• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বৈদেশিক মন্ত্ৰালয়তে পাকিস্তানৰ গুপ্তচৰ! আৰক্ষীৰ জালত গাড়ী চালক

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
November 19, 2022 7:41 am
97
VIEWS
Share on FacebookShare on Twitter

Foreign ministry driver arrested for spying বৈদেশিক মন্ত্ৰালয়তে পাকিস্তানৰ গুপ্তচৰ! হানি ট্ৰেপৰ বলি হ’ল নেকি গাড়ীৰ চালক? অভিযুক্ত চালকজনক দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। তেওঁক তদন্তকাৰী বিষয়াসকলে সোধা-পোছা কৰি আছে।

দৰাচলতে কি হৈছিল? চোৰাংচোৱা সূত্ৰৰ মতে, নিৰীক্ষণ চলি আছিল। এটা সংস্থাই দিল্লীৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ত কাম কৰা লোকসকলক নিৰীক্ষণ কৰি আছিল। গ্ৰেপ্তাৰ কৰা ব্যক্তিজনে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ত গাড়ী চলাইছিল। তেওঁ ড্ৰাইভাৰ হিচাপে কাম কৰি আছিল। সংস্থাটোৰ কৰ্মচাৰীসকলে তেওঁৰ কামকাজত সন্দেহ কৰিছিল। বিষয়টো দিল্লী আৰক্ষীক জনোৱা হয়। অভিযুক্তক ৰাজধানীৰ জৱাহৰলাল ভৱনৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে।

লগতে পঢ়ক: উত্তৰ কোৰিয়াৰ মিছাইল আমেৰিকা যুক্তৰাষ্ট্ৰৰ মূল ভূখণ্ডত আঘাত হানিবলৈ সক্ষম: জাপান

অভিযোগ কৰা হৈছে যে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ চালকজনে এগৰাকী পাকিস্তানী যুৱতীৰ সৈতে যোগাযোগ কৰিছিল। দুয়োজনে সামাজিক মাধ্যমত নিয়মীয়াকৈ কথা পাতিছিল। কেৱল সেয়াই নহয়, অভিযুক্তগৰাকী নাৰীসংগৰ প্ৰতি প্ৰলোভিত বা হানী ট্ৰেপৰ চিকাৰ হৈছে আৰু ইতিমধ্যে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ গোপন তথ্য চোৰাংকৈ সৰবৰাহ কৰিছে! অভিযুক্তৰ বিৰুদ্ধে চোৰাংচোৱাৰ এটা গোচৰ ৰুজু কৰা হৈছে।

ইয়াৰ পূৰ্বে, পাকিস্তানী চোৰাংচোৱাসকলৰ হানী ট্ৰেপৰ ফান্দত পৰাৰ অভিযোগত কেইবাজনো সেনা জোৱানক গ্ৰেপ্তাৰ কৰা হৈছিল। যোৱা মাহত, ৰাজস্থান আৰক্ষীয়ে পাকিস্তানী চোৰাংচোৱাক তথ্য সৰবৰাহ কৰাৰ অভিযোগত ৰবি প্ৰকাশ মীনা নামৰ এজন লোকক গ্ৰেপ্তাৰ কৰিছিল। চোৰাংচোৱা সূত্ৰৰ মতে, চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী সেই ব্যক্তি দিল্লীৰ সেনা ভৱনত কৰ্মৰত আছিল।

Recent News

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd