• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গৰিয়া মৰিয়া দেশী লোকসকলৰ সুকীয়া জৰীপ আৰু উন্নয়ন নিগম গঠন কৰিবলৈ দাবী

সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ বিশ্বনাথ সদৰ আঞ্চলিকৰ সাধাৰণ সভা

কাজী জেইদুল ইছলাম by কাজী জেইদুল ইছলাম
October 12, 2020 12:05 pm
a IMG20201011123550
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিশ্বনাথ ঘাটত সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ বিশ্বনাথ জিলা সমিতিৰ অন্তৰ্গত বিশ্বনাথ সদৰ আঞ্চলিকৰ এখন সম্প্ৰসাৰণ সভা অনুষ্ঠিত হয় ।

সভাত প্ৰায় শতাধিক পুৰুষ-মহিলা, যুৱক-যুৱতীয়ে অংশগ্ৰহণ কৰে । সভাত বিশ্বনাথ জিলা সমিতিৰ প্ৰাক্তন সাধাৰণ সম্পাদক তথা বৰ্তমানৰ ৰাজ্যিক সাধাৰণ সম্পাদক (প্ৰশাসন) অধিবক্তা মইনুল ইছলামৰ উপৰি বিশ্বনাথ জিলা সমিতিৰ সভাপতি আফতাব উদ্দিন আহমেদ, উপ সভাপতি কাজি নজৰুল ইছলাম, সাধাৰণ সম্পাদক (সংগঠন) নেকিব আহমেদ, সহকাৰী সাধাৰণ সম্পাদক আচিফ আলি, ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য ৰেকিব আলি আহমেদ, ঘাঁহিগাওঁ আঞ্চলিকৰ যুটীয়া সাধাৰণ সম্পাদক হবিবুৰ ৰহমান আদি উপস্থিত থাকে ।

Apply Now

সভাত ৰাজ্যিক সাধাৰণ সম্পাদক (প্ৰশাসন) অধিবক্তা মইনুল ইছলামে কয় যে গৰিয়া মৰিয়া দেশী লোক সকলে নিজৰ অধিকাৰ প্ৰাপ্য বিচৰা বাবে এচাম বংগমূলীয় লোকে সংগঠনটোৰ সদস্য সকলক সমাজ বিভাজনকাৰী বুলি আখ্যা দিয়াটোৱে তেওঁলোকৰ সুবিধাবাদী চৰিত্ৰ উদঙাই দিছে ।

তেওঁ লগতে অসম চৰকাৰে বিধান সভাত কৰা ঘোষণা মতে গৰিয়া মৰিয়া দেশী লোক সকলৰ সুকীয়া জৰীপ কৰিবলৈ আৰু উন্নয়ন নিগম গঠন কৰিবলৈ দাবী জনায় ।

চাহ জনগোষ্ঠীয় লোকসকলক জনজাতিৰ মৰ্য্যদা দিবলৈ চৰকাৰে বিবেচনা কৰাৰ পৰিৱৰ্তে অসমৰ বিভিন্ন খিলঞ্জীয়া জনগোষ্ঠীৰ পৰা ধৰ্মান্তৰিত গৰিয়া মৰিয়া দেশী লোক সকলৰ সুকীয়া জৰীপত বিলম্ব কৰা কথাটোত সংগঠনটোৱে এক ৰাজনৈতিক অভিসন্ধিৰ গোন্ধ পোৱা বুলি ৰাজ্যিক সাধাৰণ সম্পাদকগৰাকীয়ে উল্লেখ কৰে ।

 সভাত সৰ্বসন্মতি ক্ৰমে বিশ্বনাথ সদৰ আঞ্চলিকৰ পদবীৰ কিছু সালসলনি কৰি সভাপতি অধিবক্তা তৌফিক আহমেদক সহায় কৰিবলৈ সম্পাদকৰ দায়িত্বত থকা আজিজুৰ ৰহমানক কাৰ্যকৰী সভাপতি দায়িত্ব অৰ্পণ কৰা হয় । লগতে সভাই দাৰাজ আহমেদক সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত কৰে ।

কাজী জেইদুল ইছলাম

কাজী জেইদুল ইছলাম

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd