DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, August 17, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ডিব্ৰুগড়ৰ বৈদুল্লা খানৰ বাসগৃহত জিলা প্ৰশাসনে চলালে উচ্ছেদ অভিযান

অভিক চক্ৰৱৰ্তী, ডিব্রুগড়  by অভিক চক্ৰৱৰ্তী, ডিব্রুগড়
July 12, 2022 2:27 pm
ফটো: নৰ্থইষ্ট নাও।

ফটো: নৰ্থইষ্ট নাও।

154
VIEWS
Share on FacebookShare on Twitter

ডিব্ৰুগড়:  ডিব্ৰুগড় জিলা প্ৰশাসনে মঙলবাৰে পুৱা উচ্ছেদ অভিযান চলাই ডিব্ৰুগড়ৰ ঘোৰামাৰাত বৈদুল্লা খানৰ বাসগৃহ ভাঙি পেলায়। বৈদুল্লা খান পশু অধিকাৰ কৰ্মী বিনীত বাগাৰিয়াৰ আত্মহত্যাৰ গোচৰৰ মুখ্য অভিযুক্ত।

ডিব্ৰুগড় জিলা প্ৰশাসনে বৈদুল্লা খানক যোৱা 8 জুলাইত এক জাননী জাৰি কৰিছে। জাননী অনুসৰি দুমহলীয়া ভৱনটো সকলো নিয়ম উলংঘা কৰি অবৈধভাৱে নিৰ্মাণ কৰা হৈছিল।

লগতে পঢ়ক: Gaurav Gogoi lashes out at Centre: ‘চীন-ভাৰত সংঘাত বিষয়ত মোডী চৰকাৰৰ DDLJ নীতি’: তীব্ৰ সমালোচনা গৌৰৱ গগৈৰ

এই সংবাদদাতাৰ সৈতে বাৰ্তালাপত ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষক (মুখ্য কাৰ্যালয়) বিতুল চেতিয়াই কয়, “জিলা প্ৰশাসনৰ কোনো অনুমতি অবিহনে অবৈধভাৱে পথত অট্টালিকাটো নিৰ্মাণ কৰা হৈছিল। যোৱা 8 জুলাই তাৰিখে এখন জাননী প্ৰদান কৰা হৈছিল আৰু আজি আমি এটা উচ্ছেদ অভিযান চলাইছো আৰু বৈদুল্লা খানৰ দুমহলীয়া ভৱনটো ভাঙি দিছো।”

ফটো: নৰ্থইষ্ট নাও।

ৰাজ্যখনৰ বিশেষ ডিজিপিয়ে (আইন-শৃংখলা) সোমবাৰে বিনীত বাগাৰিয়াৰ বাসগৃহলৈ সমবেদনা জ্ঞাপন কৰিবলৈ গৈছিল।

“যি আইন উলংঘা কৰে তেনে অপৰাধী, পেশী বহুল লোক, বাহুবলীৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হ’ব,”-জি পি সিঙে কৈছিল।

এগৰাকী প্ৰসিদ্ধ পশু অধিকাৰ কৰ্মী বিনীত বাগাৰিয়াই বৃহস্পতিবাৰে ডিব্ৰুগড়ৰ শনি মন্দিৰ পথত থকা তেওঁৰ বাসগৃহত চিপ লৈ আত্মহনন কৰিছিল।

লগতে পঢ়ক: শ্ৰীৰামপুৰত গাঞ্জা সৰবৰাহ কৰা কন্টেইনাৰ ট্ৰাকত দুৰ্বৃত্তৰ অগ্নিসংযোগ; পুৰি ছাৰখাৰ ট্ৰাক

মৃত্যুৰ পূৰ্বে বিনীতে এটা ভিডিঅ’ ৰেকৰ্ড কৰিছিল য’ত তেওঁ বৈদুল্লা খান, সঞ্জয় শৰ্মা আৰু নিশান্ত শৰ্মাৰ বিৰুদ্ধে এটুকুৰা ভাড়াৰ সম্পত্তিকলৈ তেওঁক আৰু তেওঁৰ পৰিয়ালক শাৰীৰিক তথা মানসিকভাৱে নিৰ্যাতন কৰাৰ অভিযোগ উত্থাপন কৰিছিল।

Recent News

বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাব আৰু বঙাইগাঁও জিলা পৰিবহণ বিভাগৰ উদ্যোগত ‘জাতীয় পতাকাৰ স্বকীয়তা-মৰ্যাদা অক্ষুণ্ণ ৰাখক ‘ শীৰ্ষক সচেতনতামূলক কাৰ্যসূচী

বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাব আৰু বঙাইগাঁও জিলা পৰিবহণ বিভাগৰ উদ্যোগত ‘জাতীয় পতাকাৰ স্বকীয়তা-মৰ্যাদা অক্ষুণ্ণ ৰাখক ‘ শীৰ্ষক সচেতনতামূলক কাৰ্যসূচী

Biological clock of human body জৈৱিক ঘড়ীৰ বিষয়ে জানেনে আপুনি?

Biological clock of human body জৈৱিক ঘড়ীৰ বিষয়ে জানেনে আপুনি?

’আমাক জীয়াই থাকিবলৈ দিয়ক’, কাশ্মীৰী পণ্ডিতৰ প্ৰতিবাদত কঁপি উঠিল কাশ্মীৰ উপত্যকা

’আমাক জীয়াই থাকিবলৈ দিয়ক’, কাশ্মীৰী পণ্ডিতৰ প্ৰতিবাদত কঁপি উঠিল কাশ্মীৰ উপত্যকা

কৃষি বিজ্ঞান কেন্দ্ৰ যোৰহাটৰ এপাৰ্ট প্ৰকল্পৰ অধীনত কাৰিকৰী শিক্ষামূলক ভ্ৰমণ

কৃষি বিজ্ঞান কেন্দ্ৰ যোৰহাটৰ এপাৰ্ট প্ৰকল্পৰ অধীনত কাৰিকৰী শিক্ষামূলক ভ্ৰমণ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd