• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘হিমন্ত কংগ্ৰেছত আহিলে, মই বিজেপিত যাম’; মহাজোঁটৰ ‘ষ্টাৰ কেম্পেইনাৰ’ হাগ্ৰামাৰ কটাক্ষ!

এন ই নাও নিউজ by এন ই নাও নিউজ
March 25, 2021 4:38 pm
Hagrama-Himanta-750x375
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি অসম বিধানসভাৰ প্ৰথম পৰ্য্যায়ৰ ৪৭টা সমষ্টিৰ নিৰ্বাচনী প্ৰচাৰৰ সামৰণি পৰিব। পুনৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ব্যস্ত হৈ পৰিব ৰাজনৈতিক দলৰ নেতাসকল।

ইয়াৰ মাজতে যোৱা কেইদিন ধৰি নিৰ্বাচনী প্ৰচাৰে উত্তপ্ত কৰি তোলে ৰাজ্যখনক।

Apply Now

বিজেপিয়ে লানি নিছিগাকৈ ষ্টাৰ কেম্পেইনাৰক প্ৰচাৰত নমোৱাৰ বিপৰীতে মহাজোঁটৰ ষ্টাৰ কেম্পেইনাৰ হিচাপেও আছে কেইবাগৰাকীও নেতা।

কিন্তু দিল্লীৰ পৰা অহা ষ্টাৰ কেম্পেইনাৰৰ তুলনাত আমাৰ ‘লোকেল ষ্টাৰ কেম্পেইনাৰ’ৰ ভাষ্যসমূহেহে অসমৰ ৰাইজক অধিক আকৰ্ষণ কৰা দেখা গৈছে।

ধন আৰু ক্ষমতাৰে বাহুবলী বিজেপিৰ লোকেল ষ্টাৰ কেম্পেইনাৰ মামা হিমন্তই ইতিমধ্যে ইমূৰৰ পৰা সিমূৰলৈ বুলি উধাতু খাই দৌৰি ফুৰিছে, নাচিছে, বাইকত উঠিছে আৰু সময়ে সময়ে ৰস প্ৰদানৰ চেষ্টা কৰি কটাক্ষও কৰিছে বিৰোধীক।

কিন্তু ইয়াৰ বিপৰীতে মাহজোঁটৰ এগৰাকী লোকেল ষ্টাৰ কেম্পেইনাৰৰ ৰূপত উজলি উঠিছে বিপিএফৰ মুৰব্বী হাগ্ৰামা মহিলাৰী।

শেহতীয়াকৈ হাগ্ৰামা মহিলাৰী সংবাদ মাধ্যমৰ বাবেও আকৰ্ষণৰ কেন্দ্ৰ হৈ পৰিছে। ইয়াৰ কাৰণ হৈছে নেতাগৰাকীয়েও আগবঢ়োৱা কিছুমান অকপট মন্তব্য।

‘হিমন্ত মোৰ গুৰু নহয়, মইহে হিমন্তৰ গুৰু’ বুলি কৈ হাগ্ৰামাই নিৰ্বাচনী প্ৰচাৰৰ যুঁজখনক নতুন মাত্ৰা আনি দিয়ে।

হাগ্ৰামাই এইদৰেও কয় যে হিমন্তৰ মুখ্যমন্ত্ৰী হোৱাৰ বাবে ভাগ্যও নাই, যোগ্যতাও নাই। মুঠৰ ওপৰত হিমন্তক বাৰে বাৰে আক্ৰমণৰ লক্ষ্য কৰি লৈ হাগ্ৰামাই বিজেপি মিত্ৰজোঁটৰ প্ৰচাৰক বহুখিনি নিষ্প্ৰভ কৰি তুলিবলৈ সক্ষম হৈছে।

আনহাতে, চিলাপথাৰত কংগ্ৰেছ মহাজোটৰ প্ৰাৰ্থী ডঃ হেম হৰি প্ৰসন্ন পেগুৰ হৈ প্ৰচাৰ চলাই বিজেপিৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ পৰে হাগ্ৰামা মহিলাৰী।

হাগ্ৰামাই কয়,’’বিজেপিৰ মিছা কোৱাটো অভ্যাস। পাঁচ বছৰ গ’ল, বিজেপিৰ লগত থাকি তেওঁলোকে কি কৰে মই জানো, সেইকাৰমেই বিজেপি এৰি আহিছোঁ।‘’

হাগ্ৰামাই লগতে কয়,’’মই হিমন্তৰ বিৰোধী, হিমন্ত কংগ্ৰেছত আহিলে মই বিজেপিত যাম।‘’

বিপিএফৰ মুৰব্বীগৰাকীয়ে লগতে বিজেপিৰ চৰকাৰ এইবাৰ নহয়, চৰকাৰ কংগ্ৰেছৰ নেতৃত্বত মহাজোঁটৰহে হ’ব বুলিও দোহাৰি আহিছে।

Tags: Assam Election
এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কংগোৰ দুখন বিদ্যালয়ত ভয়ংকৰ অগ্নিকাণ্ড; ২৯ জন শিক্ষাৰ্থীৰ মৃত্যু, জ্বলি ভষ্মীভূত ৩০০টা গৃহ

কংগোৰ দুখন বিদ্যালয়ত ভয়ংকৰ অগ্নিকাণ্ড; ২৯ জন শিক্ষাৰ্থীৰ মৃত্যু, জ্বলি ভষ্মীভূত ৩০০টা গৃহ

September 11, 2026 2:44 pm
আজি ধৰ্মঘট, একেৰাহে ৩ দিন বন্ধ থাকিব বেংক সেৱা; গ্ৰাহকৰ বাবে দুৰ্ভোগৰ আশংকা

আজি ধৰ্মঘট, একেৰাহে ৩ দিন বন্ধ থাকিব বেংক সেৱা; গ্ৰাহকৰ বাবে দুৰ্ভোগৰ আশংকা

September 11, 2026 12:42 pm
ছ’চিয়েল মিডিয়াত শিশুক যৌন নিৰ্যাতনৰ পৰা ৰক্ষা কৰা কেনেকৈ সম্ভৱ? কেন্দ্ৰক জাননী উচ্চতম ন্যায়ালয়ৰ

ছ’চিয়েল মিডিয়াত শিশুক যৌন নিৰ্যাতনৰ পৰা ৰক্ষা কৰা কেনেকৈ সম্ভৱ? কেন্দ্ৰক জাননী উচ্চতম ন্যায়ালয়ৰ

September 11, 2026 11:32 am
দিল্লীত মণিপুৰী সংগীত শিল্পীক প্ৰহাৰ কৰি হত্যা; স্মৃতিচাৰণ সভাত ক্ষোভ উজাৰিলে ৰাহুল গান্ধীয়ে!

দিল্লীত মণিপুৰী সংগীত শিল্পীক প্ৰহাৰ কৰি হত্যা; স্মৃতিচাৰণ সভাত ক্ষোভ উজাৰিলে ৰাহুল গান্ধীয়ে!

September 11, 2026 10:31 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কংগোৰ দুখন বিদ্যালয়ত ভয়ংকৰ অগ্নিকাণ্ড; ২৯ জন শিক্ষাৰ্থীৰ মৃত্যু, জ্বলি ভষ্মীভূত ৩০০টা গৃহ

কংগোৰ দুখন বিদ্যালয়ত ভয়ংকৰ অগ্নিকাণ্ড; ২৯ জন শিক্ষাৰ্থীৰ মৃত্যু, জ্বলি ভষ্মীভূত ৩০০টা গৃহ

September 11, 2026 2:44 pm
আজি ধৰ্মঘট, একেৰাহে ৩ দিন বন্ধ থাকিব বেংক সেৱা; গ্ৰাহকৰ বাবে দুৰ্ভোগৰ আশংকা

আজি ধৰ্মঘট, একেৰাহে ৩ দিন বন্ধ থাকিব বেংক সেৱা; গ্ৰাহকৰ বাবে দুৰ্ভোগৰ আশংকা

September 11, 2026 12:42 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd