• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অসমৰ প্ৰাক্তন মন্ত্ৰী তথা বিহাৰ, ত্ৰিপুৰা আৰু পশ্চিমবংগৰ প্ৰাক্তন ৰাজ্যপাল দেবানন্দ কোঁৱৰৰ পৰলোকপ্ৰাপ্তি

এন ই নাও নিউজ by এন ই নাও নিউজ
April 25, 2020 12:38 pm
8.7k
VIEWS
Share on FacebookShare on Twitter

জেষ্ঠ ৰাজনীতিবিদ তথা বিহাৰ, ত্ৰিপুৰা আৰু পশ্চিমবংগৰ প্ৰাক্তন ৰাজ্যপাল দেবানন্দ কোঁৱৰৰ শনিবাৰে ৰাতিপুৱা গুৱাহাটীৰ নিজ বাসগৃহত ৮৬ বছৰত পৰলোকপ্ৰাপ্তি ঘটে।

দেবানন্দ কোঁৱৰে ছাত্ৰনেতা হিচাপে ১৯৫৫ চনত ভাৰতীয় জাতীয় কংগ্ৰেছত যোগদান কৰিছিল আৰু তেওঁ হিতেশ্বৰ শইকীয়া কেবিনেটৰ সদস্য হিচাপেও কাৰ্য্যনিৰ্বাহ কৰিছিল।

তৰুণ গগৈৰ চৰকাৰৰ দিনতো ২০০১ চনত দেবানন্দ কোঁৱৰ কেবিনেট মন্ত্ৰী আছিল।

জেষ্ঠ ৰাজনৈতিক নেতা গৰাকীৰ মৃত্যুক অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে শোক ব্যক্ত কৰে।

‘‘বিহাৰ, পশ্চিমবংগ আৰু ত্ৰিপুৰাৰ প্ৰাক্তন ৰাজ্যপাল আৰু অসমৰ প্ৰাক্তন মন্ত্ৰী দেবানন্দ কোঁৱৰৰ মৃত্যুত মৰ্মাহত হৈছো। মই শোকসন্তপ্ত পৰিয়ালবৰ্গৰ লগতে গুণমুগ্ধ সকললৈ মোৰ সমবেদনা জ্ঞাপন কৰিছো,’’ মুখ্য মন্ত্ৰী সোণোৱালে এইদৰে টুইট কৰে।

Saddened to learn about the demise of former Governor of Bihar, WB & Tripura and former Assam Minister Devananda Konwar. My sincere condolences to bereaved family members and well-wishers. pic.twitter.com/PGqMmNcJ0U

— Sarbananda Sonowal (@sarbanandsonwal) April 25, 2020

সক্ৰিয় ৰাজনীতিত অংশগ্ৰহণ কৰাৰ পূৰ্বে কোঁৱৰে কটন কলেজত ইংৰাজী বিভাগৰ প্ৰবক্তা হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল।

বিশিষ্ট ৰাজনীতিবিদ গৰাকীয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ লগতে উচ্চতম ন্যায়ালয়তো সেৱা আগবঢ়াইছিল।

অসমৰ ৰাজনৈতিক ক্ষেত্ৰখনলৈ কোঁৱৰে দীৰ্ঘদিনীয়া অৱদান আগবঢ়াই গৈছে।

Recent News

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd