• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

হেকাৰৰ লক্ষ্য কৃষি বিভাগৰ ৱেবচাইট, ভুৱা হিতাধিকাৰীৰ নাম অন্তৰ্ভুক্তিৰে চৰকাৰী আঁচনিৰ ধন লুণ্ঠনৰ চেষ্টা

প্ৰণৱ কুমাৰ ডেকা, বঙাইগাঁও by প্ৰণৱ কুমাৰ ডেকা, বঙাইগাঁও
October 2, 2021 3:39 pm
206
VIEWS
Share on FacebookShare on Twitter

এইবাৰ হেকাৰে লক্ষ্য কৰি লৈছে বঙাইগাঁও জিলা কৃষি বিভাগৰ ৱেবচাইট৷ হেকাৰে কৃষি বিভাগৰ ৱেব চাইট হেক কৰি চৰকাৰী আঁচনিৰ সুবিধা লাভ কৰিবলগীয়া প্ৰকৃত হিতাধিকাৰীৰ সৈতে ভুৱা হিতাধিকাৰীৰ নাম অন্তৰ্ভুক্ত কৰি ধন লুণ্ঠনৰ বাবে অহৰহভাৱে চেষ্টা চলাই গৈছে ৷

কিন্তু জিলা কৃষি বিভাগৰ বিষয়া – কৰ্মচাৰীসকলৰ তৎপৰতাত সফল হ’ব পৰা নাই অসৎ চক্ৰটো ৷
জিলা কৃষি বিষয়া সঞ্জয় সেনগুপ্তাই জানিবলৈ দিয়া মতে জিলা কৃষি বিভাগৰ প্ৰধানমন্ত্ৰী কিষান সন্মান নিধিৰ পৰ্টেল চাৰ্ভাৰ প্ৰথম অৱস্থাত যোৱা ১৭ জুলাইৰ পৰা ২৮ জুলাইলৈ হেক কৰিছিল ৷

এই সময়ছোৱাত দুহাজাৰ ভুৱা পি এম কিষান সন্মান নিধিৰ হিতাধিকাৰী অন্তৰ্ভুক্ত হৈছিল ৷

প্ৰথমে বিষয়টো কাৰিকৰী বিসংগতিৰ হোৱা বুলি ভবা হৈছিল আৰু অন্তৰ্ভুক্ত হোৱা ভুৱা হিতাধিকাৰীৰ নামসমূহ আঁতৰাই পেলোৱা হৈছিল ৷ কিন্তু ইয়াৰ পিছতো অহৰহভাৱে নাম অন্তৰ্ভুক্তিৰ চেষ্টা চলাই আহিছে দুষ্ট চক্ৰই ৷

ইয়াৰ মাজতে পুনৰ দ্বিতীয়বাৰ ২৭ চেপ্টেম্বৰৰ পৰা চাৰিদিনৰ বাবে হেক কৰে পি এম কিষান পৰ্টেলটো ৷
এইবাৰ সাতশ ভুৱা হিতাধিকাৰী অন্তৰ্ভূক্ত হয় এই আঁচনিত ৷

বিষয়টো ধৰা পৰাত লগে লগে বিভাগীয় উৰ্ধতম কৰ্তৃপক্ষক অৱগত কৰা হয় আৰু আঁচনিত অন্তৰ্ভুক্ত হোৱা ভুৱা হিতাধিকাৰীসকলৰ নাম আঁতৰাই দিয়া হয় ৷

জিলা কৃষি বিষয়াগৰাকীয়ে জানিবলৈ দিয়া মতে ভুৱা হিতাধিকাৰীসকলৰ ঠিকনা বঙাইগাঁও জিলা দেখুওৱা হৈছে যদিও যোগাযোগ কৰিলে কোনোবা মৰিগাঁও তথা আন ঠাইৰ ওলায় ৷

এই ঘটনা সন্দৰ্ভত জিলা কৃষি বিষয়াই আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰিছে ৷ ইপিনে চৰকাৰী আঁচনিৰ ধন লুণ্ঠনৰ বাবে যে এতিয়া এক দুষ্ট চক্ৰ সক্ৰিয় হৈ পৰিছে সেয়া এই ঘটনাই উন্মোচিত কৰিছে ৷

Recent News

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd