• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নাহৰফুটুকীৰ মাংস ‘ভক্ষণ’ কৰা চাৰিজনক গ্ৰেপ্তাৰ গোলাঘাট আৰক্ষীৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
April 25, 2020 11:21 am
Story-8-15-1140x570

প্ৰতিনিধিত্বমূলক ফটো। সৌজন্য: ছাফাৰী বুকিংছ

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গোলাঘাট আৰক্ষী বিষয়াই শুকুৰবাৰে জানিবলৈ দিয়ে যে তেওঁলোকে এটা নাহৰফুটুকী বাঘ হত্যা কৰা আৰু ইয়াৰ মাংস ‘ভক্ষণ’কৰা চাৰিজনক গ্ৰেপ্তাৰ কৰিছে।

আৰক্ষীয়ে জনায় যে সৰু নাহৰফুটুকীটো যোৱা ১৭ এপ্ৰিলত হত্যা কৰা হৈছিল আৰু ১৮ এপ্ৰিলত ইয়াৰ অৱশিষ্ট মৃতদেহৰ অংশ উদ্ধাৰ কৰা হৈছিল।

Apply Now

যিসকলে বাঘটো হত্যা কৰিছিল তেওঁলোকে ঘটনাটোৰ এটা ভিডিঅ’ বনাইছিল আৰু আৰু আৰক্ষীয়ে ভিডিঅ’টো ছচিয়েল মিডিয়াত প্ৰত্যক্ষ কৰাৰ পাছত অপৰাধীকেইজনক কৰায়ত্ত কৰিবলৈ এক অভিযান চলাইছিল।

আৰক্ষীয়ে জনায় যে নাহৰফুটুকীটোৰ পাছৰ ঠেং দুখন কাটি পেলোৱা হৈছিল আৰু ইয়াৰ ছাল, নেজ, দাঁত আৰু নখবোৰ নাছিল।

‘’বাঘটোৰ অৱশিষ্ট অংশ আহোমগাঁও গাঁৱৰ এখন বননিত পুতি থোৱা অৱস্থাত উদ্ধাৰ কৰা হৈছিল।‘’

ভিডিঅ’টোৰ পৰা আৰক্ষীয়ে অপৰাধীকেইজনক চিনাক্ত কৰিবলৈ সক্ষম হয় আৰু বৃহস্পতিবাৰে তেওঁলোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। অপৰাধীকেইজনক জুনমন গগৈ, ৰক্তিম গগৈ, থগীৰাম গগৈ আৰু নিত্যানন্দ শইকীয়া বুলি চিনাক্ত কৰা হৈছে।

ইপিনে, এগৰাকী অভিযুক্তই কয় যে একাংশ গাঁৱবাসীয়ে নাহফুটুকীটোৰ মাংস ভক্ষণ কৰিছিল। অৱশ্যে, দাবী কৰা মতে ইয়াৰ কোনো তথ্যগত প্ৰমান নাই।

বন্যপ্ৰাণী সুৰক্ষা আইনৰ অনুসূচী ১ৰ অধীনত নাহৰফুটুকী এবিধ সংৰক্ষিত প্ৰজাতি আৰু আৰ৭ঈয়ে এই আইনৰ ৯ ধাৰাৰ অধীনত অভিযুক্তকেইগৰাকীৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰিছে।

ৰাজ্যখনত লকডাউনৰ সময়তে এইদৰে বন্যপ্ৰাণী হত্যা কৰাৰ এইটোৱে প্ৰথম ঘটনা নহয়।

বাতৰি অনুসৰি, এই সময়ছোৱাত ৰাজ্যখনত আৰু তিনিটা বাঘ, এটা বনৰীয়া মেকুৰী আৰু এটা হাতী হত্যা কৰা হৈছে।

অলপতে, অৰুণাচল প্ৰদেশৰ কেইজনমান লোকে এটা বিশাল কিং কোব্ৰা মৰাৰ লগতে  অভিযোগ অনুসৰি ইয়াক ভক্ষণ কৰিছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নাম ধৰি মাতি কিছু কথা-বতৰা, তাৰ পাছতেই গুলী! কানাডাত ৰাজপথত ঢলি পৰিল ভাৰতীয় মূলৰ যুৱতী

নাম ধৰি মাতি কিছু কথা-বতৰা, তাৰ পাছতেই গুলী! কানাডাত ৰাজপথত ঢলি পৰিল ভাৰতীয় মূলৰ যুৱতী

July 27, 2026 3:21 pm
শান্তিপূৰ্ণ প্ৰতিবাদ সাংবিধানিক অধিকাৰ, কেৱল আন্দোলনৰ অজুহাতত লাঠীচালনা গ্ৰহণযোগ্য নহয়: উচ্চতম ন্যায়ালয়

শান্তিপূৰ্ণ প্ৰতিবাদ সাংবিধানিক অধিকাৰ, কেৱল আন্দোলনৰ অজুহাতত লাঠীচালনা গ্ৰহণযোগ্য নহয়: উচ্চতম ন্যায়ালয়

July 27, 2026 2:51 pm
ইথানল বিতৰ্ক: ভুৱা পোষ্টৰ বিৰুদ্ধে বম্বে উচ্চ ন্যায়ালয়ৰ কাষ চাপিল নীতিন গাডকাৰী

ইথানল বিতৰ্ক: ভুৱা পোষ্টৰ বিৰুদ্ধে বম্বে উচ্চ ন্যায়ালয়ৰ কাষ চাপিল নীতিন গাডকাৰী

July 27, 2026 2:28 pm
কমনৱেলথ গেমছ ২০২৬: একেৰাহে তৃতীয়বাৰৰ বাবে স্বৰ্ণ পদক জয় মীৰাবাই চানুৰ

কমনৱেলথ গেমছ ২০২৬: একেৰাহে তৃতীয়বাৰৰ বাবে স্বৰ্ণ পদক জয় মীৰাবাই চানুৰ

July 27, 2026 12:53 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নাম ধৰি মাতি কিছু কথা-বতৰা, তাৰ পাছতেই গুলী! কানাডাত ৰাজপথত ঢলি পৰিল ভাৰতীয় মূলৰ যুৱতী

নাম ধৰি মাতি কিছু কথা-বতৰা, তাৰ পাছতেই গুলী! কানাডাত ৰাজপথত ঢলি পৰিল ভাৰতীয় মূলৰ যুৱতী

July 27, 2026 3:21 pm
শান্তিপূৰ্ণ প্ৰতিবাদ সাংবিধানিক অধিকাৰ, কেৱল আন্দোলনৰ অজুহাতত লাঠীচালনা গ্ৰহণযোগ্য নহয়: উচ্চতম ন্যায়ালয়

শান্তিপূৰ্ণ প্ৰতিবাদ সাংবিধানিক অধিকাৰ, কেৱল আন্দোলনৰ অজুহাতত লাঠীচালনা গ্ৰহণযোগ্য নহয়: উচ্চতম ন্যায়ালয়

July 27, 2026 2:51 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd