DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, December 1, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

প্ৰেমৰ বাবেই চৰম সিদ্ধান্ত গ্ৰহণ কৰিলে গুৱাহাটীৰ যুৱকে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 12, 2023 8:10 am
1.8k
VIEWS
Share on FacebookShare on Twitter

প্ৰেমৰ বাবেই চৰম সিদ্ধান্ত গ্ৰহণ কৰিলে গুৱাহাটীৰ ফুকলীয়া যুৱকে।

শনিবাৰে গুৱাহাটীত এজন যুৱকে আত্মহত্যা কৰাৰ দুখজনক খবৰ পোহৰলৈ আহিছে।

নিহত যুৱকজনৰ ঘৰ কাহিলীপাৰাৰ সমীপৱৰ্তী ওদালবাক্ৰা অঞ্চলত। 

প্ৰেমজনিত কাৰণত যুৱকজনে এই চৰম সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে।

নিহত যুৱকজন ৰোহিত চাংমা। 

জানিব পৰা মতে ৰোহিতৰ বয়স নামৰ ২২ বছৰ।

তেওঁ এই চৰম পদক্ষেপ লোৱাৰ আঁৰৰ কাৰণ প্ৰেম সম্পৰ্কীয় বুলি ধাৰণা কৰা হৈছে বুলি সূত্ৰই প্ৰকাশ কৰিছে।

এই দুখজনক ঘটনাই স্থানীয় ৰাইজক স্তম্ভিত কৰি তুলিছে।

Recent News

এনে চোৰ দেখা নাই! সা-সৰঞ্জাম সহ চুৰি কৰি লৈ গ’ল ৫০ মিটাৰ উচ্চতাৰ মোবাইল টাৱাৰ

এনে চোৰ দেখা নাই! সা-সৰঞ্জাম সহ চুৰি কৰি লৈ গ’ল ৫০ মিটাৰ উচ্চতাৰ মোবাইল টাৱাৰ

তদন্ত আদৰণীয় যদিও বিষয়টো গুৰুতৰ; পান্নুন হত্যাৰ ষড়যন্ত্ৰৰ অভিযোগক লৈ ক্ষোভ আমেৰিকাৰ!

তদন্ত আদৰণীয় যদিও বিষয়টো গুৰুতৰ; পান্নুন হত্যাৰ ষড়যন্ত্ৰৰ অভিযোগক লৈ ক্ষোভ আমেৰিকাৰ!

প্ৰকাশ পালে সন্তোষ ট্ৰফীৰ ফাইনেল ৰাউণ্ডৰ গ্ৰুপ বিভাগ; কোন গ্ৰুপত কাৰ লগত থাকিল অসম?

প্ৰকাশ পালে সন্তোষ ট্ৰফীৰ ফাইনেল ৰাউণ্ডৰ গ্ৰুপ বিভাগ; কোন গ্ৰুপত কাৰ লগত থাকিল অসম?

লোকসভা নিৰ্বাচনৰ বাবে কৌশল ৰচনাৰ বাবে ডিব্ৰুগড়ত অনুষ্ঠিত হৈছে ১৫টা বিৰোধী দলৰ বৈঠক

লোকসভা নিৰ্বাচনৰ বাবে কৌশল ৰচনাৰ বাবে ডিব্ৰুগড়ত অনুষ্ঠিত হৈছে ১৫টা বিৰোধী দলৰ বৈঠক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd