• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ধেমাজিত স্তব্ধ ৰে’ল যোগাযোগ, জটিল ৰূপ বান পৰিস্থিতিৰ, ক্ষতিগ্ৰস্ত প্ৰায় আধা লাখ লোক

জীয়াধলৰ কোবাল সোঁতে জীয়াধল আৰু বৰদলনিৰ মাজৰ এটা কালভাৰ্ট উটাই নিয়াৰ ফলত ৰে’ল যোগাযোগ সম্পূৰ্ণ বন্ধ হৈ পৰিছে। ক্ষতিগ্ৰস্ত হৈছে ১৭৩ খন গাঁৱৰ ৪৭,৪৭১ গৰাকী লোক। বানত জাহ গৈছে ৭১০৮ হেক্টৰ মাটিৰ খেতি।

NE NOW NEWS প্ৰফুল্ল কামান
ধেমাজি , September 14, 2018 11:09 pm

1 min read

dhemaji flood
236
VIEWS
Share on FacebookShare on Twitter

ধেমাজিত শুকুৰবাৰেও উন্নত হোৱা নাই বান পৰিস্থিতি। অৰুণাচলৰ পৰা নামি অহা নৈসমূহৰ বাঢ়নী পানীয়ে চিচিবৰগাঁৱৰ লগতে আটাইতকৈ বিধ্বস্ত জোনাই ৰাজহ চক্ৰৰ নতুন নতুন অঞ্চল ডুবাই পেলাইছে।

জীয়াধলৰ কোবাল সোঁতে জীয়াধল আৰু বৰদলনিৰ মাজৰ এটা কালভাৰ্ট উটাই নিয়াৰ ফলত ৰে’ল যোগাযোগ সম্পূৰ্ণ বন্ধ হৈ পৰিছে। উত্তৰ-পূব সীমান্ত ৰে’লৱে’ৰ এটা দলে ৰে’ল যোগাযোগ পুনৰ আৰম্ভ কৰাৰ বাবে চেষ্টা চলাই আছে যদিও শুকুৰবাৰৰ সন্ধিয়ালৈকে সফল হ’ব পৰা নাই।

ধেমাজিৰ জিলা দুৰ্য্যোগ প্ৰশমন বিভাগৰ তথ্য মতেই এই বানত এতিয়ালৈকে ক্ষতিগ্ৰস্ত হৈছে ১৭৩ খন গাঁৱৰ ৪৭,৪৭১ গৰাকী লোক। বানত জাহ গৈছে ৭১০৮ হেক্টৰ মাটিৰ খেতি।

লগতে পঢ়ক ধেমাজিৰ বান পৰিস্থিতি জটিল

ফেনে-ফোটোকাৰে বাঢ়ি অহা লালি নৈয়ে তাৰি মাজগাঁৱৰ ১টা পুল ভঙাৰ লগতে বুৰাই পেলাইছে বাহিৰ জোনাই, ৰায়াং বিজয়পুৰ, চিগা আৰু গালি চিকাৰী গাওঁ পঞ্চায়তৰ বিস্তীৰ্ণ এলেকা।

গাই নদীৰ পানীয়ে চিচিটঙানী আৰু চিচিবৰগাওঁ অঞ্চলৰ ১৮ খনকৈ গাওঁ। আনহাতে ব্ৰহ্মপুত্ৰৰ পানীয়ে চেঙাজানৰ লগতে বুৰাইছে দক্ষিণ জোনাইৰ ২০ খন গাওঁ।

শুকুৰবাৰে বতৰ ফৰকাল হৈছে যদিও পানী এতিয়াও কমা নাই। জল সম্পদ বিভাগৰ তথ্য মতে ব্ৰহ্মপুত্ৰ এতিয়াও বিপদ সীমাৰ ওপৰেৰে বৈ আছে।

Recent News

অ’জন স্তৰৰ সুৰক্ষাৰ বাবে ৰাষ্ট্ৰসংঘৰ আৰ্থ প্ৰোগ্ৰেমে শীঘ্ৰেই মুকলি কৰিব মোবাইল গেইম

অ’জন স্তৰৰ সুৰক্ষাৰ বাবে ৰাষ্ট্ৰসংঘৰ আৰ্থ প্ৰোগ্ৰেমে শীঘ্ৰেই মুকলি কৰিব মোবাইল গেইম

VideoCapture_20210123-074110

পুৰণিগুদামত নিশা দুৰ্ঘটনাগ্ৰস্ত তীৰ্থযাত্ৰীৰ বাছ; আহত প্ৰায় কুৰি জনৰো অধিক তীৰ্থযাত্ৰী

Rhino-horn-1140x570

ধুবুৰী আৰক্ষীৰ অভিযানত জব্দ গঁড়ৰ খৰ্গ; চাৰিজনক গ্ৰেপ্তাৰ

IMG-20210122-WA0032

একেৰাহে চতুৰ্থবাৰলৈ আছুৰ দখলত টীয়ক চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd