DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 20, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

গোঁসাই ভ্ৰমণ কাৰ্যসূচীৰে অন্ত পৰিল বৰগাঁৱৰ ঐতিহ্যমণ্ডিত দৌল উৎসৱ

দেৱজিত ডেকা, চাংসাৰী by দেৱজিত ডেকা, চাংসাৰী
March 19, 2022 7:57 pm
গোঁসাই ভ্ৰমণ কাৰ্যসূচীৰে অন্ত পৰিল বৰগাঁৱৰ ঐতিহ্যমণ্ডিত দৌল উৎসৱ
152
VIEWS
Share on FacebookShare on Twitter

কমলপুৰৰ বৰগাঁৱত তিনিদিনীয়া কাৰ্যসূচীৰে উদযাপিত হয় শ্ৰী শ্ৰী কৃষ্ণৰ দৌল উৎসৱ । আজি অন্তিম দিনৰ কাৰ্যসূচী অনুসৰি ফাকুৱা খেলৰ লগতে পদুলিয়ে পদুলীয়ে গোঁসাই ভ্ৰমণ কৰোৱাই মন্দিৰত গোঁসাই স্থাপন কৰা হয়।

শ্ৰীকৃষ্ণৰ নাম- কীৰ্তনেৰে মুখৰিত হৈ পৰে সমগ্ৰ অঞ্চলটো।অঞ্চলটোৰ ৰাইজে হিলদল ভাঙি ওলাই আহি ভাগ লয় গোঁসাই ফুৰোৱা কাৰ্যসূচীত।

 

 

কামৰূপৰ কমলপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বৰগাওঁৰ বৰশিল আশ্ৰমত প্ৰতি বছৰে উদযাপিত হৈ আহিছে শ্ৰী কৃষ্ণৰ দৌল উৎসৱ।বৰশিল আশ্ৰম পৰিচালনা সমিতিৰ উদ্যোগত বিগত বছৰ কেইটিৰ দৰে এই বেলিও দেৱ চিহ্ন সম্বলিত শিলা খণ্ডৰ ওচৰত শ্ৰী শ্ৰী বৰশিল  আশ্ৰমত বৰ গাঁও আৰু নিকটৱৰ্তী অঞ্চলৰ ৰাইজে মিলি কালি আৰিয়া প্ৰজ্বলন কৰে।


দূৰ-দূৰণিৰ পৰা অহা যুৱতী-মহিলাই একেলগে বহি আৰিয়া প্ৰজ্বলনত অংশ লয়।উক্ত অনুষ্ঠানটোৰ শুভাৰম্ভ কৰে দেৱালয় সংঘৰ সাধাৰণ সম্পাদক কৈলাশ শৰ্মাই।

Recent News

জো বিডেনৰ এছিয়া ভ্ৰমণৰ সময়তে পাৰমানৱিক অস্ত্ৰ পৰীক্ষাৰ বাবে প্ৰস্তুতি উত্তৰ কোৰিয়াৰ!

জো বিডেনৰ এছিয়া ভ্ৰমণৰ সময়তে পাৰমানৱিক অস্ত্ৰ পৰীক্ষাৰ বাবে প্ৰস্তুতি উত্তৰ কোৰিয়াৰ!

Google in Russia: জব্দ বেংক একাউণ্ট, ৰাছিয়াত নিজকে দেউলিয়া ঘোষণা কৰাৰ পথত গুগল!

Google in Russia: জব্দ বেংক একাউণ্ট, ৰাছিয়াত নিজকে দেউলিয়া ঘোষণা কৰাৰ পথত গুগল!

World Boxing Championships: বক্সিঙত বিশ্ব চেম্পিয়ন হ’ল ভাৰতৰ নিখাত জাৰিন, স্বৰ্ণ জয়

World Boxing Championships: বক্সিঙত বিশ্ব চেম্পিয়ন হ’ল ভাৰতৰ নিখাত জাৰিন, স্বৰ্ণ জয়

Russia-Ukraine war

মাৰিঅ’পোলত কেৱল এসপ্তাহত আত্মসমৰ্পণ কৰিছে ১,৭৩০ জন ইউক্ৰেনীয়ান সৈন্যই! দাবী ৰাছিয়াৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd