• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, March 6, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বিত্তীয় খেলিমেলি; ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্যক নিলম্বন

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , February 11, 2021 3:12 pm

1 min read

বিত্তীয় খেলিমেলি; ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্যক নিলম্বন
149
VIEWS
Share on FacebookShare on Twitter

ডিব্ৰুগড় বিশ্ববিদ্যালয়ত সংঘটিত হোৱা বিত্তীয় খেলিমেলিৰ অভিযোগৰ তদন্তৰ বাবে ৰাজ্যপাল জগদীশ মুখীয়ে গঠন কৰি দিয়া ফেক্ট ফাইণ্ডিং কমিটিৰ প্ৰতিবেদনৰ পাছতে নিলম্বন কৰা হৈছে বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য্য ৰঞ্জিত তামুলীক।

ৰাজ্যপাল জগদীশ মুখীয়ে ৰঞ্জিত তামুলীক নিলম্বনৰ নিৰ্দেশ দিয়ে।

উল্লেখযোগ্য যে, ডিব্ৰুগড় বিশ্ববিদ্যালয়ত বিত্তীয় অনিয়মৰ অভিযোগ উত্থাপন কৰি বিশ্ববিদ্যালয় আছু গোটৰ লগতে বিভিন্ন দল-সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰি আহিছিল।

বিভিন্ন দল-সংগঠনৰ প্ৰতিবাদৰ পাছতে ৰাজ্যপাল জগদীশ মুখীয়ে বিত্তীয় অনিয়ম সন্দৰ্ভত তদন্তৰ বাবে এখন কমিটি গঠন কৰি দি প্ৰতিবেদন দাখিলৰ বাবে নিৰ্দেশ দিছিল।

তদন্ত কমিটিৰ প্ৰতিবেদনত উপাচাৰ্য্যগৰাকী বিত্তীয় খেলিমেলিত জড়িত থকাৰ তথ্য প্ৰকাশ পাইছিল আৰু ইয়াৰ পাছতে তাৎক্ষণিকভাৱে উপাচাৰ্য্য ৰঞ্জিত তামুলীক নিলম্বনৰ নিৰ্দেশ দিয়া হয়।

ৰঞ্জিত তামুলীৰ ঠাইত আৰ এন এছ যাদৱক ভাৰপ্ৰাপ্ত উপাচাৰ্য্য হিচাপে নিযুক্তি দিয়া হৈছে।

Recent News

IMG-20210306-WA0000

বোকাখাতত বন বিভাগৰ অভিযান: চোৰাং কাঠসহ দুখন পিক আপ ভান জব্দ

WhatsApp Image 2021-03-06 at 12.01.05 PM

বিজেপিক উৎখাতৰ স্বাৰ্থত সৰ্বোচ্চ ত্যাগ কৰিবলৈ সাজু হৈছে ৰাইজৰ দল

cat-flight

মেকুৰীৰ আক্ৰমণৰ বাবে জৰুৰীকালীনভাৱে বিমান অৱতৰণ কৰিবলৈ বাধ্য হ’ল পাইলট

rishabh pant century 3

বিশ্বৰ দ্বিতীয় গৰাকী উইকেটকীপাৰ হিচাপে অভিলেখ গঢ়ি গিলখ্ৰীষ্টক স্পৰ্শ কৰিলে ঋষভ পন্টে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd