• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বন্ধত ফুৰিবলৈ গৈ কৰুণ পৰিণতি! লোনাভালা জলপ্ৰপাতত উটি গ’ল একেটা পৰিয়ালৰে ৫ সদস্য

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 1, 2024 12:35 pm
ফটোঃ সংগ্ৰহীত।

ফটোঃ সংগ্ৰহীত।

9
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বন্ধত ফুৰিবলৈ গৈ কৰুণ পৰিণতি। পুনেৰ লোনাভালাৰ ভূষি বান্ধৰ সমীপত এটা জলপ্ৰপাতে উটুৱাই লৈ যায় একেটা পৰিয়ালৰে পাঁচজন সদস্যক। ইয়াৰে ৩ জনৰ মৃতদেহ উদ্ধাৰ কৰিছে আৰক্ষীয়ে। বাকী দুজনৰ সন্ধান চলি আছে।

লোনাভালাৰ ভূষি বান্ধটো মহাৰাষ্ট্ৰৰ অতি জনপ্ৰিয় পৰ্যটনস্থলী। দেওবাৰৰ বন্ধৰ দিনত পুনেৰ চৈয়দ নগৰৰ আনছাৰী পৰিয়ালটো তালৈ ফুৰিবলৈ গৈছিল। দুপৰীয়া পানী অলপ কম হোৱাৰ বাবে পৰিয়ালৰ পাঁচজন সদস্য তলত নামি গ’ল।

কিছু মুহূৰ্তৰ ভিতৰতে জলপ্ৰপাতটোৱে এখন খৰস্ৰোতা নদীৰ ৰূপ ল’লে। পানীৰ একেবাৰে মাজত তেওঁলোক আবদ্ধ হৈ পৰিল। ইজনে সিজনক আঁকোৱালি ধৰিবলৈ চেষ্টা কৰিলেও প্ৰচণ্ড সোঁতে উটুৱাই লৈ গ’ল। চাৰিওফালে মানুহ থিয় হৈ আছিল যদিও কোনেও একো কৰিব পৰা নাছিল।

Apply Now

লগতে পঢ়কঃ নাম নুঠিল বিৰাটৰ! ভাৰতৰ ৬ গৰাকী খেলুৱৈৰে বিশ্বকাপৰ শ্ৰেষ্ঠ একাদশ ঘোষণা আই চি চিৰ

আৰক্ষীয়ে জনোৱা মতে, নিহত কেইজন হৈছে চাহিস্তা লিয়াকত আনছাৰী (৩৬), আমিমা আদিল আনছাৰী (১৩), উমেৰা ওৰফে ছলমান আদিল আনছাৰী (৮)। এতিয়াও সন্ধানহীন হৈছে আদনান শ্বাবাত আনছাৰী (৪), আৰু মাৰিয়া আনছাৰী (৯)। উদ্ধাৰৰ কাম পূৰ্ণগতিত চলি আছে। কিন্তু ধাৰাসাৰ বৰষুণ আৰু বজ্ৰপাতৰ বাবে তালাচী মন্থৰ হৈছে।

প্ৰথম অৱস্থাত আৰক্ষীয়ে অনুমান কৰিছে যে ভূষি বান্ধৰ পৰা প্ৰায় দুই কিলোমিটাৰ দূৰৈৰ জলপ্ৰপাতত কেনেবাকৈ ৫জন লোক পিছলি পৰে। স্থানীয় ৰাইজৰ মতে, জলপ্ৰপাতটোৰ পাৰত শেলুৱৈৰে ভৰা শিলবোৰৰ ওপৰত ভৰি পিছলি গৈ পানীৰ সোঁতত পৰি উটি গৈছে তেওঁলোক।

#लोणावळा भूशी धरणात एकाच कुटुंबातील पाच जण बुडाले…५ पैकी २ जणांचे मृतदेह बाहेर काढले…पर्यटन स्थळी गेल्यानंतर जिवाशी खेळ कशासाठी ? @puneruralpolice pic.twitter.com/dI0LuWtzy7

— Archana More-Patil (@Archana_Scoope) June 30, 2024

প্ৰতি বছৰে বাৰিষাৰ সময়ত লোনাভালাত হাজাৰ হাজাৰ পৰ্যটকৰ ভিৰ হয়। কেইবাদিনো ধৰি অবিৰত বৰষুণৰ ফলত বান্ধটোৰ পানী ওফন্দি উঠিছে। সেয়ে প্ৰশাসনে কেইবাবাৰো পৰ্যটকসকলক সকীয়াই দিছে। কিন্তু পৰিয়ালটোৱে সকলো নিয়ম আওকাণ কৰি বিপদজনক স্থানলৈ গুচি গ’ল। আৰু সেইটোৱেই মাতি আনিলে বিপদ। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কেৱল অভিযোগেই ‘অকাট্য সত্য’ নহয়! পকচো আইনক লৈ উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান

কেৱল অভিযোগেই ‘অকাট্য সত্য’ নহয়! পকচো আইনক লৈ উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান

September 19, 2026 6:47 pm
 ‘ধৰ্মনিৰপেক্ষতা পশ্চিমীয়া ধাৰণা, ভাৰতত ইয়াৰ প্ৰাসংগিকতা নাই’: উজ্জয়িনীত আৰএছএছ প্ৰধান মোহন ভাগৱত

 ‘ধৰ্মনিৰপেক্ষতা পশ্চিমীয়া ধাৰণা, ভাৰতত ইয়াৰ প্ৰাসংগিকতা নাই’: উজ্জয়িনীত আৰএছএছ প্ৰধান মোহন ভাগৱত

September 19, 2026 5:33 pm
পৰিৱেশ সুৰক্ষাৰ কোনো ভৌগোলিক সীমা নাই: ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণৰ সন্মিলনত মুখ্য ন্যায়াধীশ

পৰিৱেশ সুৰক্ষাৰ কোনো ভৌগোলিক সীমা নাই: ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণৰ সন্মিলনত মুখ্য ন্যায়াধীশ

September 19, 2026 4:15 pm
ৰাছিয়াক এঘৰীয়া কৰিবলৈ গৈ ভাৰতলৈ ট্ৰাম্পৰ ভাবুকি! ১০০ শতাংশ শুল্কৰ কঠোৰ বিধেয়কত স্বাক্ষৰ

ৰাছিয়াক এঘৰীয়া কৰিবলৈ গৈ ভাৰতলৈ ট্ৰাম্পৰ ভাবুকি! ১০০ শতাংশ শুল্কৰ কঠোৰ বিধেয়কত স্বাক্ষৰ

September 19, 2026 3:03 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কেৱল অভিযোগেই ‘অকাট্য সত্য’ নহয়! পকচো আইনক লৈ উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান

কেৱল অভিযোগেই ‘অকাট্য সত্য’ নহয়! পকচো আইনক লৈ উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান

September 19, 2026 6:47 pm
 ‘ধৰ্মনিৰপেক্ষতা পশ্চিমীয়া ধাৰণা, ভাৰতত ইয়াৰ প্ৰাসংগিকতা নাই’: উজ্জয়িনীত আৰএছএছ প্ৰধান মোহন ভাগৱত

 ‘ধৰ্মনিৰপেক্ষতা পশ্চিমীয়া ধাৰণা, ভাৰতত ইয়াৰ প্ৰাসংগিকতা নাই’: উজ্জয়িনীত আৰএছএছ প্ৰধান মোহন ভাগৱত

September 19, 2026 5:33 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd