DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 27, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মধ্যবিত্তৰ মূৰত মাধমাৰ! পেট্ৰ’ল-ডিজেল, ৰন্ধন গেছৰ পিছত এইবাৰ ১ এপ্ৰিলৰ পৰা বাঢ়িব ঔষধৰ দাম

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 26, 2022 12:05 pm
medicine price hike-
2.5k
VIEWS
Share on FacebookShare on Twitter

মধ্যবিত্তৰ মূৰত মাধমাৰ শোধাই সুখনিদ্ৰাত পৰিছে চৰকাৰ। পুনৰ চিন্তা বৃদ্ধি কৰি ১ এপ্ৰিলৰ পৰা বৃদ্ধি পাব বহু ঔষধৰ দাম। পেট্ৰ’ল-ডিজেল, ৰন্ধন গেছৰ পিছত এইবাৰ ঔষধৰ দাম বৃদ্ধিয়ে স্বাভাৱিকতে মধ্যবিত্তৰ জীৱন যাত্ৰা আৰু অধিক দুৰ্বিসহ কৰি তুলিব।

২০২১ বিত্তীয় বৰ্ষৰ তুলনাত ঔষধৰ দাম ১০.৭শতাংশ বৃদ্ধি পাব বুলি কোৱা হৈছে। পেৰাচিটামলৰ পৰা আৰম্ভ কৰি প্ৰেচাৰৰ ঔষধ, জৰুৰী হাৰ্টৰ ঔষধ, সংক্ৰমণ সম্বন্ধীয় ঔষধসমূহ দাম বৃদ্ধি পাব।

লগতে পঢ়ক: নৰ্থ-ইষ্ট নাওত নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

নেশ্যনেল ফাৰ্মাচিউটিকেল প্ৰাইচিং অথৰিটি অফ ইণ্ডিয়াৰ ফালৰ পৰা পাইকাৰী দৰ সূচক (হ’লচেল প্ৰাইচ ইনডেক্স)ৰ পৰিৱৰ্তন কৰা বুলি জানিবলৈ দিয়া হৈছে। ইয়াৰ ফলত কমেও ৮০০বিধ ঔষধৰ দাম বৃদ্ধি পাব। ইয়াৰ ভিতৰত বেছিভাগেই অত্যাৱশ্যকীয় ঔষধ।   

নেশ্যনেল ফাৰ্মাচিউটিকেল প্ৰাইচিং অথৰিটি অফ ইণ্ডিয়াৰ ফালৰ পৰা জাৰি কৰা নিৰ্দেশনাত কোৱা হৈছে,’’কেন্দ্ৰীয় উদ্যোগ আৰু বাণিজ্য মন্ত্ৰ্যালয়ৰ অৰ্থনৈতিক পৰামৰ্শদাতাৰ বিভাগৰ সূত্ৰত পোৱা তথ্য অনুসৰি ২০২০চনত তুলনাত ২০২১চনৰ হিচাপৰ ভিত্তিত ১০.৭৬শতাংশ ঔষধৰ দাম বৃদ্ধিৰ সিদ্ধান্ত লোৱা হৈছে।

অহা ১ এপ্ৰিলৰ পৰাই জ্বৰ, সংক্ৰমণ, উচ্চ ৰক্তচাপ, ৰক্তহীনতা, হৃদৰোগ, ছালৰ ঔষধ আদিৰ দাম বৃদ্ধি পাব। অৰ্থাৎ পেৰাচিটামলকে ধৰি অত্যাৱশ্যকীয় ঔষধসমূহৰ দাম বৃদ্ধি পোৱাটো নিশ্চিত।

লগতে পঢ়ক: যুদ্ধৰ খবৰ: ৰাছিয়াৰ আৰু এজন জেনেৰেলক হত্যা কৰাৰ দাবী ইউক্ৰেইনৰ সেনাৰ

ইতিমধ্যে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিত কোঙা হৈ পৰা দেশৰ জনসাধাৰণৰ, বিশেষকৈ মধ্যবিত্ত শ্ৰেণীৰ বাবে ঔষধৰ দাম বৃদ্ধিৰে ‘জনপ্ৰিয় বিকাশমুখী চৰকাৰৰ’ এয়া কিহৰ উপহাৰ সেয়া বুজিবলৈ দুৰ্বোধ্য হৈ পৰিছে।

Recent News

Assam govt buy PPE kits from China

চীনৰ পৰা সঁচাকৈয়ে পি পি ই কিট ক্ৰয় কৰিছিল নে অসম চৰকাৰে! ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনে নাকচ কৰিলে কিট ক্ৰয়ৰ দাবী

Asia Cup 2022: ভাৰতীয় হকী দলে গণি গণি ১৬টা গোল দিলে ইন্দোনেছিয়াক; প্ৰৱেশ কৰিলে ছুপাৰ-৪ত

Asia Cup 2022: ভাৰতীয় হকী দলে গণি গণি ১৬টা গোল দিলে ইন্দোনেছিয়াক; প্ৰৱেশ কৰিলে ছুপাৰ-৪ত

যুদ্ধৰ খৱৰ: ইউক্ৰেইনৰ পিছত পুটিনৰ লক্ষ্য হ’ব শ্লোভাকিয়া; ক’লে এডুয়াৰ্ড হিগাৰে

যুদ্ধৰ খৱৰ: ইউক্ৰেইনৰ পিছত পুটিনৰ লক্ষ্য হ’ব শ্লোভাকিয়া; ক’লে এডুয়াৰ্ড হিগাৰে

ৰেড কাৰ্পেটৰ আঁৰত: কানত হলীউদৰ নায়ক লিওনাৰ্ডোৰ দৃষ্টি কাঢ়িলে ভাৰতৰ উৰ্বশীয়ে

ৰেড কাৰ্পেটৰ আঁৰত: কানত হলীউদৰ নায়ক লিওনাৰ্ডোৰ দৃষ্টি কাঢ়িলে ভাৰতৰ উৰ্বশীয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd