• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আৰক্ষী বনাম অধিবক্তা: জ্ঞানেন্দ্ৰ হত্যাক লৈ ঐক্যবদ্ধ যুঁজত গোলাঘাটৰ উকীল সমাজ

ৰিতুপল্লৱ শইকীয়া by ৰিতুপল্লৱ শইকীয়া
December 13, 2018 3:17 pm
Photo of the deceased Gyanendra Rajkhowa

নিহত জ্ঞানেন্দ্ৰ ৰাজখোৱাৰ ছবি। নৰ্থ ইষ্ট নাও।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গোলাঘাটৰ হাবিয়াল গাঁৱত অসমৰ পঞ্চায়্ত নিৰ্বাচনৰ প্ৰথম ভোট গ্ৰহণৰ দিনটোত আৰক্ষীৰ গুলীত বিদ্ধ হৈ প্ৰাণ হেৰুওৱা জ্ঞানেন্দ্ৰ ৰাজখোৱা হত্যাক পোনপটীয়াকৈ “পুলিচী নৃশংসতা”ৰূপে অভিহিত কৰি ইয়াৰ বিৰুদ্ধে ঐক্যবদ্ধ যুঁজৰ সংকল্প লৈছে জিলাখনৰ সমগ্ৰ অধিবক্তা সমাজে।

ঘটনাটোৰ আৰক্ষী পৰ্য্যায়ত চলিত তদন্তত অসন্তষ্টি প্ৰকাশ কৰি এই সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ত এক ৰাজহুৱা স্বাৰ্থজৰিত আবেদন দাখিলৰ বাবে বুধবাৰে সাধাৰণ সভাত সৰ্বসন্মত সিদ্ধান্ত গ্ৰহণ কৰিছে গোলাঘাট বাৰ এচ’চিয়ে’চনে।

Apply Now

“উচ্চ ন্যায়ালয়ৰ অধীনত এটা বিশেষ তদন্তকাৰী গোট গঠনৰ বাবে আমি গুৱাহাটী উচ্চ ন্যায়ালয়ত প্ৰাৰ্থনা জনোৱাৰ সিদ্ধান্ত লৈছো,” নৰ্থ ইষ্ট নাও-ক জনালে এচ’চিয়ে’চনৰ সভাপতি মহেন্দ্ৰ নাথ দত্তই।

ঘটনাটোৰ বৰ্তমান চলি থকা তদন্তত মুঠেও সন্তুষ্ট নহয় অধিবক্তা সমাজ। চলিত তদন্তই সমগ্ৰ বিষয়টোত আৰক্ষীয়ে প্ৰদান কৰা গুৰুত্বক লৈ “সন্দেহ”ৰহে সৃষ্টি কৰিছে বুলি মন্তব্য কৰিছে এচ’চিয়ে’চনে।

“অপৰাধ অনুসন্ধান বিধিৰ ১৬৪ ধাৰাৰ অধীনত মৃতকৰ বিৰুদ্ধে সাক্ষ্য সংগ্ৰহত আৰক্ষী ব্যস্ত আছে— যিটো আমাৰ মতে আন নহয়, কেৱল দোষী আৰক্ষী বিষয়াজনক সুৰক্ষা দিয়াৰ বাবেই কৰা হৈছে। তাৰোপৰি উপ আৰক্ষী অধীক্ষক পাৰ্থ প্ৰতীম শইকীয়াৰ বিৰুদ্ধে তদন্তৰ দায়িত্ব দিয়া হৈছে বোকাখাতৰ মহকুমা আৰক্ষী বিষয়াক— যিজনৰ বদলিৰ নিৰ্দেশ ঘটনাটোৰ পূৰ্বেই জাৰি হৈছে,” এই মন্তব্য এচ’চিয়ে’চনৰ সম্পাদক দুৰ্গা প্ৰসাদ জে’চৱালৰ।

লগতে পঢ়ক– শাস্তি হ’ব পাৰে আৰক্ষীৰ?

উপ আৰক্ষী অধীক্ষক শইকীয়া আৰু গোলাঘাট থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ বিৰুদ্ধে ৰাজ্যিক আৰক্ষী দায়বদ্ধতা আয়োগতো অভিযোগ দাখিল কৰিব অধিবক্তা সংগঠনটোৱে। তাৰোপৰি বিষয়া দুজনৰ “তৎকালীন” নিলম্বন দাবীৰে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালক এখন স্মাৰক পত্ৰ প্ৰদানৰ সিদ্ধান্তও গ্ৰহণ কৰিছে সংস্থাটোৱে।

গুলী চলোৱাৰ পৰিৱৰ্তে সীমা সুৰক্ষা বাহিনীৰ অৱসৰপ্ৰাপ্ত জোৱান, “মানসিকভাৱে বিকাৰগ্ৰস্ত” ৰাজখোৱাৰ বিৰুদ্ধে আন “অ-প্ৰাণঘাতী” পদ্ধতি গ্ৰহণ কৰিব পৰা হ’লহেঁতেন বুলিও মন্তব্য কৰিছে অধিবক্তা সংগঠনটোৱে।

“গোটেই ঘটনাটো পুলিচী নৃশংসতাৰ এটা জ্বলন্ত নিদৰ্শন,” সম্পাদক জে’চৱালৰ মন্তব্য।

ৰিতুপল্লৱ শইকীয়া

ৰিতুপল্লৱ শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

প্ৰধানমন্ত্ৰীৰ বাসগৃহৰ সন্মুখত প্ৰতিবাদ: ৰাহুল গান্ধীক আটক, স্বতন্ত্ৰ তদন্তৰ দাবী অসম নাগৰিক সন্মিলনৰ

প্ৰধানমন্ত্ৰীৰ বাসগৃহৰ সন্মুখত প্ৰতিবাদ: ৰাহুল গান্ধীক আটক, স্বতন্ত্ৰ তদন্তৰ দাবী অসম নাগৰিক সন্মিলনৰ

July 22, 2026 6:41 pm
চিজেপিৰ আন্দোলনত আৰক্ষীৰ ভূমিকাৰ এছআইটি তদন্তৰ দাবী: কেন্দ্ৰ আৰু দিল্লী আৰক্ষীলৈ উচ্চ ন্যায়ালয়ৰ জাননী

চিজেপিৰ আন্দোলনত আৰক্ষীৰ ভূমিকাৰ এছআইটি তদন্তৰ দাবী: কেন্দ্ৰ আৰু দিল্লী আৰক্ষীলৈ উচ্চ ন্যায়ালয়ৰ জাননী

July 22, 2026 5:36 pm
নিটৰ প্ৰশ্নকাকত ফাদিলক লৈ উত্তাল সদন! শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবীত ক’লা কাপোৰ পিন্ধি বিৰোধীৰ প্ৰতিবাদ

নিটৰ প্ৰশ্নকাকত ফাদিলক লৈ উত্তাল সদন! শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবীত ক’লা কাপোৰ পিন্ধি বিৰোধীৰ প্ৰতিবাদ

July 22, 2026 3:35 pm
মোদী চৰকাৰৰ স্বৈৰাচাৰী ৰূপ! ছাত্ৰৰ ন্যায়ৰ দাবীত ধৰণাত বহা ৰাহুল-প্ৰিয়ংকাক গ্ৰেপ্তাৰ: হিটলাৰী শাসনৰ বিৰুদ্ধে উত্তাল  ৰাজধানী

মোদী চৰকাৰৰ স্বৈৰাচাৰী ৰূপ! ছাত্ৰৰ ন্যায়ৰ দাবীত ধৰণাত বহা ৰাহুল-প্ৰিয়ংকাক গ্ৰেপ্তাৰ: হিটলাৰী শাসনৰ বিৰুদ্ধে উত্তাল  ৰাজধানী

July 22, 2026 2:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰধানমন্ত্ৰীৰ বাসগৃহৰ সন্মুখত প্ৰতিবাদ: ৰাহুল গান্ধীক আটক, স্বতন্ত্ৰ তদন্তৰ দাবী অসম নাগৰিক সন্মিলনৰ

প্ৰধানমন্ত্ৰীৰ বাসগৃহৰ সন্মুখত প্ৰতিবাদ: ৰাহুল গান্ধীক আটক, স্বতন্ত্ৰ তদন্তৰ দাবী অসম নাগৰিক সন্মিলনৰ

July 22, 2026 6:41 pm
চিজেপিৰ আন্দোলনত আৰক্ষীৰ ভূমিকাৰ এছআইটি তদন্তৰ দাবী: কেন্দ্ৰ আৰু দিল্লী আৰক্ষীলৈ উচ্চ ন্যায়ালয়ৰ জাননী

চিজেপিৰ আন্দোলনত আৰক্ষীৰ ভূমিকাৰ এছআইটি তদন্তৰ দাবী: কেন্দ্ৰ আৰু দিল্লী আৰক্ষীলৈ উচ্চ ন্যায়ালয়ৰ জাননী

July 22, 2026 5:36 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd