• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 2, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বান সাহায্য সংগ্ৰহক লৈ মুখ্যমন্ত্ৰীৰ মন্তব্যৰ তীব্ৰ সমালোচনা ডিৱাইএফআইৰ ; কেন্দ্ৰক হেঁচা দি বান সমস্যাৰ স্থায়ী সমাধানৰ দাবী

শিৱসাগৰ, চৰাইদেউ, যোৰহাট আদি জিলাত হোৱা বিধ্বংসী বানৰ পিছত সাধাৰণ ৰাইজ, শিল্পী, সমাজকৰ্মী, সামাজিক মাধ্যমৰ কনটেণ্ট ক্ৰিয়েটৰকে ধৰি বিভিন্নজনে স্বতঃস্ফূৰ্তভাৱে বানপীড়িত লোকসকলৰ সহায়ৰ বাবে ধন সংগ্ৰহ কৰিছে।  এনে সহায়মূলক পদক্ষেপক উৎসাহিত কৰাৰ পৰিৱৰ্তে পুলিচী ব্যৱস্থাৰ সতৰ্কবাণী দিয়াটো অসংবেদনশীল।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 7, 2026 4:12 pm
47
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বান সাহায্য সংগ্ৰহ সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰা সাম্প্ৰতিক মন্তব্যক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ডিৱাইএফআই অসম ৰাজ্যিক কমিটিয়ে। সংগঠনটোৱে অভিযোগ কৰিছে যে মুখ্যমন্ত্ৰীৰ এই মন্তব্য চৰকাৰৰ বান পৰিস্থিতি মোকাবিলাত হোৱা ব্যৰ্থতা লুকুৱাবলৈ কৰা এক প্ৰয়াস।

এক প্ৰেছ বিজ্ঞপ্তিযোগে ডিৱাইএফআইয়ে কয় যে শিৱসাগৰ, চৰাইদেউ, যোৰহাট আদি জিলাত হোৱা বিধ্বংসী বানৰ পিছত সাধাৰণ ৰাইজ, শিল্পী, সমাজকৰ্মী, সামাজিক মাধ্যমৰ কনটেণ্ট ক্ৰিয়েটৰকে ধৰি বিভিন্নজনে স্বতঃস্ফূৰ্তভাৱে বানপীড়িত লোকসকলৰ সহায়ৰ বাবে ধন সংগ্ৰহ কৰিছে।  এনে সহায়মূলক পদক্ষেপক উৎসাহিত কৰাৰ পৰিৱৰ্তে পুলিচী ব্যৱস্থাৰ সতৰ্কবাণী দিয়াটো অসংবেদনশীল।

Apply Now

প্ৰেছ বিজ্ঞপ্তিত ডিৱাইএফআইয়ে উল্লেখ কৰে যে বানত মৃত্যুবৰণ কৰা লোকৰ পৰিয়ালক ঘোষণা কৰা ৯ লাখ টকাৰ সাহায্যৰ ভিতৰত ৪ লাখ টকা ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি পুঁজি (NDRF)-ৰ পৰা আৰু বাকী ৫ লাখ টকা মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা প্ৰদান কৰা হয়। সংগঠনটোৱে অভিযোগ কৰে যে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ ব্যৱহাৰ আৰু স্বচ্ছতাক লৈ বিভিন্ন সময়ত প্ৰশ্ন উত্থাপিত হৈছে, কিন্তু সেই সন্দৰ্ভত চৰকাৰৰ পৰা স্পষ্ট ব্যাখ্যা পোৱা হোৱা নাই।

সংগঠনটোৱে লগতে অভিযোগ কৰে যে মুখ্যমন্ত্ৰীয়ে কেন্দ্ৰীয় চৰকাৰৰ পৰা অধিক আৰ্থিক সহায় বিচৰাৰ ক্ষেত্ৰত অনীহা প্ৰকাশ কৰাৰ ফলত অসমৰ বান সমস্যাই প্ৰয়োজনীয় গুৰুত্ব লাভ কৰা নাই। ডিৱাইএফআইৰ দাবী, অন্য ৰাজ্যসমূহে অধিক কেন্দ্ৰীয় অনুদান লাভ কৰাৰ বিপৰীতে অসমে তুলনামূলকভাৱে কম সহায় লাভ কৰিছে।

বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ দাবী উত্থাপন কৰি ডিৱাইএফআইয়ে কেন্দ্ৰীয় চৰকাৰৰ ওপৰত অধিক চাপ প্ৰয়োগ কৰিবলৈ ৰাজ্য চৰকাৰক আহ্বান জনায়। ইয়াৰ লগতে চুবুৰীয়া ৰাজ্যসমূহৰ সৈতে সমন্বয় কৰি আন্তঃৰাজ্যিক নদী ব্যৱস্থাপনা, অবৈধ খনন বন্ধ, নদী বান্ধৰ প্ৰভাৱৰ বৈজ্ঞানিক মূল্যায়ন নোহোৱালৈ নতুন বান্ধ নিৰ্মাণ স্থগিত ৰখা আৰু বান ক্ষতিগ্ৰস্ত লোকসকললৈ আগবঢ়োৱা আৰ্থিক সহায়ৰ পৰিমাণ বৃদ্ধি কৰাৰ দাবীও জনায়।

উল্লেখ্য, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শেহতীয়াকৈ বান সাহায্যৰ নামত ৰাস্তা বা ৰাজহুৱা স্থানত অনুমতিবিহীনভাৱে ধন সংগ্ৰহ কৰাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থাৰ সতৰ্কবাণী দিছিল। তেওঁৰ মতে, বলপূৰ্বক বা অনিয়ন্ত্ৰিতভাৱে সাহায্য সংগ্ৰহৰ দৰে ঘটনাই ৰাজ্যখনৰ ভাবমূৰ্তিত প্ৰভাৱ পেলাব পাৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দক্ষিণ ভাৰতৰ বিশ্ববিদ্যালয় সমূহৰ  নিৰ্বাচনত বাঁওপন্থী সংগঠনৰ জয় : মুখ ঠেকেছা এবিভিপিৰ

দক্ষিণ ভাৰতৰ বিশ্ববিদ্যালয় সমূহৰ  নিৰ্বাচনত বাঁওপন্থী সংগঠনৰ জয় : মুখ ঠেকেছা এবিভিপিৰ

October 2, 2026 4:28 pm
চাহৰ আমন্ত্ৰণ দি অভিজিৎ দীপকেক থানালৈ লৈ গ’ল মহিলা আৰক্ষীয়ে

চাহৰ আমন্ত্ৰণ দি অভিজিৎ দীপকেক থানালৈ লৈ গ’ল মহিলা আৰক্ষীয়ে

October 2, 2026 3:25 pm
‘এক দেশ, এক নিৰ্বাচন’ সন্দৰ্ভত সংসদীয় সমিতিৰ সৈতে বৈঠকৰ প্ৰস্তাৱ নাকচ উচ্চতম ন্যায়ালয়ৰ

‘এক দেশ, এক নিৰ্বাচন’ সন্দৰ্ভত সংসদীয় সমিতিৰ সৈতে বৈঠকৰ প্ৰস্তাৱ নাকচ উচ্চতম ন্যায়ালয়ৰ

October 2, 2026 2:49 pm
জ্ঞানেশ কুমাৰক অপসাৰণৰ দাবীত দিল্লীত ব্যাপক প্ৰতিবাদ, বন্ধ ইণ্টাৰনেট! ১১টা মেট্ৰ’ ষ্টেচনত তলা আৰক্ষীৰ

জ্ঞানেশ কুমাৰক অপসাৰণৰ দাবীত দিল্লীত ব্যাপক প্ৰতিবাদ, বন্ধ ইণ্টাৰনেট! ১১টা মেট্ৰ’ ষ্টেচনত তলা আৰক্ষীৰ

October 2, 2026 1:09 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দক্ষিণ ভাৰতৰ বিশ্ববিদ্যালয় সমূহৰ  নিৰ্বাচনত বাঁওপন্থী সংগঠনৰ জয় : মুখ ঠেকেছা এবিভিপিৰ

দক্ষিণ ভাৰতৰ বিশ্ববিদ্যালয় সমূহৰ  নিৰ্বাচনত বাঁওপন্থী সংগঠনৰ জয় : মুখ ঠেকেছা এবিভিপিৰ

October 2, 2026 4:28 pm
চাহৰ আমন্ত্ৰণ দি অভিজিৎ দীপকেক থানালৈ লৈ গ’ল মহিলা আৰক্ষীয়ে

চাহৰ আমন্ত্ৰণ দি অভিজিৎ দীপকেক থানালৈ লৈ গ’ল মহিলা আৰক্ষীয়ে

October 2, 2026 3:25 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd