• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

Dwayne Bravo আন্তৰ্জাতিক ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা তাৰকা অলৰাউণ্ডাৰ ডোৱেইন ব্ৰেভোৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 5, 2021 12:06 pm
XtIRF7fzEM
234
VIEWS
Share on FacebookShare on Twitter

Dwayne Bravo টী-২০ বিশ্বকাপৰ পাছতে আন্তৰ্জাতিক ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণৰ কথা ঘোষণা কৰিছে ৱেষ্ট ইণ্ডিজৰ তাৰকা অলৰাউণ্ডাৰ ডোৱেইন ব্ৰেভোই।

বিশ্বকাপত ৱেষ্ট ইণ্ডিজৰ আৰু মাত্ৰ এখন মেচ খেলিবলৈ বাকী আছে। অষ্ট্ৰলিয়া বিৰুদ্ধে খেলিবলগীয়া এই মেচখনৰ পাছতে নিজৰ ১৮বছৰীয়া বৰ্ণাঢ্য কেৰিয়াৰ সামৰণি মাৰিব তাৰকা পেচাৰ-বেটাৰ গৰাকীয়ে।

বৃহস্পতিবাৰে শ্ৰীলংকাৰ বিৰুদ্ধে ২০ৰাণত পৰাজয় বৰণ কৰি টী-২০ বিশ্বকাপৰ পৰা বিদায় লৈছে বৰ্তমান চেম্পিয়ন ৱেষ্ট ইণ্ডিজ।

মেচখনৰ সমাপ্তিৰ পাছত আইচিচিৰ ব্ৰডকাষ্ট প্ৰগ্ৰামলৈ আহি ব্ৰেভোৱে অৱসৰৰ কথা ঘোষণা কৰে।

Also Read: T-20 World Cup: শ্ৰীলংকাৰ দুৰ্দান্ত প্ৰদৰ্শন; ছুপাৰ-১২ত ৱেষ্ট ইণ্ডিজক হৰুৱালে ২০ ৰাণত

ব্ৰেভোই কয়,’’মই ভাৱো সময়টো আহি পৰিছে। খুব ভালদৰে মোৰ কেৰিয়াৰ পাৰ হৈছ। ৱেষ্ট ইম্ডিজক ১৮ বছৰ প্ৰতিনিধিত্ব কৰিব পাৰিছো। উত্থান-পতনৰ মাজেৰে সময় পাৰ হৈছে। কিন্তু অতীতলৈ ঘুৰি চালে মই কেৰিবিয়ানসকলৰ সফলতাৰ সৈতে প্ৰতিনিধিত্ব কৰাৰ গৌৰৱ দেখা পাওঁ। তিনিটাকৈ আইচিচি ট্ৰফী বিজয় সঁচাকৈয়ে গৌৰৱৰ অধ্যায়।‘’

২০০৪ চনত কেৰিয়াৰৰ অভিষেক ঘটা ব্ৰেভোৱে দেশৰ জাৰ্ছি পৰিধান কৰি ৯০খন টী-২০ মেচত ৭৮টা উইকেট তথা ১হাজাৰতকৈয়ো অধিক ৰাণ সংগ্ৰহ কৰিছে।  

Recent News

তপা মূৰৰ সমাধান : জানো আহক ঘৰতে চুলি গজাব পৰা কেইটামান আয়ুৰ্বেদিক পদ্ধতি

তপা মূৰৰ সমাধান : জানো আহক ঘৰতে চুলি গজাব পৰা কেইটামান আয়ুৰ্বেদিক পদ্ধতি

কর্পৰেট লুণ্ঠনৰ স্বার্থত সাম্প্রদায়িক ৰহন সানি অসম চৰকাৰে আৰম্ভ কৰা অমানৱীয় উচ্ছেদ অভিযানৰ বিৰুদ্ধে প্ৰস্তাৱ চিপিআই(এম)ৰ

কর্পৰেট লুণ্ঠনৰ স্বার্থত সাম্প্রদায়িক ৰহন সানি অসম চৰকাৰে আৰম্ভ কৰা অমানৱীয় উচ্ছেদ অভিযানৰ বিৰুদ্ধে প্ৰস্তাৱ চিপিআই(এম)ৰ

ৰোজগাৰ মেলাৰ অধীনত ৫১,০০০ ৰো অধিক যুৱক-যুৱতীৰ মাজত নিযুক্তি পত্ৰ বিতৰণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

ৰোজগাৰ মেলাৰ অধীনত ৫১,০০০ ৰো অধিক যুৱক-যুৱতীৰ মাজত নিযুক্তি পত্ৰ বিতৰণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

স্বাধীনতা দিৱসৰ পূৰ্বে গুৱাহাটী ৰে’ল ষ্টেচনত উদ্ধাৰ মৰাণাস্ত্ৰ : এজনক গ্ৰেপ্তাৰ

স্বাধীনতা দিৱসৰ পূৰ্বে গুৱাহাটী ৰে’ল ষ্টেচনত উদ্ধাৰ মৰাণাস্ত্ৰ : এজনক গ্ৰেপ্তাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd