• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কথা নুশুনিলে ২ অক্টোবৰলৈ অব্যাহত থাকিব কৃষকৰ আন্দোলন; চৰকাৰক সতৰ্ক কৰি দিলে কৃষক নেতাই

এন ই নাও নিউজ by এন ই নাও নিউজ
February 6, 2021 11:26 am
178
VIEWS
Share on FacebookShare on Twitter

কেন্দ্ৰ চৰকাৰে বিতৰ্কিত কৃষি আইন প্ৰত্যাহাৰ নকৰিলে দিল্লী সীমান্তত চলি থকা কৃষকৰ প্ৰতিবাদ অতিকমেও ২ অক্টোবৰলৈ অব্যাহত থাকিব।

কৃষক নেতা ৰাকেশ টিকাইয়ে দিল্লী চৰকাৰক সতৰ্ক কৰি দি এইদৰে কয়।

‘‘কিষাণ ক্ৰান্তি আন্দোলন বিগত বৰ্ষৰ ২ অক্টোবৰত আৰম্ভ হৈছিল আৰু যদি চৰকাৰে আমাৰ কথা নুশুনে তেন্তে আমি প্ৰতিবাদস্থলীতে গান্ধী জয়ন্তী পালন কৰিম,’’ কৃষক নেতা গৰাকীয়ে লগতে কয়।

ইপিনে, চৰকাৰে বৰ্তমান সময়ত কৃষকৰ প্ৰতিবাদৰ বিৰুদ্ধে সুযোগ গ্ৰহণ কৰাৰ বাবেও উঠি পৰি লাগিছে বুলি কৃষক নেতা গৰাকীয়ে অভিযোগ কৰে।

উল্লেখযোগ্য যে, বিতৰ্কিত কৃষি আইন বাতিলৰ দাবীত কৃষক সকলে দিল্লী সীমান্তত দুমাহৰো অধিক সময় প্ৰতিবাদ অব্যাহত ৰাখিছে।

এই সময়ছোৱাত কেন্দ্ৰ চৰকাৰে কৃষক আন্দোলনৰ নেতা সকলৰ সৈতে কেইবালানিও আলোচনাত অংশগ্ৰহণ কৰিছিল যদিও গণৰাজ্য দিৱসত কৃষক সকলে উলিওৱা ট্ৰেক্টৰ ৰেলীত সংঘটিত হোৱা হিংসাত্মক ঘটনাৰ পাছত কেন্দ্ৰ চৰকাৰে কৃষক সকলৰ সৈতে আলোচনাত বহাৰ পৰা বিৰত আছে।

গণৰাজ্য দিৱসত উলিওৱা ট্ৰেক্টৰ ৰেলীত কৃষক সকলে ট্ৰেক্টৰ ৰেলী কৰি লালকিল্লাত নিজৰ পতাকা উৰুৱাইছিল।

Recent News

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

অসমত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ: GMCH-ত ১৩ জন ৰোগীৰ মৃত্যু

অসমত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ: GMCH-ত ১৩ জন ৰোগীৰ মৃত্যু

ইজৰাইলৰ বিৰুদ্ধে ডিজিটেল প্ৰতিবাদত যোগদানৰ আহ্বান চিপিআই(এম)ৰ

ইজৰাইলৰ বিৰুদ্ধে ডিজিটেল প্ৰতিবাদত যোগদানৰ আহ্বান চিপিআই(এম)ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd