• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ঢেকীয়াপতীয়া বাঘৰ চতুৰ্থ পৰ্যায়ৰ বিভাগীয় সমীক্ষাৰ শুভাৰম্ভ

উত্তম শইকীয়া by উত্তম শইকীয়া
January 7, 2021 12:01 pm
Zombodroid07012021113408
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বুধবাৰৰ পৰা আৰম্ভ হৈছে ঢেকীয়াপতীয়া বাঘৰ চতুৰ্থ সমীক্ষাৰ কাম৷

বুধবাৰৰ দিনা ৰাষ্ট্ৰীয় উদ্যানৰ অগৰাতলী বনাঞ্চলত উদ্যান সঞ্চালক পি শিৱকুমাৰে আনুষ্ঠানিকভাৱে এই সমীক্ষাৰ কামৰ শুভাৰম্ভ কৰে৷

Apply Now

কেন্দ্ৰীয় ব্যাঘ্ৰ সংৰক্ষণ প্ৰাধিকৰণৰ নীতি নিৰ্দেশনাৰে আৰম্ভ হোৱা এই সমীক্ষাত কাজিৰঙাৰ বিভিন্ন প্ৰান্তৰত প্ৰতি দুই বৰ্গ কিলোমিটাৰত স্বয়ংচালিত কেমেৰা স্থাপন কৰি ঢেকীয়াপতীয়া বাঘৰ ফটো সংগ্ৰহৰ চেষ্টা কৰা হ’ব৷

উল্লেখ্য যে কেন্দ্ৰীয় ব্যাঘ্ৰ সংৰক্ষণ প্ৰাধিকৰণৰ নিৰ্দেশ মতে ৰাষ্ট্ৰীয় উদ্যানখনৰ বাঘৰ পৰিসংখ্যাৰ লগতে প্ৰতিটো বাঘৰ আলোক চিত্ৰ থকাটো অতি গুৰুত্বপুৰ্ণ৷

বাঘ সমীক্ষাৰ প্ৰথম দ্বিতীয় আৰু তৃতীয় পৰ্যায়ত ঢেকীয়াপতীয়া বাঘৰ আৱাস, উপস্থিতি, খাদ্য আৰু আচৰণৰ বিভিন্ন ক্ষেত্ৰ ভিত্তিক তথ্য সংগ্ৰহৰ পিচত চতুৰ্থ পৰ্যায়ত কেমেৰাৰে বাঘৰ আলোকচিত্ৰ সংগ্ৰহৰ কাম কৰা হয়৷

বুধবাৰে আনুষ্ঠানিকভাৱে এই কাৰ্যৰ শুভাৰম্ভ কৰা হয়৷ এই উপলক্ষে অগৰাতলি বনাঞ্চলত কেমেৰা স্থাপন কৰি সঞ্চালক পি শিৱকুমাৰে এই কাৰ্য আৰম্ভ কৰে৷

অনুষ্ঠানত কাজিৰঙাৰ ডি এফ অ’  ৰমেশ গগৈ, গৱেষণা বিষয়া ৰবীন্দ্ৰ শৰ্মা, সহকাৰী বন সংৰক্ষক ঋতু পৱণ বৰা, বনাঞ্চলিক বিষয়া বিদ্যুৎ বিকাশ বৰাৰ লগতে কেমেৰা ট্ৰেপৰ কাৰ্যৰ সৈতে জড়িত সকলো বনকৰ্মী উপস্থিত থাকে৷

উল্লেখ্য যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বিভাগীয় তথ্য মতে সম্প্ৰতি ২২১ টা ঢেকীয়াপতীয়া বাঘ আছে আৰু এই বাঘ বোৰৰ প্ৰতিটোৰে আলোক চিত্ৰ সংগ্ৰহ কৰি নামকৰণো কৰিছে উদ্যান কৰ্তৃপক্ষই৷

বাৰিষাৰ আগে আগে চতুৰ্থ বাঘ সমীক্ষাৰ কাম ৰাষ্ট্ৰীয় উদ্যানৰ সকলো বনাঞ্চলৰ লগতে ব্ৰহ্মপুত্ৰ নদীৰ ষষ্ঠ সংযোজনতো সম্পন্ন কৰিব বুলি বিভাগীয় সুত্ৰত প্ৰকাশ।

উত্তম শইকীয়া

উত্তম শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

July 30, 2026 6:40 pm
নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

July 30, 2026 5:57 pm
সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

July 30, 2026 5:42 pm
“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

July 30, 2026 4:24 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

July 30, 2026 6:40 pm
নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

July 30, 2026 5:57 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd