• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বোকাখাতৰ ই ৰিক্সাত নিষেধাজ্ঞা: মহকুমাধিপতিক স্মাৰক পত্ৰ, ১৯ ছেপ্তেম্বৰত হ’ব আলোচনা

ই ৰিক্সা ‘পৰিৱেশৰ বন্ধু বাহন’, এই সেৱা বন্ধ কৰাটো বোকাখাতৰ ৰাইজৰ ওপৰতে মাধমাৰ: জীপাল ই ৰিক্সা সন্থা

উত্তম শইকীয়া by উত্তম শইকীয়া
September 13, 2018 5:47 pm
bokakhat e rickshaw

প্ৰতিনিধিত্বমূলক ছবি। ফে’ছবুকৰ পৰা।

312
VIEWS
Share on FacebookShare on Twitter

বোকাখাতৰ ৰাষ্ট্ৰীয় পথত ই ৰিক্সা চলাচলত বাধা আৰোপ কৰা প্ৰশাসনীয় নিষেধাজ্ঞা বাতিল কৰাৰ বাবে জীপাল ই ৰিক্সা সন্থাই বৃহস্পতিবাৰে মহকুমাধিপতিৰ সৈতে আলোচনাত মিলিত হৈ এক পাঁচদফীয়া স্মাৰক পত্র প্ৰদান কৰে৷

বিশ্বজুৰি যান-বাহনজাত প্ৰদূষণ মানৱ সভ্যতাৰ কাৰণে ভাবুকি হৈ উঠাৰ পৰত বেটাৰিচালিত ই ৰিক্সাক ‘পৰিৱেশৰ বন্ধু বাহন’ৰূপে অভিহিত কৰি সন্থাই কয় যে এই সেৱা বন্ধ কৰাটো বোকাখাতৰ ৰাইজৰ ওপৰতে মাধমাৰসদৃশ।

‘ই ৰিক্সাৰ ক্ষেত্ৰত বোকাখাতত প্ৰশাসনে আৰোপ কৰা বাধ্যবাধকতা সৰ্বসাধাৰণ জনতাৰ ওপৰতেই এক মাধমাৰ,’ প্ৰশাসনীয় নিষেধাজ্ঞাৰ ‘এক উচ্চস্তৰীয় তদন্ত’ দাবী কৰি স্মাৰক পত্ৰত মন্তব্য সন্থাৰ।

অহা ১৯ ছেপ্তেম্বৰত গোলাঘাট জিলাৰ পৰিবহণ বিষয়াৰ উপস্থিতিত বোকাখাত মহকুমা প্ৰশাসন, বোকাখাত আৰক্ষী আৰু ট্ৰেফিকৰ উপৰি বিদ্যুৎ বিভাগৰ বিষয়া, বিভিন্ন দল-সংগঠন, সাংবাদিক, জীপাল ই ৰিক্সা সন্থা আৰু বোকাখাত ই ৰিক্সা সন্থাক লৈ ই ৰিক্সা সন্দৰ্ভত এক আলোচনা অনুষ্ঠিত কৰাৰ বাবে মহকুমাধিপতিৰে হোৱা আলোচনাত সিদ্ধান্ত গ্ৰহণ কৰা হয়৷

১৯ ছেপ্তেম্বৰৰ আলোচনালৈকে বোকাখাতত ই ৰিক্সাসমূহক পূৰ্বৰ দৰেই চলাচল কৰাৰ অনুমতি দিয়াৰ বাবে মহকুমাধিপতিক অনুৰোধ জনোৱা হয়৷ সন্থাই বোকাখাতৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াকো স্মাৰক পত্রৰ প্ৰতিলিপি প্ৰদান কৰে৷

মহকুমাধিপতিৰে হোৱা আলোচনাত জীপাল কৃষক শ্ৰমিক সংঘৰ সোণেশ্বৰ নৰহ, প্ৰণৱ দলে, পুতুল নৰহ আৰু জীপাল ই ৰিক্সা সন্থাৰ সদস্যসকল, বোকাখাত ই ৰিক্সা সন্থাৰ সভাপতি বিজয় কুটুমৰ লগতে ভাৰতীয় যুৱ মৰ্চাৰ ৰাজ্যিক সদস্য আকাশ ফুকন  আৰু বোকাখাত প্ৰেছ ক্লাবৰ সম্পাদক উত্তম শইকীয়াও উপস্থিত আছিল৷

Recent News

লিভ ইন পাৰ্টনাৰক হত্যা কৰি মৃতদেহ লুকাই ৰখাৰ অভিযোগ; মদৰ নিচাত বন্ধুৰ আগত স্বীকাৰোক্তি প্ৰেমিকৰ

লিভ ইন পাৰ্টনাৰক হত্যা কৰি মৃতদেহ লুকাই ৰখাৰ অভিযোগ; মদৰ নিচাত বন্ধুৰ আগত স্বীকাৰোক্তি প্ৰেমিকৰ

বিদায় কবি! বৰেণ্য সাহিত্যিক অনুভৱ তুলসীৰ দেহাৱসান

বিদায় কবি! বৰেণ্য সাহিত্যিক অনুভৱ তুলসীৰ দেহাৱসান

‘জেলী’ৰ দৰে পদাৰ্থই শুহি ল’ব পৰিৱেশত থকা সকলো কাৰ্বন ডাই অক্সাইড! বিজ্ঞানীৰ আচৰিত আৱিষ্কাৰ

‘জেলী’ৰ দৰে পদাৰ্থই শুহি ল’ব পৰিৱেশত থকা সকলো কাৰ্বন ডাই অক্সাইড! বিজ্ঞানীৰ আচৰিত আৱিষ্কাৰ

মহিলা অবিহনে পুৰুষে জন্ম দিব সন্তান! সফল পৰীক্ষা এন্দুৰত, মানুহৰ ক্ষেত্ৰটো সম্ভৱ হ’ব পাৰে ভৱিষ্যতে?

মহিলা অবিহনে পুৰুষে জন্ম দিব সন্তান! সফল পৰীক্ষা এন্দুৰত, মানুহৰ ক্ষেত্ৰটো সম্ভৱ হ’ব পাৰে ভৱিষ্যতে?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd