• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কেন্দ্রীয় কৰ্মচাৰীৰ মৰগীয়া বানচ কৰ্তন একেবাৰে অনাৱশ্যকীয় সিদ্ধান্ত: ড০ মনমোহন সিং

NE NOW NEWS এন ই নাও নিউজ
নতুন দিল্লী , April 25, 2020 3:35 pm

1 min read

Former PM Manmohan Singh admitted to AIIMS, Delhi

প্ৰাক্তন প্ৰধান মন্ত্ৰী ড০ মনমোহন সিং। ফাইল ফটো

7.9k
VIEWS
Share on FacebookShare on Twitter

কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ মৰগীয়া বানচ কৰ্তনকলৈ ৰাহুল গান্ধীৰ পাছত এইবাৰ প্ৰাক্তন প্ৰধান মন্ত্ৰী ড০ মনমোহন সিঙেও মোদী চৰকাৰৰ সিদ্ধান্তক সমালোচনা কৰিছে।

প্ৰাক্তন প্ৰধান মন্ত্ৰী ড০ সিঙে কয় যে বৰ্তমান পৰিস্থিতিত চৰকাৰী কৰ্মচাৰীক আৰ্থিকভাৱে সমস্যাত পেলোৱাটো অপ্ৰয়োজনীয়।

ইয়াৰ পূৰ্বে কংগ্ৰেছ সভাপতি ৰাহুল গান্ধীয়েও কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্তক অমানৱীয় তথা অসংবেদনশীল বুলি অভিহিত কৰিছিল।

কেন্দ্ৰীয় চৰকাৰে বৃহস্পতিবাৰে ৫০লাখ কেন্দ্ৰীয় কৰ্মচাৰী আৰু ৬১ লাখ পেঞ্চনধাৰীক দিবলগীয়া মৰগীয়া বানচ কৰ্তনৰ সিদ্ধান্ত লৈছিল।

কৰ’না ভাইৰাছৰ সংক্ৰমণৰ বাবে চৰকাৰৰ ওপৰত পৰা আৰ্থিক চাপ লাঘৱ কৰিবলৈকে চৰকাৰে এই সিদ্ধান্ত লৈছিল। ২০২১চনৰ জুন মাহলৈকে এই সিদ্ধান্ত বাহাল থাকিব।

কৰ্মচাৰীসকলে ১৭ শতাংশৰ পৰিৱৰ্তে ২১ শতাংশ মৰগীয়া বানচ পোৱাৰ আশা আছিল। কিন্তু চৰকাৰৰ সিদ্ধান্তৰ ফলত এতিয়া কেন্দ্ৰীয় কৰ্মচাৰী আৰু পেঞ্চনধাৰীসকলে ১৭শতাংশ হিচাপতে মৰগীয়া বানচ লাভ কৰিব।

কংগ্ৰেছে কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্তক সমালোচনা কৰিছে। ড০ মনমোহন সিঙে কয় যে তেওঁ ভাৱে এই পৰ্যায়ত চৰকাৰী কৰ্মচাৰী আৰু সেনা বাহিনীৰ ওপৰত আৰ্থিক চাপ দিয়াৰ কোনো আৱশ্যক নাই।

Recent News

পুনৰ ১৪ ফেব্ৰুৱাৰিলৈ বাতিল কৰা হ’ল ভাৰত-বৃটেইনৰ মাজৰ বিমান সেৱা

পুনৰ ১৪ ফেব্ৰুৱাৰিলৈ বাতিল কৰা হ’ল ভাৰত-বৃটেইনৰ মাজৰ বিমান সেৱা

index.jpgnm

নিশা শুৱালকুছিত দুৰ্বৃত্তই জ্বলালে ব্যৱসায়ীৰ বাহন : সম্পূৰ্ণৰূপে ভস্মীভূত বিলাসী বাহনখন

সৌৰভ গাংগুলীৰ শৰীৰ এতিয়া স্থিৰ; বাংগালুৰুৰ পৰা আহিল হৃদৰোগ বিশেষজ্ঞ দেবী ছেট্টী

সৌৰভ গাংগুলীৰ শৰীৰ এতিয়া স্থিৰ; বাংগালুৰুৰ পৰা আহিল হৃদৰোগ বিশেষজ্ঞ দেবী ছেট্টী

Sualkusi

প্ৰস্তাৱিত ভূমি পৰিদৰ্শন উপায়ুক্তৰ : অতি শীঘ্ৰেই শুভাৰম্ভ হ’ব শুৱালকুছিত অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ কাম

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd