• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

হাৰ্দিক-নটাশাৰ বিচ্ছেদৰ চৰ্চা! ইনষ্টাগ্ৰামযোগে পাণ্ডিয়া পত্নীয়ে দিলে দেশ এৰাৰ ইংগিত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 17, 2024 10:10 am
209
VIEWS
Share on FacebookShare on Twitter

টি-২০ বিশ্বকাপৰ পূৰ্বৰে পৰা হাৰ্দিক পাণ্ডিয়া আৰু নটাশা ষ্টেনকভিকৰ মাজত বিচ্ছেদৰ খবৰে চৰ্চা লাভ কৰি আহিছে৷ ভাৰতে বিশ্বকাপ জয় কৰাৰ পাছতো পৰিস্থিতিৰ কোনো পৰিৱৰ্তন হোৱা নাছিল। আনকি, প্ৰতিদিনে দুয়োৰে মাজত ব্যৱধান বৃদ্ধি পাইছে। দীৰ্ঘদিন ধৰি দুয়োকে একেলগে দেখা পোৱা যোৱা নাই।

কিছুদিনৰ মাজতে হাৰ্দিকক এগৰাকী যুৱতীৰ লগত দেখা গৈছিল। নাম প্ৰাচী সোলংকি,পেছাত তেওঁ এগৰাকী মেকআপ আৰ্টিষ্ট। তেওঁ হাৰ্দিকৰ সৈতে এটা ভিডিঅ’ পোষ্ট কৰে। তাত তেওঁ লিখিছিল, “বিশ্বকাপৰ নায়কক লগ পোৱাৰ সময়ত।” দুয়োকে একেলগে দেখি বহুতে মন্তব্য কৰিলে যে হাৰ্দিক পাণ্ডিয়া নতুন সম্পৰ্কত আছে। ইফালে নাটাশাই ছ’চিয়েল মিডিয়াত বিভিন্ন ধৰণৰ ইংগিতধৰ্মী পোষ্ট দি নেটিজেনক বিচ্ছেদৰ কথা ভাবিবলৈ বাধ্য কৰাইছে৷

শেহতীয়াকৈ তেওঁ নিজৰ ছ’চিয়েল মিডিয়াত এখন ছবি দিছিল।ছবিখনত পেক কৰা ট্ৰলী বেগ এখন দেখা গৈছে৷ ছবিখনৰ সৈতে তেওঁ লিখিছে যে বছৰৰ সেই সময় আহি পৰিছে। বুজা গৈছে যে তেওঁ ক’ৰবালৈ গৈ আছে। নাটাশা এই ছবিখন দেখি বহুতে কল্পনা কৰিছে যে নাটাশা হয়তো ছাৰ্বিয়াত থকা পিতৃৰ ঘৰলৈ গুচি যাব। কিন্তু সঁচাকৈ তেওঁ দেশ এৰি পিতৃৰ ঘৰলৈ গৈ আছে নে নাই সেয়া সুস্পষ্ট নহয়৷

বিশ্বকাপ জয় কৰি ঘৰলৈ উভতি অহাৰ পাছতো নাটাশাক দেখা পোৱা নগ’ল।পুত্ৰ অগস্ত্যৰ লগত হাৰ্দিকে সময় কটালে। তেওঁ নিজৰ বিশ্বকাপৰ পদক পুত্ৰৰ ডিঙিত পিন্ধাইছিল। পুত্ৰক হাৰ্দিকে একমাত্ৰ প্ৰেম বুলি ক’লে। হাৰ্দিকৰ এই মন্তব্যয়ো ইণ্টাৰনেট ব্যৱহাৰকাৰীৰ চৰ্চাক নতুন মাত্ৰা দিছিল৷

Recent News

এতিয়া সহজ হ’ব ৰে’ল যাত্ৰা: ভাৰতীয় ৰে’লৱে মুকলি কৰিছে নতুন সুবিধা

এতিয়া সহজ হ’ব ৰে’ল যাত্ৰা: ভাৰতীয় ৰে’লৱে মুকলি কৰিছে নতুন সুবিধা

উদঘাটন হ’ল ভাইৰেল অৰ্চিতা ফুকনৰ ৰহস্য! প্ৰাক্তন প্ৰেমিকৰ কু-কাণ্ডৰ বলি অৰ্চিতা ফুকন

উদঘাটন হ’ল ভাইৰেল অৰ্চিতা ফুকনৰ ৰহস্য! প্ৰাক্তন প্ৰেমিকৰ কু-কাণ্ডৰ বলি অৰ্চিতা ফুকন

নয়ন অসমৰ অন্ত্যোষ্টিক্ৰিয়া চলি থকাৰ সময়তে আলফা(স্বা)ৰ শিবিৰত সেনাৰ মিছাইল আক্ৰমণ! নিহত কৰ্ণেল প্ৰদীপ অসম

নয়ন অসমৰ অন্ত্যোষ্টিক্ৰিয়া চলি থকাৰ সময়তে আলফা(স্বা)ৰ শিবিৰত সেনাৰ মিছাইল আক্ৰমণ! নিহত কৰ্ণেল প্ৰদীপ অসম

ভাৰতৰ বিৰুদ্ধে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ পৰিকল্পনা আছিল নেকি? ৬৩ দিনৰ যুদ্ধবিৰতিৰ পাছত পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে কি ক’লে?

ভাৰতৰ বিৰুদ্ধে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ পৰিকল্পনা আছিল নেকি? ৬৩ দিনৰ যুদ্ধবিৰতিৰ পাছত পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে কি ক’লে?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd