• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, March 8, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

এইবিধ জন্তুৱে চাঞ্চল্যৰ সৃষ্টি কৰিলে দেশৰ এখন ৰাজ্যত ,কি জন্তু এয়া?

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , January 27, 2021 4:24 pm

1 min read

Goat-kid
374
VIEWS
Share on FacebookShare on Twitter

এবিধ জন্তুই বেছ চাঞ্চল্যৰ সৃষ্টি কৰিলে দেশকৰ এখন ৰাজ্যত ।

বিচিত্ৰ আকৃতিৰ এই জন্তু বিধ চাবলৈ দূৰ-দূৰণিৰ পৰাও বহু লোকৰ সমাগম ঘটা দেখিবলৈ পোৱা গ’ল।

জন্তু বিধৰ মাত্ৰ এটাই চকু আৰু সেই চকুটো আছে কপালে।

আচৰিত কথাটো হ’ল সেই এটা চকুৰ ভিতৰতে আছে আকৌ দুটাকৈ মণি।

উত্তৰ প্ৰদেশৰ বিজনৰত জন্ম লাভ কৰা এই ছাগলী পোৱালিটোৰ মুখ খনৰ গঠনো অদ্ভুত।

ছাগলী পোৱালিটোৰ জিভা খন বাহিৰলৈ ওলাই অহা। দেখিবলৈ অদ্ভুত এই ছাগলী পোৱালিটো চাবলৈ বহু লোকে ভিৰ কৰা পৰিলক্ষিত হয়।

একাংশ অন্ধবিশ্বাসী লোকে কপালত চকু থকা এই অদ্ভুত আকৃতিৰ ছাগলী পোৱালিটোক শিৱৰ অন্য এক ৰূপ বুলি কবলৈ আৰম্ভ কৰা দেখা গৈছে।

অৱশ্যে অন্ধবিশ্বাসীসকলৰ দাবীক একাষৰীয়া কৰি থৈ বিজনৰৰ পশু চিকিৎসক পুস্কৰ ৰাথিয়ে প্ৰকাশ কৰিছে যে জিনৰ বিসংগতিৰ বাবেই ছাগলী পোৱালিটো দেখিবলৈ অদ্ভুত ধৰণৰ হৈছে।

তেওঁ লগতে কয় যে এনে ঝৰণৰ বিসংগতি থকা জীৱ সমূহ বেছি দিন বাচি নাথাকে।

এয়া এক জন্মগত বিসংগতি বুলি উল্লেখ কৰি ৰাথিয়ে কয় যে ইয়াৰ সৈতে কোনো ধৰ্মীয় কথা অথবা বিশ্বাস জৰিত হৈ নাই।

Recent News

155512718_4069084763109762_1614877952894308684_o

মন্ত্ৰী অতুল বৰাক প্ৰত্যাহ্বান জনায় বোকাখাতত কোনে কোনে দাখিল কৰিলে মনোয়ন পত্র?

বলিউড : সুশান্ত সিং ৰাজপুতক ড্ৰাগছ যোগান ধৰা তিনিজন লোকক আটক কৰিলে এনচিবিয়ে

বলিউড : সুশান্ত সিং ৰাজপুতক ড্ৰাগছ যোগান ধৰা তিনিজন লোকক আটক কৰিলে এনচিবিয়ে

index

নিৰ্বাচনত বিজেপিক বৰ্জনৰ আহ্বান সদৌ অসম নাথ-যোগী ছাত্ৰ সন্থাৰ

digital-media-ethics-1024x512

কেন্দ্ৰৰ ডিজিটেল মিডিয়া নীতিক লৈ গভীৰ উদ্বেগ প্ৰকাশ এডিটৰ্ছ গীল্ড অফ ইণ্ডিয়াৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd