• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

উত্তৰ-পূবৰ বজাৰত উপলব্ধ সুস্বাদু আমৰ জৰিয়তে নিপাহ ভাইৰাছ সংক্ৰমণৰ ভয়

এন ই নাও নিউজ by এন ই নাও নিউজ
June 4, 2019 4:19 pm
Nipah-Virus-Alert

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দক্ষিণ ভাৰতীয় ৰাজ্য কেৰালা আৰু তামিলনাডুৰ পৰা অহা বাঙানাপালী, মালগোভা, তোতাপুৰী আৰু ছিনন্ধোৰা আদি বিভিন্ন প্ৰজাতিৰ সুস্বাদু আমেৰে অসম তথা উত্তৰ-পূবৰ বজাৰ ভৰি পৰাৰ সমান্তৰালভাবে ইয়াৰ লগতে আহিব পৰা নিপাহ ভাইৰাছৰ সম্ভাৱনাও বৃদ্ধি পাইছে।

কেৰেলাৰ য়াৰনাকুলামৰ এজন ২৩ বছৰীয়া যুৱকৰ দেহত নিপাহ ভাইৰাছৰ উপস্থিতি ধৰা পৰাৰ পাছত দেশত নিপাহ ভাইৰাছক লৈ সজাগতা অৱলম্বন কৰা দেখা গৈছে। নেশ্যনেল ইষ্টিটিউট অব ভাইৰ’লোজিয়ে যুৱকজনৰ তেজৰ নমুনা পৰীক্ষা কৰি নিপাহ ভাইৰাছৰ উপস্থিতি ধৰা পেলাই। বিগত বৰ্ষত নিপাহ ভাইৰাছৰ ফলত সমগ্ৰ দেশত প্ৰায় ১৭ গৰাকী লোকে প্ৰাণ হেৰুৱাইছিল।

Apply Now

অসম তথা উত্তৰ-পূবৰ জনসাধাৰণে নিপাহ ভাইৰাছৰ দৰে মহামাৰী সম্বন্ধে সজাগ হোৱা দেখা গৈছে যদিও ই পৰ্যাপ্ত পৰিমাণে হোৱা নাই। দক্ষিণ ভাৰতত সম্প্ৰতি বাদুলীয়ে খোৱাৰ ফলত সুস্বাদু আমবোৰত নিপাহ ভাইৰাছৰ সংক্ৰমণৰ সম্ভাৱনা বৃদ্ধি পাইছে।

গুৱাহাটীৰ ৰূক্মিণী গাঁওৰ ৰাম কুমাৰ যাদৱ নামৰ এগৰাকী ফল ব্যৱসায়ীয়ে কয় যে মানুহে এতিয়া পশ্চিম বংগ আৰু বিহাৰৰ পৰা অহা আমহে বিচাৰিব আৰম্ভ কৰিছে। তেওঁ জনসাধাৰণে কিয় দক্ষিণ ভাৰতৰ পৰা অহা আম কমকৈ বিচাৰিব আৰম্ভ কৰিছে বুজি পোৱা নাই বুলি উল্লেখ কৰে।

যাদৱে কয় যে এতিয়াও বজাৰত বিহাৰ আৰু বেংগলৰ পৰা অহা আম উভৈনদী হোৱা নাই যদিহে মানুহে দক্ষিণ ভাৰতৰ পৰা অহা আম এতিয়া ক্ৰয় কৰিবলৈ এৰি দিয়ে তেনেহলে ব্যৱসায়ীসকলে বহু পৰিমাণে লোকচানৰ সন্মুখিন হ’বলগীয়া হ’ব।

নাগালেণ্ডৰ পশুপালন আৰু পশু চিকিৎসা বিভাগে নিপাহ ভাইৰাছ সম্বন্ধে কঠোৰ দৃষ্টি ৰখাৰ বাবে বিভাগসমূহক আদেশ দিছে। বিভাগে জনসাধাৰণক ভয় নাখাবলৈ অনুৰোধ কৰি এই ক্ষেত্ৰত সজাগতা অৱলম্বন কৰিবলৈ আহ্বান জনাই।

তদুপৰি, ত্ৰিপুৰাৰ স্বাস্থ্য বিভাগেও ভাৰত আৰু বাংলাদেশ সীমান্তত পাঁচজন লোক নিপাহ ভাইৰাছৰ সংক্ৰমণৰ সন্দেহত মৃত্যু হোৱাৰ পাছত ৰাজ্যখনত নিপাহ ভাইৰাছক লৈ সতৰ্কতা অৱলম্বন কৰাৰ নিৰ্দেশ জাৰি কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইতিহাস ৰচিলে তিনিচুকীয়াৰ জীয়ৰীয়ে : অসমৰ প্ৰথমগৰাকী মহিলা ফায়াৰ ইঞ্জিনিয়াৰ হ’ল শিৱাংগী সোণোৱাল

ইতিহাস ৰচিলে তিনিচুকীয়াৰ জীয়ৰীয়ে : অসমৰ প্ৰথমগৰাকী মহিলা ফায়াৰ ইঞ্জিনিয়াৰ হ’ল শিৱাংগী সোণোৱাল

June 8, 2026 9:33 pm
ইণ্ডিয়া’ মিত্ৰজোঁটৰ বৈঠকত বিৰোধীৰ পৰৱৰ্তী ৰণকৌশল প্ৰস্তুত, ডি এম কে আৰু আপৰ অনুপস্থিতিয়ে আউল লগাইছে মৈত্ৰীত!

ইণ্ডিয়া’ মিত্ৰজোঁটৰ বৈঠকত বিৰোধীৰ পৰৱৰ্তী ৰণকৌশল প্ৰস্তুত, ডি এম কে আৰু আপৰ অনুপস্থিতিয়ে আউল লগাইছে মৈত্ৰীত!

June 8, 2026 9:05 pm
মৃত্যুৰ ১০০ দিন পাৰ হোৱাৰ পিছতো কিয় কবৰ দিয়া হোৱা নাই খামেনেইক? পোহৰলৈ আহিল আচল কাৰণ

মৃত্যুৰ ১০০ দিন পাৰ হোৱাৰ পিছতো কিয় কবৰ দিয়া হোৱা নাই খামেনেইক? পোহৰলৈ আহিল আচল কাৰণ

June 8, 2026 8:35 pm
মুছলিম প্রধান লক্ষ্যদ্বীপত মদ বিক্ৰীৰ অনুমতি! কিয় সলনি হ’ল ৪৭ বছৰীয়া পুৰণি আইন?

মুছলিম প্রধান লক্ষ্যদ্বীপত মদ বিক্ৰীৰ অনুমতি! কিয় সলনি হ’ল ৪৭ বছৰীয়া পুৰণি আইন?

June 8, 2026 8:21 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইতিহাস ৰচিলে তিনিচুকীয়াৰ জীয়ৰীয়ে : অসমৰ প্ৰথমগৰাকী মহিলা ফায়াৰ ইঞ্জিনিয়াৰ হ’ল শিৱাংগী সোণোৱাল

ইতিহাস ৰচিলে তিনিচুকীয়াৰ জীয়ৰীয়ে : অসমৰ প্ৰথমগৰাকী মহিলা ফায়াৰ ইঞ্জিনিয়াৰ হ’ল শিৱাংগী সোণোৱাল

June 8, 2026 9:33 pm
ইণ্ডিয়া’ মিত্ৰজোঁটৰ বৈঠকত বিৰোধীৰ পৰৱৰ্তী ৰণকৌশল প্ৰস্তুত, ডি এম কে আৰু আপৰ অনুপস্থিতিয়ে আউল লগাইছে মৈত্ৰীত!

ইণ্ডিয়া’ মিত্ৰজোঁটৰ বৈঠকত বিৰোধীৰ পৰৱৰ্তী ৰণকৌশল প্ৰস্তুত, ডি এম কে আৰু আপৰ অনুপস্থিতিয়ে আউল লগাইছে মৈত্ৰীত!

June 8, 2026 9:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd