• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

Online Shoppingত ATM Card ব্যৱহাৰ কৰে নেকি আপুনি? সাৱধান, নিমিষতে খালী হ’ব পাৰে একাউন্ট

এন ই নাও নিউজ by এন ই নাও নিউজ
October 24, 2019 7:06 pm
phone-kI0F--621x414@LiveMint

প্ৰতিনিধিত্বমূলক ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

Online Shoppingত আপুনি ATM Card ব্যৱহাৰ কৰে নেকি? যদি কৰে তেন্তে সাৱধান হওক, কিয়নো এইটোৱে আপোনাৰ একাউন্ট খালী কৰি দিব পাৰে।

এনে পৰিস্থিতি এৰাই চলিবলৈ আপুনি কেইটামান কথা সদায় মনত ৰাখিব লাগিব যাতে কোনো কাৰণতে আপুনি একাউন্টৰ ধন হেৰুৱাবলগীয়া নহয়।

Apply Now
  • আপোনাৰ ATM কাৰ্ড নম্বৰ, PIN, কাৰ্ডৰ বৈধতা সমাপ্তিৰ তাৰিখ, CVV কোড কেতিয়াও শ্বেয়াৰ নকৰিব।
  • আপোনাৰ PIN নম্বৰ সুকীয়া হোৱা উচিত। এইটো আপোনাক গাড়ীৰ নম্বৰ বা কোনো সহজতে জানিব পৰা নম্বৰ হোৱা উচিত নহয়।
  • কোনো সমস্যা উদ্ভৱ হ’লে ATM বুথৰ ছিকিউৰিটি গাৰ্ডকে ধৰি আন কোনো অপৰিচিত ব্যক্তিৰ পৰা সহায় নল’ব।
  • নগদ ধন উলিওৱাৰ পূৰ্বে কোনো সন্দেহজনক যন্ত্ৰ বা কেমেৰা লগোৱা আছে নেকি তাক ATM মেচিনত পৰীক্ষা কৰি চাওক।
  • মোবাইলত কোনো অপৰিচিত এপ ইনষ্টল নকৰিব। কোনোৱে যদি আপোনাক সেয়া কৰিবলৈ ফোন কৰে, তাৎক্ষণিকভাৱে তেওঁৰ নম্বৰটো আৰক্ষীক অৱগত কৰাওক।
  • কোনো লোকৰে সৈতে OTP শ্বেয়াৰ নকৰিব।
  • কোনোবাই আপোনাক শেহতীয়া কাৰ্যকলাপৰ বাখ্যা কৰি তথা সেই কাৰ্যকলাপৰ সন্দৰ্ভত তথ্য বিচাৰি ফোন কৰিব পাৰে। কোনো ব্যক্তিগত তথ্য শ্বেয়াৰ কৰাৰ পৰা সাৱধান থাকিব।
  • কেতিয়াবা আপুনি এমাজন, ফ্লিপকাৰ্ট আদিৰ দৰে বিখ্যাত ই-কমাৰ্ছ ছাইটৰ পৰা অ’ফাৰ লাভ কৰিব পাৰে। আপোনাৰ কাৰ্ডেৰে কোনো সামগ্ৰী ক্ৰয় কৰাৰ পূৰ্বে URL টো সাৱধানেৰে পৰীক্ষা কৰি চাওক।
  • বেংকৰ পৰা যদি কোনোবাই আপোনাক আপোনাৰ মোবাইল ফোনটোৰ ছুইটছ অফ কৰিবলৈ কয়, সেয়া নকৰিব।
  • বেংক একাউন্টৰ সৈতে আপোনাৰ মোবাইল নম্বৰ আৰু ই-মেইল আপডেট কৰি ৰখাটো সদায় অত্যন্ত আৱশ্যকীয়।
  • আপোনাৰ একাউন্টত কোনো সন্দেহজনক কাৰ্যকলাপৰ সংঘটিত হ’লে ততাতয়াকৈ বেংক কৰ্তৃপক্ষ তথা আৰক্ষীক অৱগত কৰাওক।
  • যদি কোনোৱে আপোনাক এক বৃহৎ অংকৰ পুৰষ্কাৰ, চাকৰি, মোবাইল টাৱাৰ বহুওৱাৰ বিনিময়ত এক নিৰ্দিষ্ট পৰিমানৰ ধন জমা কৰিবলৈ কয়, সেয়া আপুনি কেতিয়াও নকৰিব। এয়া সম্পূৰ্ণ প্ৰৱঞ্চকৰ কাণ্ড।

প্ৰৱঞ্চকসকলে আপোনাক ঠগিবলৈ সদায় নিত্য নতুন কৌশল ব্যৱহাৰ কৰে। সেয়ে, সাৱধান হওক।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

July 6, 2026 8:23 pm
কিয় সফল নহ’ল চুপা চুপি?

কিয় সফল নহ’ল চুপা চুপি?

July 6, 2026 8:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd