• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বানপানীত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ব্যাপক ক্ষতিসাধন; ১০টা এশিঙীয়া গঁড়কে ধৰি ২০০ টা বন্যপ্ৰাণীৰ মৃত্যু

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 15, 2024 12:00 pm
476
VIEWS
Share on FacebookShare on Twitter

যদিও অসমৰ বান পৰিস্থিতি সামান্য উন্নত হৈছে, তথাপিও বিলুপ্তপ্ৰায় এশিঙীয়া গঁড়ৰ বাবে বিশ্ববিখ্যাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু সংৰক্ষিত বনাঞ্চলৰ এটা অংশ আৰু ৪৬টা নিৰীক্ষণ শিবিৰ এতিয়াও পানীৰ তলত আছে। সোমবাৰে বন কৰ্তৃপক্ষৰ এক বিবৃতিত কোৱা হৈছে যে বৰ্তমানৰ বানত ১০টা গঁড়কে ধৰি ২০০টা জীৱ-জন্তুৰ মৃত্যু হৈছে। যিটোক বৃহৎ লোকচান বুলি বৰ্ণনা কৰা হৈছে।

যোৱা মে’ মাহৰ পৰা ধাৰাসাৰ বৰষুণৰ বাবে ব্ৰহ্মপুত্ৰ আৰু অন্যান্য নদীৰ পানীয়ে অসমৰ একাংশ বুৰাই পেলাইছে। লাখ লাখ লোকে কম-বেছি পৰিমাণে ক্ষতিগ্ৰস্ত হৈছে। ১৩০০ বৰ্গ কিলোমিটাৰ এলেকাত বিস্তৃত কাজিৰঙা দেশৰ অন্যতম বৃহৎ আৰু সুন্দৰ ৰাষ্ট্ৰীয় উদ্যান। কাজিৰঙা ভ্ৰমণ কৰিবলৈ সমগ্ৰ বিশ্বৰ পৰা পৰ্যটক আহে।

এই অৰণ্যৰ অন্যতম উত্তম আকৰ্ষণ হ’ল বিলুপ্তপ্ৰায় এশিঙীয়া গঁড়।ৰাষ্ট্ৰীয় উদ্যানখনত ২৬০০ৰো অধিক এশিঙীয়া গঁড় আছে। কাজিৰঙাত বিশ্বৰ ভিতৰতে সৰ্বাধিক এশিঙীয়া গঁড় আছে। গঁড়ৰ বাহিৰেও ইয়াত ১৩৫টা বাঘ আছে।

তথ্য অনুসৰি অসমত বানপানীৰ ফলত বিগত ৮ বছৰত ৮৫টা গঁড়ৰ মৃত্যু হৈছে। ২০১৭ চনত সৰ্বাধিক ২৪টা গঁড়ৰ মৃত্যু হৈছিল। কৰ্তৃপক্ষই জনোৱা মতে, বানপানীৰ পানীয়ে উটুৱাই নিয়াৰ পৰা ১৪৩টা বন্যপ্ৰাণী উদ্ধাৰ কৰা হৈছে। ইয়াৰে ১২৩টাক বনাঞ্চললৈ এৰি দিয়া হৈছে। চিকিৎসাৰ সময়ত ২টা গঁড়কে ধৰি ৬টা জীৱ-জন্তুৰ মৃত্যু হয়। চিকিৎসা শিবিৰত  ১৪টা হৰিণৰো মৃত্যু হয়।

Recent News

আলফা(স্বা)ৰ শিবিৰত ড্ৰোন আক্ৰমণৰ লগত জড়িত নহয় অসম আৰক্ষী : হিমন্ত বিশ্ব শৰ্মা

আলফা(স্বা)ৰ শিবিৰত ড্ৰোন আক্ৰমণৰ লগত জড়িত নহয় অসম আৰক্ষী : হিমন্ত বিশ্ব শৰ্মা

ভুৱা কল চেণ্টাৰৰ জৰিয়তে আমেৰিকাৰ বাসিন্দাক প্ৰতাৰণা! ইডিৰ চাৰিখন চহৰত অভিযান, উদ্ধাৰ নগদ ধন আৰু গহনা

ভুৱা কল চেণ্টাৰৰ জৰিয়তে আমেৰিকাৰ বাসিন্দাক প্ৰতাৰণা! ইডিৰ চাৰিখন চহৰত অভিযান, উদ্ধাৰ নগদ ধন আৰু গহনা

এতিয়া সহজ হ’ব ৰে’ল যাত্ৰা: ভাৰতীয় ৰে’লৱে মুকলি কৰিছে নতুন সুবিধা

এতিয়া সহজ হ’ব ৰে’ল যাত্ৰা: ভাৰতীয় ৰে’লৱে মুকলি কৰিছে নতুন সুবিধা

উদঘাটন হ’ল ভাইৰেল অৰ্চিতা ফুকনৰ ৰহস্য! প্ৰাক্তন প্ৰেমিকৰ কু-কাণ্ডৰ বলি অৰ্চিতা ফুকন

উদঘাটন হ’ল ভাইৰেল অৰ্চিতা ফুকনৰ ৰহস্য! প্ৰাক্তন প্ৰেমিকৰ কু-কাণ্ডৰ বলি অৰ্চিতা ফুকন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd