• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

উজনিত পুনৰ সক্ৰিয় খাৰুৱা তেলৰ চোৰাং সৰবৰাহকাৰী; তেল চুৰিত নামিছে অনা অসমীয়া তেল চোৰ

পার্শ্বজোতি গগৈ, শিৱসাগৰ by পার্শ্বজোতি গগৈ, শিৱসাগৰ
August 6, 2022 12:55 pm
আৰক্ষীৰ জালত পৰা খাৰুৱা তেল চুৰিত জড়িত লোককেইজন। ফটো: নৰ্থইষ্ট নাও।

আৰক্ষীৰ জালত পৰা খাৰুৱা তেল চুৰিত জড়িত লোককেইজন। ফটো: নৰ্থইষ্ট নাও।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উজনিত পুনৰ সক্ৰিয় খাৰুৱা তেলৰ চোৰাং সৰবৰাহকাৰী চক্ৰ। এইবাৰ তেল চুৰিত নামিছে অনা অসমীয়া তেল চোৰ। গৌৰিসাগৰ আৰক্ষীৰ জালত পৰিছে খাৰুৱা তেল চুৰিৰ লগত জড়িত ৪ জন লোক।

গৌৰিসাগৰ আৰক্ষীয়ে ৪৮ ড্ৰাম চোৰাং খাৰুৱা তেল সহ এখন ট্ৰাক জব্দ কৰে।

ট্ৰাকখনৰ চালক, হেন্দিমেন উত্তৰ প্ৰদেশৰ অমৰজিত আৰু হৰ্চ পালক গ্ৰেপ্তাৰ কৰি সোধা পোচা কৰাৰ পিছত চোৰাং খাৰুৱা তেলৰ ড্ৰাম সমুহ তিনিচুকীয়াৰ এটা গোডামৰ পৰা অনা বুলি স্বীকাৰ কৰে।

Apply Now

লগতে পঢ়ক: অৱশেষত মুকলি আকাশৰ তললৈ আহিল বক্সাৰ মাইনা চুতীয়া ওৰফে প্ৰণীতা চুতীয়া

চালক-হেন্দিমেনৰ স্বীকাৰোক্তিৰ ভিত্তিত গৌৰিসাগৰ আৰক্ষীৰ এটা দলে তিনিচুকীয়াৰ পৰা দয়ানিধন গুপ্তা আৰু প্ৰেম দৰ্শন সিং নামৰ দুজন ব্যক্তিক গ্ৰেপ্তাৰ কৰে।

উল্লেখ্য যে সুদুৰ কানপুৰৰ পৰা তিনিচুকীয়াত ভাৰা ঘৰ লৈ দয়ানিধন গুপ্তা নামৰ অনা অসমীয়া লোকজনে চলাই আছিল খাৰুৱা তেলৰ চোৰাং কাৰোবাৰ।

ধৃত দয়ানিধন গুপ্তাৰ ভাৰা গৃহৰ কাষতে থকা এটা গুডামৰ পৰা খাৰুৱা তেল চুৰিৰ লগত জড়িত বহু সামগ্ৰী উদ্ধাৰ কৰি তিনিচুকীয়া আৰক্ষীক চমজাই দিয়ে।

লগতে পঢ়ক: টীয়কৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাই পথৰ ওপৰত দাউ দাউকৈ জ্বলিল টেংকাৰ

প্ৰেম দৰ্শন সিং নামৰ লোকজনক আৰক্ষীৰ চকুত ধুলি দিবলৈ চোৰাং খাৰুৱা তেল খিনি জ্বলা মবিলৰ ভূৱা জিএছটি বিল দিয়াৰ বাবে গ্ৰেপ্তাৰ কৰে বুলি জানিবলৈ দিয়ে গৌৰিসাগৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে।

পার্শ্বজোতি গগৈ, শিৱসাগৰ

পার্শ্বজোতি গগৈ, শিৱসাগৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জিম ট্ৰেইনাৰৰ প্ৰেমত পৰি স্বামীক হত্যাৰ পৰিকল্পনা! উপৰ্যুপৰি ছুৰীকাঘাত, মিছন ব্যৰ্থ হোৱাত সোমাল ৰঙাঘৰত

জিম ট্ৰেইনাৰৰ প্ৰেমত পৰি স্বামীক হত্যাৰ পৰিকল্পনা! উপৰ্যুপৰি ছুৰীকাঘাত, মিছন ব্যৰ্থ হোৱাত সোমাল ৰঙাঘৰত

October 29, 2026 4:29 pm
অনুমতি অবিহনে গ্ৰাহকৰ একাউণ্টৰ পৰা অন্তৰ্ধান ৩৫ কোটি টকা; মেনেজাৰকে ধৰি ৫ কৰ্মচাৰী নিলম্বিত

অনুমতি অবিহনে গ্ৰাহকৰ একাউণ্টৰ পৰা অন্তৰ্ধান ৩৫ কোটি টকা; মেনেজাৰকে ধৰি ৫ কৰ্মচাৰী নিলম্বিত

October 29, 2026 3:17 pm
‘ক্ষমতা সলনিৰ পৰিকল্পনা’লৈ হিংসাত লিপ্ত হ’লে নাপাব চৰকাৰী চাকৰি; নিৰ্দেশ জাৰি চৰকাৰৰ

‘ক্ষমতা সলনিৰ পৰিকল্পনা’লৈ হিংসাত লিপ্ত হ’লে নাপাব চৰকাৰী চাকৰি; নিৰ্দেশ জাৰি চৰকাৰৰ

October 29, 2026 2:34 pm
অসম সচিবালয়ত কম্পিউটাৰৰ পৰা আলপিনলৈকে নাটনি, প্ৰশাসনিক কাম-কাজত স্থবিৰতা

অসম সচিবালয়ত কম্পিউটাৰৰ পৰা আলপিনলৈকে নাটনি, প্ৰশাসনিক কাম-কাজত স্থবিৰতা

October 29, 2026 2:28 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জিম ট্ৰেইনাৰৰ প্ৰেমত পৰি স্বামীক হত্যাৰ পৰিকল্পনা! উপৰ্যুপৰি ছুৰীকাঘাত, মিছন ব্যৰ্থ হোৱাত সোমাল ৰঙাঘৰত

জিম ট্ৰেইনাৰৰ প্ৰেমত পৰি স্বামীক হত্যাৰ পৰিকল্পনা! উপৰ্যুপৰি ছুৰীকাঘাত, মিছন ব্যৰ্থ হোৱাত সোমাল ৰঙাঘৰত

October 29, 2026 4:29 pm
অনুমতি অবিহনে গ্ৰাহকৰ একাউণ্টৰ পৰা অন্তৰ্ধান ৩৫ কোটি টকা; মেনেজাৰকে ধৰি ৫ কৰ্মচাৰী নিলম্বিত

অনুমতি অবিহনে গ্ৰাহকৰ একাউণ্টৰ পৰা অন্তৰ্ধান ৩৫ কোটি টকা; মেনেজাৰকে ধৰি ৫ কৰ্মচাৰী নিলম্বিত

October 29, 2026 3:17 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd