DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, December 1, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অতুল বৰাক মৃত্যুৰ ভাবুকিৰ পিছতে তৎপৰ আৰক্ষী: তদন্ত আৰম্ভ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 14, 2023 7:51 pm
Atul Bora
8.6k
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যৰ কৃষি মন্ত্ৰী অতুল বৰাক ফেচবুকত এক কমেণ্ট যোগে এগৰাকী ব্যক্তিয়ে মৃত্যুৰ ভাবুকি দিয়াৰ পিছতে গোচৰটোৰ তদন্ত আৰম্ভ কৰিছে অসম আৰক্ষীয়ে।

মন্ত্ৰীগৰাকীক মৃত্যুৰ ভাবুকি প্ৰদান কৰাৰ খবৰ প্ৰকাশ পোৱাৰ পিছতে এই বিষয়ত সবিশেষ তথ্য সংগ্ৰহৰ বাবে নৰ্থ ইষ্ট নাওৰ কাৰ্যালয়ত উপস্থিত হয় অসম আৰক্ষীৰ এটা দল।

উল্লেখ্য যে, মন্ত্ৰী অতুল বৰাৰ চৰকাৰী কোৱাৰ্টাৰত বোমা বিস্ফোৰণ ঘটাই হত্যাৰ পৰিকল্পনা কৰা হৈছে বুলি ফেচবুকত চাঞ্চল্যকৰ দাবী কৰিছিল এগৰাকী ব্যক্তিয়ে।

নৰ্থ ইষ্ট নাও(ভিডিঅ’)ৰ ফেচবুক পেজত মন্ত্ৰী অতুল বৰা কেন্দ্ৰিক এটা বাতৰিৰ তলত প্ৰণাছ শণ্ডিল্য নামৰ এজন ব্যক্তিয়ে এক মন্তব্যৰ জৰিয়তে মৃত্যুৰ ভাবুকি প্ৰদান কৰিছিল ৰাজ্যৰ কৃষি মন্ত্ৰীগৰাকীক।

ব্যক্তিগৰাকীৰ দাবী, অসম চৰকাৰৰ কেবিনেট মন্ত্ৰীগৰাকীৰ চৰকাৰী কোৱাৰ্টাৰত বোমা বিস্ফোৰণৰ পৰিকল্পনা কৰা হৈছে। এই পৰিকল্পনা কৰিছে আলফাই!

নিজকে আলফা সদস্য বুলি দাবী কৰি প্ৰণাশ শণ্ডিল্যই কয় যে সংগঠনটোৱে মন্ত্ৰী অতুল বৰাৰ কোৱাৰ্টাৰত বোমা বিস্ফোৰণৰ পৰিকল্পনা কৰিছে।

“অতুল বৰাৰ কোৱাৰ্টাৰ বোমা প্লাণ্টৰ প্লেন কৰা হৈছে। আমি আলফাৰ পৰা সৱ কৰি আছো। বেছি দিন জীয়াই নাথাকে ই।”— কমেণ্ট যোগে ফেচবুক ব্যৱহাৰকাৰীজনে কয়।

Recent News

তদন্ত আদৰণীয় যদিও বিষয়টো গুৰুতৰ; পান্নুন হত্যাৰ ষড়যন্ত্ৰৰ অভিযোগক লৈ ক্ষোভ আমেৰিকাৰ!

তদন্ত আদৰণীয় যদিও বিষয়টো গুৰুতৰ; পান্নুন হত্যাৰ ষড়যন্ত্ৰৰ অভিযোগক লৈ ক্ষোভ আমেৰিকাৰ!

প্ৰকাশ পালে সন্তোষ ট্ৰফীৰ ফাইনেল ৰাউণ্ডৰ গ্ৰুপ বিভাগ; কোন গ্ৰুপত কাৰ লগত থাকিল অসম?

প্ৰকাশ পালে সন্তোষ ট্ৰফীৰ ফাইনেল ৰাউণ্ডৰ গ্ৰুপ বিভাগ; কোন গ্ৰুপত কাৰ লগত থাকিল অসম?

লোকসভা নিৰ্বাচনৰ বাবে কৌশল ৰচনাৰ বাবে ডিব্ৰুগড়ত অনুষ্ঠিত হৈছে ১৫টা বিৰোধী দলৰ বৈঠক

লোকসভা নিৰ্বাচনৰ বাবে কৌশল ৰচনাৰ বাবে ডিব্ৰুগড়ত অনুষ্ঠিত হৈছে ১৫টা বিৰোধী দলৰ বৈঠক

আজিৰে পৰা সলনি হৈছে ছিম ক্ৰয়ৰ নতুন নিয়ম; নামানিলে ১০ লাখ টকা জৰিমনা, হ’ব পাৰে জেল

আজিৰে পৰা সলনি হৈছে ছিম ক্ৰয়ৰ নতুন নিয়ম; নামানিলে ১০ লাখ টকা জৰিমনা, হ’ব পাৰে জেল

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd