• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাজ্যৰ ৬ জিলাত গাহৰি মাংস নিষিদ্ধকৰণৰ বিৰোধিতা দুৰ্নীতি বিৰোধী যুৱশক্তিৰ

দীপজ্যোতি শৰ্মা by দীপজ্যোতি শৰ্মা
April 26, 2020 2:37 pm
index
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ক’ৰ’না আতংকৰ সময়তে এতিয়া গাহৰিৰ জ্বৰে আতংকৰ সৃষ্টি কৰিছে ৰাজ্যত৷ যিহেতু ৰাজ্যৰ উজনি অসমৰ কেইবাখনো জিলাত সৰ্বমুঠ ১৯৬৪ টা গাহৰি মৃত্যুমুখত পৰাৰ লগতে সৰ্বাধিক ১১২৮ টা কেৱল শিৱসাগৰ জিলাতেই অস্বাভাৱিকভাৱে মৃত্যুমুখত পৰিছে৷ যাৰ ফলত গাহৰি মাংস বিক্ৰীৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে জাৰি কৰিলে নিষেধাজ্ঞা৷

তেনে সময়তে দুৰ্নীতি বিৰোধী যুৱশক্তি অসমে এক সংবাদ মেল সম্বোধন কৰি ৰাজ্যৰ ৬ জিলাত গাহৰি মাংস নিষিদ্ধকৰণৰ সন্দৰ্ভত চৰকাৰক তীব্ৰ সমালোচনা কৰিছে।

Apply Now

গুৰুত্বপূৰ্ণ এই যে বহু গাহৰি পালকে দূৰ্নীতি বিৰোধী যুৱশক্তি অসমক জানিবলৈ দিয়া অনুসৰি চৰকাৰে গাহৰি দানাটো বন্ধ কৰি দিছে সেয়ে দানা বন্ধৰ সিদ্ধান্তক ১২ ঘন্টাৰ ভিতৰত বাতিল কৰিবলৈ দাৱী জনাই দুৰ্নীতি বিৰোধী যুৱশক্তি অসমে ৷

সংগঠনটোৰ সভাপতি ধৰ্মকান্ত গগৈয়ে কয় যে “কেৱল ৰাজ্যখনত ১৯৬৪ টা গাহৰিয়ে নাই, ৰাজ্যখনৰ উজনি অসমতে বহু লক্ষাধিক গাহৰি নিৱনুৱাসকলে পালন কৰি স্বাৱলম্বী হৈ আহিছে। ৰোগৰ নিৰাময়ৰ উপায় বিচাৰক-নিৱনুৱাসকলক পেটে-ভাতে মাৰিবলৈ চেষ্টা নকৰিব। অনতি পলমে দানা বজাৰত উপলদ্ধ কৰক৷ লগতে গাহৰি পালক সকলক ক্ষতিপূৰণ প্ৰদান কৰক৷”

অসম চৰকাৰৰ বিভাগীয় মন্ত্ৰীয়ে কেন্দ্ৰীয় চৰকাৰৰ লগত আলোচনা সন্দৰ্ভত সমালোচনা কৰি দুৰ্নীতি বিৰোধী যুৱশক্তি অসমৰ সভাপতি ধৰ্মকান্ত গগৈয়ে কয় “ফটামুখ ক’লেও লাগে ভকতৰ দোষ৷ এতিয়া নোকোৱাকৈয়ো থাকিব নোৱাৰি৷ এইটো মন্ত্ৰীয়ে অসমৰ গাহৰি পালকক দিয়া এটা ৰামফাঁকি কাৰণ ছয় নং দফাৰ প্ৰতিবেদনখন দিবলৈকে ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে আজি লৈকে গৃহমন্ত্ৰীৰ সাক্ষাৎ নাপালে৷ তেনেস্থলত কেৱলমাত্ৰ গাহৰি মৰিছে বুলিয়েই আলোচনা কৰিবলৈ সময় যে নিদিয়ে সেইটো ধুৰূপ।”

আনহাতে গগৈয়ে মন্ত্ৰীসকলক সমালোচনা কৰি কয়, “অসমত দুই-তিনিজন মন্ত্ৰীৰ বাদ কৰি বাকীসকল বাব খোৱা মন্ত্ৰীহে আছে! সেয়ে সমস্যাৰ বেলিকা সেইসকলৰ পৰা সমাধানৰ আশা কৰাটো পৰ্বতত কাছ কণী বিচৰাৰ লেখিয়া৷”

ইপিনে চৰকাৰে এইক্ষেত্ৰত কথা যে পাতিছে সেইটোৱে ডাঙৰ কথা বুলি কৈ সংগঠনটোৰ সভাপতি গগৈয়ে কয় সাধাৰণতে ৰাজ্যৰ কিছু নিৱনুৱাই চৰকাৰী সংস্থাপনৰ আশা নকৰি গাহৰি পালনৰ জৰিয়তে স্বাৱলম্বী হ’বলৈ যত্ন কৰিছিল আৰু বহুতেই সফলতাৰ মুখ দেখিছিল৷ এইক্ষেত্ৰত কৃষি আৰু পশুপালন বিভাগৰ এক শতাংশয়ো অৰিহণা নাই৷

দীপজ্যোতি শৰ্মা

দীপজ্যোতি শৰ্মা

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

“সূৰ্য, বতাহ বা পানীৰ কোনো ধৰ্ম নাই”- বন্দে মাতৰম বিতৰ্কৰ মাজতে কৰ্ণাটকৰ উপ-মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ ঘোষণা

“সূৰ্য, বতাহ বা পানীৰ কোনো ধৰ্ম নাই”- বন্দে মাতৰম বিতৰ্কৰ মাজতে কৰ্ণাটকৰ উপ-মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ ঘোষণা

August 26, 2026 4:29 pm
নেপালত ভয়ংকৰ বান: বানত উটি গ’ল ১০০০-ৰো অধিক লোক

নেপালত ভয়ংকৰ বান: বানত উটি গ’ল ১০০০-ৰো অধিক লোক

August 26, 2026 3:32 pm
প্ৰধানমন্ত্ৰীৰ বাসভৱনৰ সমীপৰ পৰা উচ্ছেদ হ’ব তিনিটাকৈ বস্তি! ৬ সপ্তাহৰ সময়সীমা দিল্লী উচ্চ ন্যায়ালয়ৰ

প্ৰধানমন্ত্ৰীৰ বাসভৱনৰ সমীপৰ পৰা উচ্ছেদ হ’ব তিনিটাকৈ বস্তি! ৬ সপ্তাহৰ সময়সীমা দিল্লী উচ্চ ন্যায়ালয়ৰ

August 26, 2026 2:37 pm
নিউয়ৰ্কৰ মেডিচন স্কোৱাৰ গাৰ্ডেনত মোহন ভাগৱতৰ ভাষণ: অনুষ্ঠানক লৈ অসন্তুষ্টি প্ৰকাশ মেয়ৰ জোহৰান মামদানীৰ

নিউয়ৰ্কৰ মেডিচন স্কোৱাৰ গাৰ্ডেনত মোহন ভাগৱতৰ ভাষণ: অনুষ্ঠানক লৈ অসন্তুষ্টি প্ৰকাশ মেয়ৰ জোহৰান মামদানীৰ

August 26, 2026 12:51 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

“সূৰ্য, বতাহ বা পানীৰ কোনো ধৰ্ম নাই”- বন্দে মাতৰম বিতৰ্কৰ মাজতে কৰ্ণাটকৰ উপ-মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ ঘোষণা

“সূৰ্য, বতাহ বা পানীৰ কোনো ধৰ্ম নাই”- বন্দে মাতৰম বিতৰ্কৰ মাজতে কৰ্ণাটকৰ উপ-মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ ঘোষণা

August 26, 2026 4:29 pm
নেপালত ভয়ংকৰ বান: বানত উটি গ’ল ১০০০-ৰো অধিক লোক

নেপালত ভয়ংকৰ বান: বানত উটি গ’ল ১০০০-ৰো অধিক লোক

August 26, 2026 3:32 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd