• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আকাশলংঘী মূল্যবৃদ্ধিৰ মাজতে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে কালীপূজা আৰু দীপান্বিতাৰ ব্যাপক প্ৰস্তুতি

চাপৰ, বিলাসীপাৰা,বহলপুৰ আদি ঠাইতো প্ৰস্তুতি তুংগত

তিলক চন্দ্ৰ প্ৰসাদ, চাপৰ by তিলক চন্দ্ৰ প্ৰসাদ, চাপৰ
October 21, 2022 7:07 pm
ফাইল ফটো

ফাইল ফটো

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যজুৰি এতিয়া কালীপূজা আৰু দীপান্বিতাৰ ব্যাপক প্ৰস্তুতি চলিছে। ৰাজ্যৰ বিভিন্ন স্থানত থকা কালী মন্দিৰসমূহত কালী পূজাৰ সকলো প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তোলা হৈছে। প্ৰশাসনে এইবাৰো উচ্চ প্ৰাবল্যৰ ফটকা ফুটোৱাত নিষেধাজ্ঞা জাৰি কৰিছে যদিও কম প্ৰাবল্যৰ ফটকা আৰু আলোকসজ্জাৰেই ৰাজ্যবাসীয়ে দীপান্বিতা উদযাপনৰ বাবে সাজু হৈছে। দীপান্বিতাৰ আগে আগে অনুষ্ঠিত হোৱা ধনতেৰাছৰ বাবেও গহণাৰ দোকানসমূহত গ্ৰাহকৰ ভিৰ পৰিলক্ষিত হৈছে।

উল্লেখ্য কাইলৈ অৰ্থাৎ ২২ অক্টোৱৰত ধনতেৰাছ। ইপিনে ধুবুৰী জিলাৰ গাওঁ তথা চহৰৰ লগতে বিলাসীপাৰা, সাপটগ্ৰাম, শালকোচা, চাপৰ, বহলপুৰ, চৈবাৰী আদি অঞ্চলত বিভিন্ন মন্দিৰত শ্যামা পূজাৰ ব্যাপক প্ৰস্তুতি চালিছে। চাপৰ চহৰৰ দক্ষিণেশ্বৰী কালি মন্দিৰ,কালীবাৰী, দুৰ্গাবাৰী,হিন্দু কাজীপাৰা, বহলপুৰৰ তটপাৰা, ইছলামাৰী কালী মন্দিৰকে ধৰি কেবা ঠাইতো পূজা জাকজমকতাৰে পালন কৰা হব বুলি জানিব পৰা গৈছে।

Apply Now

পূজাৰ লগতে মন্দিৰ তথা ঘৰে ঘৰে পোহৰৰ উৎসৱ দীপান্বিতা উলহ মালহৰে পালনৰ উৎসাহ দেখা পোৱা গৈছে। ইয়াৰ মাজতে বিভিন্ন খাদ্য তথা নিত্য প্ৰয়োজনীয় সামগ্ৰীৰকে ধৰি তেলৰ মূল্য বৃদ্ধি হৈছে। পূৰ্বৰ তুলনাত হয়তো বহুতে তেলৰ চাকি – বন্তি প্ৰজ্বলন কমকৈ কৰিব বুলি বহুতে মন্তব্য কৰিছে।বজাৰত বিদেশী টুনি বাল্বৰ ব্যাপক প্ৰচলন দেখা গৈছে। ৰাইজলৈ সচেতন মহলে স্থানীয় মৃৎশিল্পী সকলে প্ৰস্তুত কৰা মাটিৰ চাকি ক্ৰয় কৰি ব্যৱহাৰ কৰিবলৈ আহ্বান জনাইছে।

বজাৰত চৰা দামত বিভিন্ন ধৰণৰ ফটকা বিক্ৰী হৈ আছে । অসম সাহিত্য সভাৰ পত্ৰিকা সম্পাদক উপেন্দ্ৰজিত শৰ্মা, বিধায়ক ছামচুল হুদা, এম চি এল এ ডণেশ্বৰ গয়াৰী , ডাঃ অতনু বসুমতাৰী, ডাঃ সুশান্ত ভট্টাচাৰ্য্য
প্ৰসিদ্ধ বাঁহী বাদক প্ৰবীণ কুমাৰ বৈশ্য, নবীন আগৰৱাল আদিয়ে দীপান্বিতা উপলক্ষে অঞ্চলটোৰ ৰাইজ লৈ শুভেচ্ছা জ্ঞাপন কৰিছে।

তিলক চন্দ্ৰ প্ৰসাদ, চাপৰ

তিলক চন্দ্ৰ প্ৰসাদ, চাপৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২৪ ঘন্টাৰ ভিতৰত মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগ দাবী ৰাইজৰ দলৰ

২৪ ঘন্টাৰ ভিতৰত মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগ দাবী ৰাইজৰ দলৰ

September 24, 2026 8:32 pm
‘ভোট চুৰি কৰি নস্যাৎ কৰা হৈছে বিৰোধীৰ ঢৌ’, ‘দেশদ্ৰোহী’ জ্ঞানেশ কুমাৰৰ পদত্যাগ দাবী ৰাহুল গান্ধীৰ!

‘ভোট চুৰি কৰি নস্যাৎ কৰা হৈছে বিৰোধীৰ ঢৌ’, ‘দেশদ্ৰোহী’ জ্ঞানেশ কুমাৰৰ পদত্যাগ দাবী ৰাহুল গান্ধীৰ!

September 24, 2026 7:20 pm
অভিজ্ঞ চিকিৎসকৰ বয়স বাঢ়িছে, নতুনৰ সংখ্যা যথেষ্ট নহয়! অহা এক দশকত স্বাস্থ্য সংকটৰ আশংকা WHO-ৰ

অভিজ্ঞ চিকিৎসকৰ বয়স বাঢ়িছে, নতুনৰ সংখ্যা যথেষ্ট নহয়! অহা এক দশকত স্বাস্থ্য সংকটৰ আশংকা WHO-ৰ

September 24, 2026 6:24 pm
২ অক্টোবৰত পৰ্যটকৰ বাবে মুকলি হ’ব মানস ৰাষ্ট্ৰীয় উদ্যান

২ অক্টোবৰত পৰ্যটকৰ বাবে মুকলি হ’ব মানস ৰাষ্ট্ৰীয় উদ্যান

September 24, 2026 5:05 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২৪ ঘন্টাৰ ভিতৰত মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগ দাবী ৰাইজৰ দলৰ

২৪ ঘন্টাৰ ভিতৰত মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগ দাবী ৰাইজৰ দলৰ

September 24, 2026 8:32 pm
‘ভোট চুৰি কৰি নস্যাৎ কৰা হৈছে বিৰোধীৰ ঢৌ’, ‘দেশদ্ৰোহী’ জ্ঞানেশ কুমাৰৰ পদত্যাগ দাবী ৰাহুল গান্ধীৰ!

‘ভোট চুৰি কৰি নস্যাৎ কৰা হৈছে বিৰোধীৰ ঢৌ’, ‘দেশদ্ৰোহী’ জ্ঞানেশ কুমাৰৰ পদত্যাগ দাবী ৰাহুল গান্ধীৰ!

September 24, 2026 7:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd