• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

যোগ্যতা অৰ্জনত ব্যৰ্থ হোৱাৰ পাছতো এছিয়ান চেম্পিয়নশ্বিপৰ বাবে ভাৰতীয় দলত ‘হিমা’

এন ই নাও নিউজ by এন ই নাও নিউজ
March 21, 2019 7:34 am
Hima Das_facebook

হিনা দাসৰ ফাইল ফটো

679
VIEWS
Share on FacebookShare on Twitter

২১ৰ পৰা ২৪ এপ্ৰিললৈ ডোহাৰ খালিফা ষ্টেডিয়ামত অনুষ্ঠিত হ’ব লগীয়া ২৩ সংখ্যক এছিয়ান এথলেটিকছ চেম্পিয়নশ্বিপৰ বাবে বুধবাৰে ঘোষণা কৰা ভাৰতীয় দলত স্থান লাভ কৰিবলৈ সক্ষম হৈছে অসম সন্তান হিমা দাস।

পাটিয়ালাত অনুষ্ঠিত হৈ যোৱা ফেডাৰেশ্যন কাপ ছিনিয়ৰ এথলেটিকছ চেম্পিয়নশ্বিপত ৪০০ মিটাৰ দৌৰত হিমাই এছিয়ান চেম্পিয়নশ্বিপৰ বাবে যোগ্যতা অৰ্জনকাৰী মাপ স্পৰ্শ কৰিবলৈ সক্ষম নহ’ল। কিন্তু এথলীটগৰাকীৰ দুৰন্ত প্ৰতিভাৰ বাবেই দলত অন্তৰ্ভুক্ত কৰা হৈছে।

উল্লেখ্য যে যোৱা ১৮ মাৰ্চত পাঞ্জাৱৰ পাটিয়ালাত অনুষ্ঠিত হোৱা ফেডাৰেশ্যন কাপৰ ফাইনেলত হিমাই ৫২.৮৮  ছেকেণ্ডত ৪০০ মিটাৰ দৌৰি সোণৰ পদক অৰ্জন কৰিছিল। সেয়ে তেওঁক ভাৰতীয় দলত অন্তৰ্ভুক্ত কৰা বুলি এক শীৰ্ষ সূত্ৰই জনাইছে।

প্ৰতিযোগিতাখনৰ বাবে ২০ মাৰ্চত ৩৯জন সদস্যৰ ভাৰতীয় দল ঘোষণা কৰা হয়। হিমাৰ উপৰি এই সদস্যসকলৰ ভিতৰত আছে ৰাষ্ট্ৰীয় অভিলেখকাৰী মহম্মদ অনছ (৪০০ মিটাৰ), দুতী চান্দ (২০০ মিটাৰ), তাৰকা জেভলিন থ্ৰ’ৱাৰ নীৰজ চোপ্ৰা।

Recent News

মৰ্মান্তিক! কৰ্ণাটকত বান্দীপুৰ ব্ৰঘ্য সংৰক্ষিত বনাঞ্চলত ২০টা বান্দৰৰ মৃত্যু

মৰ্মান্তিক! কৰ্ণাটকত বান্দীপুৰ ব্ৰঘ্য সংৰক্ষিত বনাঞ্চলত ২০টা বান্দৰৰ মৃত্যু

উচ্ছেদিত কৃষক কন্যাই প্ৰত্যাখান কৰিলে বিধায়ক মানৱ ডেকাই দিয়া কঠীয়া! নিচুকনিতকৈ স্বাভিমানক আগস্থান গুণগুণৰ

উচ্ছেদিত কৃষক কন্যাই প্ৰত্যাখান কৰিলে বিধায়ক মানৱ ডেকাই দিয়া কঠীয়া! নিচুকনিতকৈ স্বাভিমানক আগস্থান গুণগুণৰ

ইউক্ৰেইনৰ ৰাজধানী কিয়েভত ৰাছিয়াৰ ড্ৰোন আক্ৰমণ

ইউক্ৰেইনৰ ৰাজধানী কিয়েভত ৰাছিয়াৰ ড্ৰোন আক্ৰমণ

ধৰ্মৰ বিষয়ত চৰকাৰে মন্তব্য নকৰে: দালাই লামাৰ উত্তৰাধিকাৰী সন্দৰ্ভত ভাৰতৰ স্থিতি

ধৰ্মৰ বিষয়ত চৰকাৰে মন্তব্য নকৰে: দালাই লামাৰ উত্তৰাধিকাৰী সন্দৰ্ভত ভাৰতৰ স্থিতি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd