• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসমৰ বান পৰিস্থিতি উদ্বেগজনক; ৰাজ্যৰ ৩০ খন জিলাত ক্ষতিগ্ৰস্ত প্ৰায় ২৪.৫০ লাখ লোক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 6, 2024 1:00 pm
ৰাজ্যৰ ৰাজধানী চহৰ গুৱাহাটীো বান। ফটোঃ নৰ্থইষ্ট নাও।

ৰাজ্যৰ ৰাজধানী চহৰ গুৱাহাটীো বান। ফটোঃ নৰ্থইষ্ট নাও।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ বান পৰিস্থিতি আজিও সংকটজনক হৈয়েই আছে। ৰাজ্যখনৰ ৩০খন জিলাত ২৪.৫০ লাখৰো অধিক লোক বানপানীৰ কবলত পৰিছে। বিভিন্ন স্থানত প্ৰধান নদীসমূহ বিপদৰ সীমাৰ ওপৰেৰে বৈ আছে। চলিত বৰ্ষৰ বানত এতিয়ালৈকে ৫২ জন লোকৰ মৃত্যু হোৱাৰ লগতে ভূমিস্খলন আৰু ধুমুহাৰ ফলত আন ১২ জন লোকে প্ৰাণ হেৰুৱাইছে।

শুকুৰবাৰে বানত বিস্তৰভাৱে ক্ষতিগ্ৰস্ত ডিব্ৰুগড় জিলাৰ পৰা উভতি অহাৰ পিছত সন্ধিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হয় আৰু ৰাজ্যখনৰ বান পৰিস্থিতিৰ পৰ্যালোচনা কৰে।

মুখ্যমন্ত্ৰীয়ে কয় যে ”ডিব্ৰুগড়ৰ বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন কৰাৰ পিছত আমি স্বাস্থ্য আৰ্থিক সাহায্য আঁচনি অসম আৰোগ্য নিধিকে ধৰি কেইবাটাও বিষয় পৰ্যালোচনা কৰিলোঁ।’

Apply Now

লগতে পঢ়কঃ “আগষ্টৰ ভিতৰত পতন হ’ব মোডী চৰকাৰৰ”, লালু প্ৰসাদ যাদৱৰ বিস্ফোৰক দাবী

বানপীড়িত লোকসকলৰ সৈতে মত বিনিময় কৰাৰ পাছত তেওঁলোকৰ সমস্যা সমাধানৰ বাবে বিষয়াসকললৈ জৰুৰী বাৰ্তা প্ৰেৰণ কৰা বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।

বিশুদ্ধ খোৱাপানীৰ যোগানৰ সন্দৰ্ভত তেওঁ কয় যে বানপানীয়ে সমগ্ৰ ৰাজ্যতে যথেষ্ট ক্ষতিসাধন কৰিছে যদিও ‘জল জীৱন মিছন’ আঁচনিখনে ”এই কঠিন সময়ত যথেষ্ট সকাহ দিছে।

বানপানীৰ ফলত ক্ষতিগ্ৰস্ত জিলাসমূহৰ ভিতৰত কাছাৰ, কামৰূপ, হাইলাকান্দি, হোজাই, ধুবুৰী, নগাঁও, মৰিগাঁও, গোৱালপাৰা, বৰপেটা, ডিব্ৰুগড়, নলবাৰী, ধেমাজি, বঙাইগাঁও, লখিমপুৰ, যোৰহাট, শোণিতপুৰ, কোকৰাঝাৰ, কৰিমগঞ্জ, দক্ষিণ ছালমাৰা, দৰং আৰু তিনিচুকীয়া অন্যতম।

লগতে পঢ়কঃ ত্ৰিপুৰাত শিক্ষাৰ্থীৰ মাজত HIV সংকট; ৪৭ জনৰ মৃত্যু, ৮২৮ গৰাকী পজিটিভ

ৰাজ্যৰ আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত জিলাৰ ভিতৰত ধুবুৰীত ৭,৭৫,৭২১, দৰঙত ১,৮৬,১০৮, কাছাৰত ১,৭৫,২৩১, বৰপেটাত ১,৩৯,৩৯৯ আৰু মৰিগাঁওত ১,৪৬,০৪৫ লোক ক্ষতিগ্ৰস্ত হৈছে।

মুঠতে ৪৭,১০৩ জন বানাক্ৰান্ত লোকে ৬১২ টা শিবিৰত আশ্ৰয় লোৱাৰ বিপৰীতে আন শিবিৰত থকা ৪,১৮,৬১৪ জন লোকক সাহায্য সামগ্ৰী প্ৰদান কৰা হৈছে।

আনহাতে, কামৰূপ মহানগৰ, কামৰূপ গ্ৰাম্য আৰু ডিব্ৰুগড় এই  তিনিখন জিলাৰ নগৰ অঞ্চলো বানপানীৰ কবলত পৰিছে।

বাতৰি অনুসৰি, নিমাতীঘাট, গুৱাহাটী, গোৱালপাৰা আৰু ধুবুৰীত ব্ৰহ্মপুত্ৰ বিপদৰ সীমাৰ ওপৰেৰে বৈ আছে ।

লগতে পঢ়কঃ ইৰাণৰ নতুন ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত সংস্কাৰপন্থী মাছুদ পেজেস্কিয়ান

সেইদৰে, ইয়াৰ উপনৈ চেনিমাৰীত বুঢ়ী দিহিং, শিৱসাগৰৰ দিখৌ, নাংলামুৰঘাটত দিছাং, নুমলীগড়ত ধনশিৰি, এন টি ৰোড ক্ৰছিঙত জিয়া ভৰালী আৰু কামপুৰ আৰু ধৰমতুলত কপিলীও বিপদৰ সীমাৰ ওপৰেৰে বৈ আছে।

বানপানীৰ ফলত ক্ষতিগ্ৰস্ত আন্তঃগাঁথনিসমূহৰ ভিতৰত ২২৫টা পথ আৰু ১০খন দলং ক্ষতিগ্ৰস্ত হোৱা বুলি জানিব পৰা গৈছে। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘ভাৰত এতিয়া আৰু উপনিবেশ নহয়’, ষ্টাৰলিংক বিতৰ্কত ‘স্বাৰ্থপৰ’ ইলন মাস্কক এশিকনি কমল হাছানৰ

‘ভাৰত এতিয়া আৰু উপনিবেশ নহয়’, ষ্টাৰলিংক বিতৰ্কত ‘স্বাৰ্থপৰ’ ইলন মাস্কক এশিকনি কমল হাছানৰ

October 10, 2026 1:08 pm
দিল্লীত ভৰি থবলৈকে নিদিলে, আটক চিজেপিৰ শীৰ্ষ নেতা অভিজিৎ দীপকে, সৌৰভ দাস আৰু আশুতোষ ৰাংকা

দিল্লীত ভৰি থবলৈকে নিদিলে, আটক চিজেপিৰ শীৰ্ষ নেতা অভিজিৎ দীপকে, সৌৰভ দাস আৰু আশুতোষ ৰাংকা

October 10, 2026 12:23 pm
দিল্লীলৈ যোৱাৰ পথত আটক ইউটিউবাৰ ধ্ৰুৱ ৰাথী; চিজেপি নেত্ৰী ৰত্না সিঙকো আটক দিল্লী আৰক্ষীৰ

দিল্লীলৈ যোৱাৰ পথত আটক ইউটিউবাৰ ধ্ৰুৱ ৰাথী; চিজেপি নেত্ৰী ৰত্না সিঙকো আটক দিল্লী আৰক্ষীৰ

October 10, 2026 11:24 am
কোন এই নিদাল হাছান? কিয় আমেৰিকাৰ প্ৰাক্তন সৈনিকৰ মৃত্যুদণ্ডৰ লাইভ সম্প্ৰচাৰৰ সিদ্ধান্ত লোৱা হ’ল?

কোন এই নিদাল হাছান? কিয় আমেৰিকাৰ প্ৰাক্তন সৈনিকৰ মৃত্যুদণ্ডৰ লাইভ সম্প্ৰচাৰৰ সিদ্ধান্ত লোৱা হ’ল?

October 10, 2026 10:54 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘ভাৰত এতিয়া আৰু উপনিবেশ নহয়’, ষ্টাৰলিংক বিতৰ্কত ‘স্বাৰ্থপৰ’ ইলন মাস্কক এশিকনি কমল হাছানৰ

‘ভাৰত এতিয়া আৰু উপনিবেশ নহয়’, ষ্টাৰলিংক বিতৰ্কত ‘স্বাৰ্থপৰ’ ইলন মাস্কক এশিকনি কমল হাছানৰ

October 10, 2026 1:08 pm
দিল্লীত ভৰি থবলৈকে নিদিলে, আটক চিজেপিৰ শীৰ্ষ নেতা অভিজিৎ দীপকে, সৌৰভ দাস আৰু আশুতোষ ৰাংকা

দিল্লীত ভৰি থবলৈকে নিদিলে, আটক চিজেপিৰ শীৰ্ষ নেতা অভিজিৎ দীপকে, সৌৰভ দাস আৰু আশুতোষ ৰাংকা

October 10, 2026 12:23 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd