• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 27, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অসমত আন্তঃৰাজ্যিক পাৰ্মিটৰ ব্যৱস্থা নকৰিলে খিলঞ্জীয়াৰ পৰিচয় বিপদাপন্ন হ’ব : অঃ জাঃ যুঃ ছাঃ পঃ

NE NOW NEWS মুকুট দাস
গুৱাহাটী , August 20, 2018 10:55 pm

1 min read

Guwahati- ajycp protest
102
VIEWS
Share on FacebookShare on Twitter

অসমত শীঘ্ৰে আন্তঃৰাজ্যিক পাৰ্মিট ব্যৱস্থা প্ৰবৰ্তনৰ দাবীত আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে গুৱাহাটীৰ দীঘলিপুখুৰীত এক ৩ ঘণ্টীয়া অৱস্থান ধৰ্মঘত কাৰ্যসূচী পালন কৰে।

এই উদ্দেশ্যে সংগঠনটোৰ গুৱাহাটী সমিতিৰ সাধাৰণ সম্পাদক কৃষ্ণকান্ত ৰয়ে সংবাদ মাধ্যমৰ আগত কয়, ‘আন্তঃৰাজ্যিক পাৰ্মিট ব্যৱস্থা প্ৰবৰ্তন নকৰিলে ৰাজ্যখনৰ খিলঞ্জীয়া লোকসকলৰ পৰিচয় বিপদাপন্ন হ’ব।‘

অনুপ্ৰৱেশৰ সমস্যই ইতিমধ্যে ৰাজ্যখনৰ জনগাঁঠনি সলনি কৰি বিভিন্ন ক্ষুদ্ৰ সম্প্ৰদায়সমূহৰ অস্তিত্বৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে বুলিও তেওঁ মন্তব্য কৰে।

আনহাতে সংগঠনটোৰ গুৱাহাটী সমিতিৰ সভাপতি প্ৰদীপ কলিতাই কয়, ‘চৰকাৰে যদি অনতিপলমে আন্তঃৰাজ্যিক পাৰ্মিট প্ৰবৰ্তন নকৰে তেন্তে ৰাজ্যখনৰ খিলঞ্জীয়া লোকসকলৰ অৱস্থা ত্ৰিপুৰাত ত্ৰিপুৰীসকলৰ হোৱাৰ দৰে হ’ব।‘

অসমত  আন্তঃৰাজ্যিক পাৰ্মিট প্ৰবৰ্তন কৰিবলৈ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে দীৰ্ঘদিনৰ পৰা দাবী জনাই আহিছে বুলি উল্লেখ কৰি তেওঁ কয় যে কেন্দ্ৰীয় চৰকাৰে ৰাজ্যখনত ইয়াক বলৱৎ নকৰা পৰ্যন্ত তেওঁলোকে আন্দোলন চলাই যাব।

আজিৰ উক্ত অৱস্থান ধৰ্মঘট কাৰ্যসূচীত সংগঠনটোৰ গুৱাহাটী সমিতিৰ লগতে কেন্দ্ৰীয় সমিতিৰো বহুসংখ্যক নেতা-কৰ্মীয়ে অংশ গ্ৰহণ কৰে।

Recent News

এতিয়াৰে পৰা ১০ টা ভাষাত ভাৰতীয় লোক সকলে ব্যৱহাৰ কৰিব পাৰিব গুগল মেপ

এতিয়াৰে পৰা ১০ টা ভাষাত ভাৰতীয় লোক সকলে ব্যৱহাৰ কৰিব পাৰিব গুগল মেপ

গণৰাজ্য দিৱসৰ দিনটোতে কৃষ্ণাইত নৰপতি জাতীয় বিদ্যালয়ৰ শুভাৰম্ভ

গণৰাজ্য দিৱসৰ দিনটোতে কৃষ্ণাইত নৰপতি জাতীয় বিদ্যালয়ৰ শুভাৰম্ভ

বদৰপুৰৰ কংগ্ৰেছী বিধায়ক জামাল উদ্দিন আহমেদৰ আকস্মিক দেহাৱসান

বদৰপুৰৰ কংগ্ৰেছী বিধায়ক জামাল উদ্দিন আহমেদৰ আকস্মিক দেহাৱসান

কোন দীপ সিদ্ধু? যাৰ ওপৰত দিল্লীৰ হিংসাত্মক ঘটনাক প্ৰৰোচিত কৰাৰ অভিযোগ

কোন দীপ সিদ্ধু? যাৰ ওপৰত দিল্লীৰ হিংসাত্মক ঘটনাক প্ৰৰোচিত কৰাৰ অভিযোগ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd