• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

প্রাক্তন ডি এইছ ডি সন্তোষ হোজাইৰ হত্যাকাৰীক গ্ৰেপ্তাৰৰ দাবীত ৩৬ ঘন্টীয়া ডিমা হাচাও বন্ধ

পঙ্কজকুমাৰ দেৱ by পঙ্কজকুমাৰ দেৱ
May 14, 2020 3:59 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ডিমাছা বিদ্ৰোহী গোট ডি এইছ ডিৰ প্ৰাক্তন সদস্য তথা ব্যৱসায়ী সন্তোষ হোজাইৰ হত্যাৰ ন্যায় বিচাৰি আজি পুৱা ৫ বজাৰ পৰা ঘোষণা কৰা ডিমা হাছাও জিলা বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰিছে।

জিলাখনৰ হালালি প্ৰগ্ৰেসিভ ৱেলফেয়াৰ ছছাইটিয়ে এই বন্ধৰ আহ্বান জনাইছিল।

Apply Now

জিলা সদৰ হাফলঙত বেংক, প’ষ্ট অফিচ, পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদ সচিবালয়ৰ উপৰি চৰকাৰী বেচৰকাৰী প্ৰতিষ্ঠানসমূহ সম্পূৰ্ণভাৱে বন্ধ থকাৰ লগতে আৰক্ষী বা প্ৰশাসনৰ বাহিৰে কোনো ধৰণৰ যানবাহন চলাচল কৰা নাই।

হাফলংৰ উপৰি মাইবাং, হাৰাঙ্গাজাও, ডিয়ুংব্ৰা, লাংটিং, মাহুৰ, হাতিখালী, উমৰাংছু আদি ঠাইত বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰিছে।

উল্লেখযোগ্য যে যোৱা ২৪ এপ্ৰিলত হাৰাঙ্গাজাওৰ নিজ গৃহৰ পৰা বন্দুকধাৰী দুৰ্বৃত্তৰ দলে সন্তোষ হোজাইক অপহৰণ কৰি লৈ গৈছিল।

যোৱা ৩০ এপ্ৰিলত লাংটিং আৰক্ষী থানাৰ অধীনৰ মুপা ৰিজাৰ্ভ ফৰেষ্টৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিৰ পৰা পুতি থোৱা অৱস্থাত আৰক্ষীয়ে তেওঁৰ মৃতদেহ উদ্ধাৰ কৰে।

আজি পৰ্যন্ত আৰক্ষীয়ে হত্যাকাৰীক গ্ৰেপ্তাৰ নকৰাত ডিএইচ্ছডিৰ প্ৰাক্তন মুৰব্বী দিলীপ নুনিচাই যোৱা ১১ মে’ত জিলা উপায়ুক্ত কাৰ্যালয়ৰ সম্মুখত মূপ খুৰাই প্ৰতিবাদ সাব্যস্ত কৰিছিল।

নুনিচাৰ অভিযোগ মতে এই অপহৰণ আৰু হত্যাৰ লগত ডিমা হাছাওৰ উপ আৰক্ষী অধীক্ষক সূৰ্যকান্ত মৰাঙৰ নাম সাঙোৰ খাইছে।

বিভিন্ন দল-সংগঠনে ইয়াৰ প্ৰতিবাদ জনাই সূৰ্যকান্ত মৰাঙক গ্ৰেপ্তাৰৰ দাবী জনাইছিল যদিও ডিমা হাছাও আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে নিৰাপত্তাহে দিয়া বুলি নুনিচাৰ অভিযোগ।

লগতে পঢ়ক ডি এছ পি সূৰ্যকান্ত মৰাঙৰ গ্ৰেপ্তাৰৰ দাবীত দল-সংগঠনৰ তীব্ৰ প্ৰতিবাদ

এই সমগ্ৰ ঘটনাৰ এক উচিত তদন্তৰ দাবীত জিলা উপায়ুক্তৰ যোগেদি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহ আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা লৈ এখনকৈ স্মাৰকপত্ৰও প্ৰেৰণ কৰা হৈছে।

কাইলৈ অৰ্থাৎ ১৫ মে’ৰ আবেলি ৫ বজাৰ লৈকে এই বন্ধ কাৰ্যসূচী চলিব। এই পৰ্যন্ত বন্ধৰ ফলত জিলাখনৰ কোনো ঠাইৰ পৰা অপ্ৰীতিকৰ পৰিস্থিতিৰ খবৰ অহা নাই।

পঙ্কজকুমাৰ দেৱ

পঙ্কজকুমাৰ দেৱ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশ: অৱসৰপ্ৰাপ্ত ন্যায়াধীশসকলৰ একেধৰণৰ সুবিধাৰ বাবে সমিতি গঠন কৰিব কেন্দ্ৰই

উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশ: অৱসৰপ্ৰাপ্ত ন্যায়াধীশসকলৰ একেধৰণৰ সুবিধাৰ বাবে সমিতি গঠন কৰিব কেন্দ্ৰই

July 20, 2026 4:00 pm
সংসদত বিৰোধীৰ ধুমুহা! নিটৰ প্ৰশ্নকাকত ফাদিলক লৈ উত্তাল লোকসভা, কেইবাবাৰো স্থগিত ৰাজ্যসভা

সংসদত বিৰোধীৰ ধুমুহা! নিটৰ প্ৰশ্নকাকত ফাদিলক লৈ উত্তাল লোকসভা, কেইবাবাৰো স্থগিত ৰাজ্যসভা

July 20, 2026 3:59 pm
বোকাখাতত লেখক, অনুবাদক কুইলিন কাকতিৰ নৱতম শিশু উপন্যাস ‘অমনৰ অসম ভ্ৰমণ’ উন্মোচন

বোকাখাতত লেখক, অনুবাদক কুইলিন কাকতিৰ নৱতম শিশু উপন্যাস ‘অমনৰ অসম ভ্ৰমণ’ উন্মোচন

July 20, 2026 2:58 pm
কামৰূপী ভাষাত সৃষ্টিশীল কাম-কাজক লৈ আলোচনাৰ বাবে একত্ৰিত বিভিন্ন ক্ষেত্ৰৰ সাধক

কামৰূপী ভাষাত সৃষ্টিশীল কাম-কাজক লৈ আলোচনাৰ বাবে একত্ৰিত বিভিন্ন ক্ষেত্ৰৰ সাধক

July 20, 2026 12:48 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশ: অৱসৰপ্ৰাপ্ত ন্যায়াধীশসকলৰ একেধৰণৰ সুবিধাৰ বাবে সমিতি গঠন কৰিব কেন্দ্ৰই

উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশ: অৱসৰপ্ৰাপ্ত ন্যায়াধীশসকলৰ একেধৰণৰ সুবিধাৰ বাবে সমিতি গঠন কৰিব কেন্দ্ৰই

July 20, 2026 4:00 pm
সংসদত বিৰোধীৰ ধুমুহা! নিটৰ প্ৰশ্নকাকত ফাদিলক লৈ উত্তাল লোকসভা, কেইবাবাৰো স্থগিত ৰাজ্যসভা

সংসদত বিৰোধীৰ ধুমুহা! নিটৰ প্ৰশ্নকাকত ফাদিলক লৈ উত্তাল লোকসভা, কেইবাবাৰো স্থগিত ৰাজ্যসভা

July 20, 2026 3:59 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd