• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অগপ ত্যাগ : এন পি পিত যোগদান প্ৰাক্তন মন্ত্ৰী ভৱেন বৰুৱা, অভিনেতা ব্ৰজেন বৰাৰ

অনির্বান পাঠক by অনির্বান পাঠক
March 14, 2019 8:41 pm
2daccc1d-e03e-467c-bfea-f9fe79f6ef76

প্ৰাক্তন মন্ত্ৰী ভবেন বৰুৱা, অভিনেতা ব্ৰজেন বৰাকে ধৰি কেইবাজনেও বৃহস্পতিবাৰে এনপিপিত যোগদান কৰে। ফটো : নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অগপ-বিজেপিৰ মিত্ৰতাৰ পাছতেই আঞ্চলিক দলটোৰ নেতা-কৰ্মীৰ মাজত বৃদ্ধি পাইছে অসন্তুষ্টি। দলৰ নেতৃত্বই নাগৰিকত্ব সংশোধনী বিধেয়কৰ পোষকতা কৰা বিজেপিৰ সৈতে পুনৰ মিত্ৰতাত আৱদ্ধ হোৱাৰ পাছত এজনৰ পাছত আনজন নেতাই অগপ ত্যাগ কৰিছে।

বৃহস্পতিবাৰে অসম গণ পৰিষদ ত্যাগ কৰি নেশ্যনেল পিপল’চ পাৰ্টিত যোগদান কৰে অগপৰ এসময়ৰ মন্ত্ৰী তথা দলটোৰ জ্যেষ্ঠ নেতা ভৱেন বৰুৱাই। এন পি পিৰ গুৱাহাটীৰ কাৰ্যালয়ত দলটোত যোগ দিয়ে জাতীয়তাবাদী নেতাগৰাকীয়ে।

Apply Now

অগপ এৰাৰ পাছতেই নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি বিজেপিৰ সংগ ত্যাগ কৰা অগপই দুমাহৰ পাছতেই পুনৰ গেৰুৱা দলটোৰ কাষ চাপি যোৱা কাৰ্যক কঠোৰ ভাষাৰে সমালোচনা কৰে ভৱেন বৰুৱাই।

তেওঁ কয়, ‘’অগপ-বিজেপিৰ এই মিত্ৰতা প্ৰতাৰণামূলক। অগপ নেতৃত্বই অসমৰ ৰাইজৰ লগতে দলৰ তৃণমূল কৰ্মীসকলক বিশ্বাসঘাতকতা কৰিছে।‘’

তেওঁ লগতে অচিৰেই বহু অগপ-কৰ্মীয়ে দলত্যাগ কৰি এন পি পিত যোগ দিব বুলিও মন্তব্য কৰে।

একেদৰে অগপ এৰি আজি এন পি পিত যোগ দিলে দলটোৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকৰ সদস্য তথা ডিব্ৰুগড় জিলা সমিতিৰ তিনিবাৰৰ সাধাৰণ সম্পাদক শশাংক নেওগেও। তেঁৱো অগপ নেতৃত্বৰ শেহতীয়া স্থিতিৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে।

বৃহস্পতিবাৰৰ এই যোগদান অনুষ্ঠানতেই এন পি পিলৈ আহে বিশিষ্ট অভিনেতা ব্ৰজেন বৰাও। অসম আন্দোলনৰ সক্ৰিয় নেতা তথা বিজেপিতো কিছুদিন সদস্য হিচাপে থকা অভিনেতাগৰাকীয়ে সাম্প্ৰতিক প্ৰেক্ষাপটত উত্তৰ-পূবৰ খিলঞ্জীয়া মানুহক অস্তিত্বৰ সংকটৰ পৰা উদ্ধাৰৰ বাবে সকলোকে আগবাঢ়ি আহিবলৈ আহ্বান জনায়।

উল্লেখ্য যে, অগপ-বিজেপিৰ মিত্ৰতাৰ পাছতেই ইতিমধ্যে আঞ্চলিক দলটোৰ পৰা ওলাই আহিছে লাচিত বৰদলৈকে ধৰি কেইবাজনো নেতা কৰ্মীয়ে।

অনির্বান পাঠক

অনির্বান পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

July 29, 2026 9:25 pm
ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

July 29, 2026 8:25 pm
ভিআইপি সংস্কৃতিত বাধা! ৰাজহুৱা ধনৰ অপচয় ৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ‘এক পদ, এখন গাড়ী’ নিয়ম

ভিআইপি সংস্কৃতিত বাধা! ৰাজহুৱা ধনৰ অপচয় ৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ‘এক পদ, এখন গাড়ী’ নিয়ম

July 29, 2026 7:28 pm
ৰাজ্যৰ ৪,৮০০ কিলোমিটাৰ মথাউৰিৰ ভিতৰত ৩,০০০ কিলোমিটাৰ মথাউৰিৰে নাই বান প্ৰতিৰোধ ক্ষমতা

ৰাজ্যৰ ৪,৮০০ কিলোমিটাৰ মথাউৰিৰ ভিতৰত ৩,০০০ কিলোমিটাৰ মথাউৰিৰে নাই বান প্ৰতিৰোধ ক্ষমতা

July 29, 2026 6:53 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

July 29, 2026 9:25 pm
ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

July 29, 2026 8:25 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd