• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অসমত আৰু চাৰি ক’ভিড ৰোগীৰ মৃত্যু, মুঠ মৃতক ১০৫লৈ বৃদ্ধি

Nenow এন ই নাও নিউজ
গুৱাহাটী , August 2, 2020 9:25 pm

2 min read

Covid death toll in Assam reaches 930

প্ৰতিনিধিত্বমূলক ফটো।

253
VIEWS
Share on FacebookShare on Twitter

আৰু চাৰিগৰাকী ক’ভিড-১৯ ৰোগীয়ে অসমত দেওবাৰে প্ৰাণ হেৰুৱাইছে, মুঠ মৃতকৰ সংখ্যা ১০৫লৈ বৃদ্ধি পাইছে।

মৃত্যু হোৱা লোককেইগৰাকী হৈছে–  কৰিমগঞ্জৰ মৃদুলা ঘোষ (৫৪), কামৰূপ মহানগৰৰ তিলক চন্দ্ৰ দাস (৫০), তিনিচুকীয়াৰ শান্তা সৰকাৰ (৬২) আৰু যোৰহাটৰ সমীৰ ফুকন (৫২)।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত এই তথ্য সদৰী কৰিছে।

শনিবাৰে তিনিগৰাকী ক’ভিড ৰোগীয়ে অসমত প্ৰাণ হেৰুৱাইছিল আৰু ৰাজ্যত ৰোগবিধত মৃত্যু হোৱা লোকৰ সংখ্যা ১০১লৈ বৃদ্ধি পাইছিল।

Four more #COVID19 patients have succumbed to their infections today~ Late Mridula Ghosh (54) of Karimganj, Late Tilak Chandra Das (50) of Kamrup Metro, Late Santa Sarkar (62) of Tinsukia and Late Samir Phukan (52) of Jorhat.

Condolences to their families. Prayers ?

— Himanta Biswa Sarma (@himantabiswa) August 2, 2020

১০৮৫গৰাকী ব্যক্তি অসমত শনিবাৰে ক’ভিড আৰোগ্য হৈ চিকিৎসালয়ৰ পৰা মুকলি হৈছে।

এইসকল ব্যক্তিক ধৰি অসমত মুঠ আৰোগ্য লাভ কৰা ব্যক্তিৰ সংখ্যা ৩১,৪৪২লৈ বৃদ্ধি পাইছে।

অসমত শনিবাৰে সক্ৰিয় ক’ভিড ৰোগীৰ সংখ্যা আছিল ১০,১৮০গৰাকী।

ইপিনে ১৪৫৭গৰাকী ব্যক্তি অসমত শনিবাৰে ক’ভিড-১৯ পজিটিভ চিনাক্ত হৈছিল।

কিন্তু অসমত টেষ্টৰ তুলনাত ক’ভিড পজিটিভৰ হাৰ পূৰ্বৰ তুলনাত হ্ৰাস পাইছে।

শনিবাৰলৈকে ২৪ ঘণ্টাত ২৭,১৬১টা ক’ভিড টেষ্টৰ ভিতৰত পজিটিভৰ হাৰ আছিল ৫.৩৬ শতাংশ।

অসমত শনিবাৰলৈকে চিনাক্ত মুঠ ক’ভিড আক্ৰান্ত হৈছে ৪১,৭২৬গৰাকী।

ইয়াৰে তিনিগৰাকী আন ঠাইলৈ স্থানান্তৰিত হৈছে।

Tags: COVID-19

Recent News

Bajali

বৰপেটা পৰিবহণ বিভাগৰ চৰম ব্যৰ্থতা : পথ সুৰক্ষা সপ্তাহতে ৬ লোকৰ দুৰ্ঘটনাত মৃত্যু

index.jpgs

লাল কিল্লা কাণ্ডৰ পিছত চাপত কৃষক সংগঠন! : ১ ফেব্ৰুৱাৰীৰ সংসদ অভিযান বাতিল; কি হ’ব পৰৱৰ্তী কাৰ্যসূচী?

বিৰাট কোহলী, অভিনেত্ৰী তমন্না ভাটিয়ালৈ কেৰালা উচ্চ ন্যায়ালয়ৰ জাননী

বিৰাট কোহলী, অভিনেত্ৰী তমন্না ভাটিয়ালৈ কেৰালা উচ্চ ন্যায়ালয়ৰ জাননী

index

ত্ৰিপুৰাৰ শিক্ষক বিক্ষোভত নিৰাপত্তাৰক্ষীসহ শতাধিক বিক্ষোভকাৰী আহত : ২ শতাধিক বিক্ষোভকাৰী শিক্ষকক গ্ৰেপ্তাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd