• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, February 26, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

দিল্লী সীমান্তৰ কৃষক বিক্ষোভস্থলীত মৃতদেহ উদ্ধাৰ : আত্মহত্যাৰ সন্দেহ; চাপত পৰিছে কেন্দ্ৰ!

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , February 7, 2021 6:18 pm

1 min read

pjimage-12
251
VIEWS
Share on FacebookShare on Twitter

কেন্দ্ৰৰ তিনি বিতৰ্কিত কৃষি আইনৰ বাতিলৰ দাবীত যোৱা দুমাহ ধৰি অব্যাহত থকা কৃষক বিক্ষোভ স্থলীত উদ্ধাৰ হৈছে কৃষকৰ এটা মৃতদেহ।

ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পোৱা খবৰ অনুসৰি দিল্লী সীমান্তৰ টিকৰি বিক্ষোভস্থলীত এজন আন্দোলনৰত কৃষকে আত্মহত্যা কৰিছে।

আত্মহত্যা কৰা কৃষকজন ৫২ বছৰীয়া কৰমবীৰ সিং বুলি প্ৰকাশ কৰিছে আৰক্ষীয়ে।

“কৃষকজন জিণ্ড গাঁৱৰ কৰমবীৰ সিং। টিকৰি সীমান্তৰ দুই কিলোমিটাৰ নিলগৰ এখন পাৰ্কৰ গছত তেওঁৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে।” বাহাদুৰগড় চিটি আৰক্ষী থানাৰ বিষয়া বিজয় কুমাৰে কয়।

আৰক্ষীৰ মতে কৃষকজনে মৃত্যুৰ পূৰ্বে এটা আত্মহত্যাৰ টোকা লিখি থৈ গৈছে।

“মৰমৰ কৃষক ভাইসকল, মোদী চৰকাৰে তাৰিখৰ পিছত তাৰিখ দি আছে…এই ক’লা কৃষি আইনসমূহ কেতিয়া বাতিল কৰিব কোনেও ক’ব নোৱাৰে।” আত্মহত্যাৰ পূৰ্বে কৃষকজনে এইদৰে লিখি গৈছে।

উল্লেখ্য যে প্ৰায় এপষেক পূৰ্বে হাৰিয়ানাৰ এজন কৃষকে বিষাক্ত খাদ্য খাই আত্মহত্যা কৰিছিল। অৱশ্যে কৃষকজন চিকিৎসাধীন অৱস্থাতহে মৃ্ত্যু হৈছিল।

আনহাতে ডিচেম্বৰত পঞ্জাৱৰ এজন উকীলে টিকৰি সীমান্তৰ প্ৰতিবাদস্থলীৰ পৰা কেই কিলোমিটাৰ মান নিলগত বিষ পাণ কৰি আত্মহত্যা কৰিছিল।

স্মৰ্তব্য যে প্ৰায় ৭০ দিন ধৰি দিল্লী সীমান্ত অঞ্চলসমূহত নিৰন্তৰ বিক্ষোভ অব্যাহত ৰাখিছে কৃষকসকলে।

কেন্দ্ৰীয় চৰকাৰৰ সৈতে ইতিমধ্যে কৃষক প্ৰতিনিধিৰে অনুষ্ঠিত হোৱা ১১ লানিকৈ আলোচনা ব্যৰ্থ হৈছে।

Recent News

deepika-pic

মাজনিশা ৰেষ্টুৰেণ্টৰ পৰা ওলাই অহা দীপিকা পাডুকনৰ অৱস্থা কি কৰিলে অনুৰাগীয়ে, চাওঁক ভিডিঅ’

IMG_20210226_131204(1)

গোলাঘাটত ভাৰতবন্ধৰ সৰ্বাত্মক প্ৰভাৱ

b0b53582-1390-4d8f-88bb-9bbf5e7bcf98

দুৰন্ত হিমা! অসম আৰক্ষীত আনুষ্ঠানিকভাৱে যোগদান ধিং এক্সপ্ৰেছৰ

WhatsApp Image 2021-02-26 at 12.44.26 PM

ভাৰতীয়সকলৰ বাবে সুখৱৰ! গ্ৰীণ কাৰ্ডক লৈ ট্ৰাম্পৰ নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰিলে জো বিডেনে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd