• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 2, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ভাৰতৰ মানচিত্ৰত নাই উত্তৰ-পূব! স্কটলেণ্ডৰ ৰেষ্টুৰেণ্টত ক্ষুব্ধ হৈ পৰিল লাভলিনা; সৰৱ ভাৰতীয় বক্সিং সন্থাও

দেশৰ বিকৃত মানচিত্ৰ দেখি লাভলিনাই নিজৰ খং নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে। তেওঁ প্ৰতিবাদ কৰিলে।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 2, 2026 2:29 pm
7
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গ্লাছগোৰ এখন ৰেষ্টুৰেণ্টত খাদ্য গ্ৰহণ কৰি থকাৰ সময়তে বক্সাৰ লাভলিনা বৰগোহাঁই ক্ষুব্ধ হৈ পৰে। ভাৰতীয় বক্সিং ফেডাৰেচনেও তেওঁৰ প্ৰতিবাদত সহযোগ কৰে।

কমনৱেলথ গেমছৰ ৰূপৰ পদক বিজয়ী বক্সাৰগৰাকীয়ে ৰেষ্টুৰেণ্টখনত যোগান ধৰা নেপকিনত ভাৰতৰ অসম্পূৰ্ণ মানচিত্ৰ দেখা পাই নিজৰ খং নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে।

Apply Now

গ্লাছগোৰ এখন ৰেষ্টুৰেণ্ট ‘মি: সিংহ’ছ ইণ্ডিয়া – দ্য হোম অৱ কাৰি’য়ে ভাৰতীয় দলটোক আমন্ত্ৰণ জনাইছিল। ভাৰতীয় খেলুৱৈসকলে নিমন্ত্ৰণ গ্ৰহণ কৰি তাতেই খাবলৈ গৈছিল।

তাত দিয়া নেপকিনত ৰেষ্টুৰেণ্টখনৰ নামৰ সৈতে ভাৰতৰ মানচিত্ৰ ছপা কৰা আছিল। কিন্তু মানচিত্ৰখন অসম্পূৰ্ণ আছিল। ইয়াত কাশ্মীৰৰ এটা অংশ আৰু সমগ্ৰ উত্তৰ-পূৰ্ব ভাৰত অন্তৰ্ভুক্ত কৰা হোৱা নাছিল।

নেপকিনত দেশৰ এনে বিকৃত মানচিত্ৰ দেখি লাভলিনাই নিজৰ খং নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে। তেওঁ প্ৰতিবাদ কৰিলে।

লাভলিনাই কয়, “নেপকিনত ছপা কৰা মানচিত্ৰত সমগ্ৰ উত্তৰ-পূব ভাৰত অন্তৰ্ভুক্ত কৰা হোৱা নাই। এইটো গ্ৰহণযোগ্য নহয়। দেশৰ প্ৰতিটো অংশ গুৰুত্বপূৰ্ণ আৰু সম্পূৰ্ণ মানচিত্ৰ ছপা কৰা উচিত।”

অলিম্পিক পদক বিজয়ী বক্সাৰগৰাকীৰ এই বক্তব্যক সমৰ্থন কৰে বিএফআইয়ে। সংস্থাটোৰ সভাপতি অজয় ​​সিঙে কয় যে, “নেপকিনৰ মেপখনত কাশ্মীৰৰ এটা অংশও অন্তৰ্ভুক্ত কৰা হোৱা নাই। আমি সংশ্লিষ্ট ৰেষ্টুৰেণ্ট কৰ্তৃপক্ষক ভুলটো অতি সোনকালে শুধৰাই দিবলৈ কৈছো।”

All Indian players went to a restaurant in Glasgow to celebrate victory in commonwealth games when they noticed incomplete map of India..

Boxer Lovlina Borgohain who recently won silver medal in commonwealth games objected to a map of India printed on the restaurant’s napkins as… pic.twitter.com/gfSGXmx00B

— Trupti Garg (@garg_trupti) August 2, 2026

গ্লাছগোৰ ভাৰতীয় ৰেষ্টুৰেণ্ট কৰ্তৃপক্ষই অৱশ্যে ভাৰতৰ বিকৃত মানচিত্ৰক লৈ কোনো বক্তব্য প্ৰকাশ কৰা নাই।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিদেশত পঢ়াৰ খৰচ ক’ৰ পৰা আহিল? চিজেপিৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকেৰ পিতৃৰ সম্পত্তিৰ তদন্তৰ দাবী আৰটিআই কৰ্মীৰ

বিদেশত পঢ়াৰ খৰচ ক’ৰ পৰা আহিল? চিজেপিৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকেৰ পিতৃৰ সম্পত্তিৰ তদন্তৰ দাবী আৰটিআই কৰ্মীৰ

August 2, 2026 3:09 pm
ভাৰতৰ মানচিত্ৰত নাই উত্তৰ-পূব! স্কটলেণ্ডৰ ৰেষ্টুৰেণ্টত ক্ষুব্ধ হৈ পৰিল লাভলিনা; সৰৱ ভাৰতীয় বক্সিং সন্থাও

ভাৰতৰ মানচিত্ৰত নাই উত্তৰ-পূব! স্কটলেণ্ডৰ ৰেষ্টুৰেণ্টত ক্ষুব্ধ হৈ পৰিল লাভলিনা; সৰৱ ভাৰতীয় বক্সিং সন্থাও

August 2, 2026 2:29 pm
চন্দ্ৰপৃষ্ঠত প্ৰচণ্ড খুন্দা মাৰিব ৰকেটে! চন্দ্ৰৰ গাত নতুন দাগ লগাব আমেৰিকাই? অপেক্ষাত অস্থিৰ বিজ্ঞানীসকল

চন্দ্ৰপৃষ্ঠত প্ৰচণ্ড খুন্দা মাৰিব ৰকেটে! চন্দ্ৰৰ গাত নতুন দাগ লগাব আমেৰিকাই? অপেক্ষাত অস্থিৰ বিজ্ঞানীসকল

August 2, 2026 12:22 pm
অসমৰ বান পৰিস্থিতিৰ কিছু উপশম ঘটিছে; এতিয়াও বানাক্ৰান্ত ১.৭৮ লাখৰো অধিক লোক

অসমৰ বান পৰিস্থিতিৰ কিছু উপশম ঘটিছে; এতিয়াও বানাক্ৰান্ত ১.৭৮ লাখৰো অধিক লোক

August 2, 2026 10:34 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিদেশত পঢ়াৰ খৰচ ক’ৰ পৰা আহিল? চিজেপিৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকেৰ পিতৃৰ সম্পত্তিৰ তদন্তৰ দাবী আৰটিআই কৰ্মীৰ

বিদেশত পঢ়াৰ খৰচ ক’ৰ পৰা আহিল? চিজেপিৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকেৰ পিতৃৰ সম্পত্তিৰ তদন্তৰ দাবী আৰটিআই কৰ্মীৰ

August 2, 2026 3:09 pm
ভাৰতৰ মানচিত্ৰত নাই উত্তৰ-পূব! স্কটলেণ্ডৰ ৰেষ্টুৰেণ্টত ক্ষুব্ধ হৈ পৰিল লাভলিনা; সৰৱ ভাৰতীয় বক্সিং সন্থাও

ভাৰতৰ মানচিত্ৰত নাই উত্তৰ-পূব! স্কটলেণ্ডৰ ৰেষ্টুৰেণ্টত ক্ষুব্ধ হৈ পৰিল লাভলিনা; সৰৱ ভাৰতীয় বক্সিং সন্থাও

August 2, 2026 2:29 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd