক তাৰ পিছত আইএএছ-ৰ সপোন দেখক: উত্তৰ প্ৰদেশৰ ৰাজ্যপালৰ পৰামৰ্শ

July 10, 2026 4:06 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

July 10, 2026 6:10 pm
উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

July 10, 2026 5:29 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd