• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

‘‘আপুনি কেন্সাৰক জয় কৰিব পাৰিব’’; কেন্সাৰ আক্ৰান্ত বিজেপি সাংসদক সাক্ষাৎ কৰি যুৱৰাজ সিঙৰ অনুপ্ৰেৰণা

এন ই নাও নিউজ by এন ই নাও নিউজ
December 6, 2019 7:01 am
Yuvraj Sing

অনিল বালুনিৰ সৈতে যুৱৰাজ সিং

4.4k
VIEWS
Share on FacebookShare on Twitter

ভাৰতীয় দলৰ প্ৰাক্তন তাৰকা ক্ৰিকেটাৰ যুৱৰাজ সিঙে বৃহস্পতিবাৰে উত্তৰাখণ্ডৰ কেন্সাৰ ৰোগত আক্ৰান্ত বিজেপি সাংসদ অনিল বালুনিক সাক্ষাৎ কৰি আশু আৰোগ্য লাভৰ অৰ্থে শুভেচ্ছা জ্ঞাপন কৰে।

যুৱৰাজ সিঙে ২০১১ চনৰ বিশ্বকাপৰ পাছতে কেন্সাৰ ৰোগত আক্ৰান্ত হৈছিল আৰু নিজৰ প্ৰচণ্ড শক্তিৰ বলত পুনৰ সুস্থ হৈ খেলপথাৰলৈ উভতি আহিছিল।

বিজেপিৰ সাংসদ গৰাকীয়ে বৰ্তমান মুম্বাইত চিকিৎসা গ্ৰহণ কৰি আছে।

বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ বালুনিৰ দেহত প্ৰথম অৱস্থাতে কেন্সাৰ ৰোগ ধৰা পৰে আৰু ইয়াৰ পৰা আৰোগ্য লাভৰ বাবে সাংসদ গৰাকীয়ে চিকিৎসকৰ পৰামৰ্শ অনুসৰি মুম্বাইত চিকিৎসা গ্ৰহণ কৰি আছে।

‘‘আপুনি কেন্সাৰক জয়ী কৰিবলৈ সক্ষম হ’ব আৰু ইয়াৰ বিৰুদ্ধে সাহসী যুদ্ধৰ বাবে আপোনাক শুভেচ্ছা জ্ঞাপন কৰিলো যাতে আপুনি সুস্থ হৈ জনসাধাৰণক শুশ্ৰুষা আগবঢ়াব পাৰে…গুড লাক,’’ যুৱৰাজে সিঙে সাংসদ গৰাকীৰ সাক্ষাৎ কৰি কয়।

বিজেপিৰ সাংসদ গৰকীক সাক্ষাৎ কৰাৰ পাছতে যুৱৰাজে তেওঁৰ সৈতে একেলগে উঠা ফটো ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰে।

উল্লেখযোগ্য যে, যুৱৰাজ সিঙে ২০১১ চনত কেন্সাৰ ৰোগত আক্ৰান্ত হোৱাৰ পাছত আমেৰিকাত চিকিৎসা গ্ৰহণ কৰি সুস্থ হৈ পুনৰ খেলপথাৰলৈ উভতি আহি বিশ্বৰ সমগ্ৰ কেন্সাৰ ৰোগী সকলৰ বাবে অনুপ্ৰেৰণাৰ উৎস হৈ পৰিছিল।

Recent News

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd