• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, March 6, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

চৰকাৰে দেশৰ সকলো অবৈধ অনুপ্ৰৱেশকাৰীক চিনাক্ত আৰু বিতাড়ন কৰিব: অমিত শ্বাহ

Nenow এন ই নাও নিউজ
নতুন দিল্লী , July 18, 2019 4:00 am

1 min read

We will provide Hindi training classes for people of NE, Says Amit Shah

অমিত শ্বাহৰ ফাইল ছবি।

1.4k
VIEWS
Share on FacebookShare on Twitter

ভাৰত চৰকাৰে দেশৰ যিকোনো প্ৰান্ততে থকা অবৈধ অনুপ্ৰৱেশকাৰীক চিনাক্ত কৰিব আৰু আন্তঃৰাষ্ট্ৰীয় বিধি অনুযায়ী তেওঁলোকক বিতাড়ন কৰিব।

উচ্চ সদনত বুধবাৰে এই মন্তব্য কৰিছে ভাৰতৰ গৃ্হ মন্ত্ৰী অমিত শ্বাহে।

“আমি দেশৰ প্ৰতিটো কোণৰে অবৈধ অনুপ্ৰৱেশকাৰীক চিনাক্ত কৰিম আৰু বিতাড়ন কৰিম…,” শ্বাহে কয়।

অসমত চলিত এন আৰ চি প্ৰক্ৰিয়া দেশৰ আন ৰাজ্যতো ৰূপায়ণ কৰা হ’ব নেকি জানিব খোজা সমাজবাদী পাৰ্টি সাংসদ জাভেদ আলি খানৰ পৰিপূৰক প্ৰশ্নৰ উত্তৰত শ্বাহে এই মন্তব্য কৰিছে।

এই সন্দৰ্ভত অসমত চলিত এন আৰ চি উন্নীতকৰণ প্ৰক্ৰিয়া সন্দৰ্ভতো তেওঁ মন্তব্য কৰে।

“এন আৰ চি অসম চুক্তিৰ অংশ আৰু ই বিজেপিৰ ঘোষণাপত্ৰতো আছিল যাৰ আধাৰত ই ক্ষমতালৈ আহিছে,” তেওঁ কয়।

আনহাতে, গৃ্হৰাজ্য মন্ত্ৰী নিত্যানন্দ ৰায়ে এন আৰ চিৰ প্ৰকাশকাল পিছুৱাবলৈ চৰকাৰে উচ্চতম ন্যায়ালয়ত জনোৱা আবেদনৰ কথা উল্লেখ কৰে।

“যিহেতু বহু প্ৰকৃত নাগৰিকৰ নাম বাদ পৰিছে আৰু বহু বাদ পৰিব লগা নামো অন্তৰ্ভুক্ত হৈছে, সেয়ে এই ক্ষেত্ৰত সময়সীমা বঢ়াই দিয়াৰ বাবে আমি আদালতত আবেদন জনাইছো,” ৰায়ে কয়।

তেওঁ লগতে জনাই যে এন আৰ চিত হোৱা ত্ৰুটী দূৰ কৰাৰ দাবীৰে দাখিল কৰা প্ৰায় ২৫ লাখ আবেদন কেন্দ্ৰ আৰু ৰাষ্ট্ৰপতিৰ ওচৰত আছে।

Recent News

Prafulla satyabrata

মহাজোঁটৰ বাবে মহা অংক লৈ গুৱাহাটীত উপস্থিত প্ৰফুল্ল কুমাৰ মহন্ত

ajp

অসম জাতীয় পৰিষদৰ কোনে ক’ৰ পৰা লাভ কৰিলে প্ৰাৰ্থিত্ব?

Grand-Allience-750x375

কংগ্ৰেছ মহাজোঁটে ২১টা সমষ্টি এৰি দিলে মিত্ৰ AIUDF ক, কি কি সমষ্টি দিলে এৰি?

a bjp

প্রতীক্ষাৰ অন্ত: বিজেপি মিত্ৰজোঁটে ঘোষণা কৰিলে প্ৰাৰ্থী তালিকা, কোনে ক’ত পালে প্ৰাৰ্থিত্ব?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd