• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মাৰ্ঘেৰিটাত ৰাইজে আটক কৰিলে ড্ৰাগছ সৰবৰাহকাৰী, জেললৈ প্ৰেৰণ

মানস প্ৰতিম গগৈ by মানস প্ৰতিম গগৈ
September 3, 2020 7:37 pm
Drug dealer arrested, sent to jail in Margherita
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ বিভিন্ন অঞ্চলত জীৱন নাশক মাৰাত্মক ড্ৰাগছৰ ৰমৰমীয়া বেহা অব্যাহত থকাৰ অভিযোগ উত্থাপিত হৈ অহাৰ সময়তে উলুপৰ এজন কুখ্যাত ড্ৰাগছ মাফিয়াক ৰাইজে কৰায়ত্ত কৰি আৰক্ষীক গতাই দিয়ে।

অঞ্চলটোৰ ৰাইজে উক্ত অঞ্চলত ড্ৰাগছৰ ৰমৰমীয়া বেহা চলি থকাৰ অভিযোগ মাৰ্ঘেৰিটা আৰু পেঙেৰী আৰক্ষীক বহু বাৰ জনোৱাৰ পাছতো কোনো ধৰণৰ ব্যৱস্থা নোলোৱাত গাঁ‌ৱৰ ৰাইজ ওলাই আহি ড্ৰাগছ বিৰোধী অভিযান চলায় আৰু কেইবাজনো লোকক ড্ৰাগছ খাই থকা অৱস্থাত হাতে লুতে পাই ভৱিষ্যতে দুনাই নোখোৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰাত কৰায়ত্ত কৰা লোক কেইজনক ৰাইজে এৰি দিয়ে।

Apply Now

ইপিনে যোৱা বুধবাৰে ড্ৰাগছৰ বেহা চলোৱাৰ অভিযোগত উলুপৰ বাসিন্দা খামচেং বৰুৱা ওৰফে ভাইক ৰাইজে আটক কৰি মাৰ্ঘেৰিটা আৰক্ষী থানাত গতাই দিয়ে।

অতি কৌশলেৰে উলুপৰ ৰাইজ আৰু মাৰ্ঘেৰিটা আঞ্চলিক ছাত্ৰ সন্থাই গ্ৰাহকৰ ৰূপত ভাইক ফোন কৰি মাৰ্ঘেৰিটাৰ চেগুনবাৰীত লগ কৰি ড্ৰাগছ দিবলৈ কোৱাত ভাইয়ে বিলাসী বাহনত আহি দিবলৈ লওঁতেই গ্ৰাহক ৰূপী ৰাইজৰ কৱলত পৰে কুখ্যাত ড্ৰাগছ বেপাৰী ভাই।

আটাছুৰ আঞ্চলিক সমিতিৰ সম্পাদকৰ দায়িত্বত থকা ভাইক ড্ৰাগছ বেপাৰৰ লগত জড়িত থকাৰ অভিযোগত চলিত বৰ্ষৰ জানুৱাৰী মাহত ইতিমধ্যে আটাছুৰ পৰা বহিষ্কাৰ কৰা বুলিও জানিব পৰা গৈছে।

পেঙেৰী থানাৰ অন্তৰ্গত কঠাল গুৰী অঞ্চলৰ এগৰাকী আশা কৰ্মীয়ে ভাইক ড্ৰাগছ যোগান ধৰাৰ অভিযোগ উঠাৰ লগতে মাৰ্ঘেৰিটা থানাৰ অন্তৰ্গত বৰগোলাইৰ জনৈক ফুকন নামৰ এজনেও ভাইক ড্ৰাগছ যোগান ধৰাৰ অভিযোগ উঠিছে।

উল্লেখযোগ্য যে টেকেৰীৰ জনৈক অতুল গগৈ নামৰ এজন লোকেও ভাইক ড্ৰাগছ যোগান ধৰা বুলি অঞ্চলটোত চৰ্চিত হৈছে।

প্ৰায় ৫৭ গ্ৰাম ড্ৰাগছসহ ষাঠী হাজাৰ টকাৰ সৈতে মাৰ্ঘেৰিটা আৰক্ষীয়ে আটক কৰা ভাইৰ বিৰুদ্ধে মাৰ্ঘেৰিটা থানাত এক গোচৰ ৰুজু কৰি আজি জেল হাজোতলৈ প্ৰেৰণ কৰিছে।

মানস প্ৰতিম গগৈ

মানস প্ৰতিম গগৈ

Stay Connected

  • 117k Fans

Recent News

২৬ বছৰৰ পাছত পুনৰ খোল খালে ‘কাশ্মীৰ ফাইলছ’! পুনৰ তদন্ত হ’ব কাশ্মীৰ পণ্ডিতৰ গণহত্যা ঘটনাৰ

২৬ বছৰৰ পাছত পুনৰ খোল খালে ‘কাশ্মীৰ ফাইলছ’! পুনৰ তদন্ত হ’ব কাশ্মীৰ পণ্ডিতৰ গণহত্যা ঘটনাৰ

August 24, 2026 9:30 pm
পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ১৭ বছৰীয়া পুত্ৰৰ: আনক জীৱন দিবলৈ অংগদানৰ সিদ্ধান্ত শোকস্তব্ধ পিতৃ-মাতৃৰ

পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ১৭ বছৰীয়া পুত্ৰৰ: আনক জীৱন দিবলৈ অংগদানৰ সিদ্ধান্ত শোকস্তব্ধ পিতৃ-মাতৃৰ

August 24, 2026 8:28 pm
আহক আমি সকলোৱে প্ৰণৱ দলেৰ মুক্তিৰ হৈ থিয় দিওঁ

আহক আমি সকলোৱে প্ৰণৱ দলেৰ মুক্তিৰ হৈ থিয় দিওঁ

August 24, 2026 7:48 pm
কুম্ভ মেলাৰ বাজেটৰ মাত্ৰ ০.১ শতাংশ ধনেৰে ৰক্ষা পৰিলহেঁতেন ১২৫ খন বিদ্যালয়: কুম্ভ মেলালৈ ৩৪ হাজাৰ কোটি, শিক্ষালৈ কিয় নাই?

কুম্ভ মেলাৰ বাজেটৰ মাত্ৰ ০.১ শতাংশ ধনেৰে ৰক্ষা পৰিলহেঁতেন ১২৫ খন বিদ্যালয়: কুম্ভ মেলালৈ ৩৪ হাজাৰ কোটি, শিক্ষালৈ কিয় নাই?

August 24, 2026 7:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২৬ বছৰৰ পাছত পুনৰ খোল খালে ‘কাশ্মীৰ ফাইলছ’! পুনৰ তদন্ত হ’ব কাশ্মীৰ পণ্ডিতৰ গণহত্যা ঘটনাৰ

২৬ বছৰৰ পাছত পুনৰ খোল খালে ‘কাশ্মীৰ ফাইলছ’! পুনৰ তদন্ত হ’ব কাশ্মীৰ পণ্ডিতৰ গণহত্যা ঘটনাৰ

August 24, 2026 9:30 pm
পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ১৭ বছৰীয়া পুত্ৰৰ: আনক জীৱন দিবলৈ অংগদানৰ সিদ্ধান্ত শোকস্তব্ধ পিতৃ-মাতৃৰ

পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ১৭ বছৰীয়া পুত্ৰৰ: আনক জীৱন দিবলৈ অংগদানৰ সিদ্ধান্ত শোকস্তব্ধ পিতৃ-মাতৃৰ

August 24, 2026 8:28 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd