DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 26, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

গৱেষণাৰ ক্ষেত্ৰখনত ভাৰত চৰকাৰৰ দ্বাৰা গুৱাহাটীৰ গিৰিজানন্দ চৌধুৰী প্ৰতিষ্ঠানৰ ঐতিহাসিক স্বীকৃতি লাভ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 4, 2022 9:25 pm
GIMT-Guwahati-750x375

জিআইএমটি গুৱাহাটী।

183
VIEWS
Share on FacebookShare on Twitter

ফাৰ্মাছী শিক্ষাৰ উচ্চ শিক্ষানুষ্ঠান গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ ফাৰ্মাছিউটিকেল চায়েন্স প্ৰতিষ্ঠানে শিক্ষাৰ লগতে গৱেষণাৰ ক্ষেত্ৰখনতো আগবঢ়াই অহা উল্লেখনীয় অৱদানসমূহৰ স্বীকৃতিৰ চিন স্বৰূপে শেহতীয়াভাৱে ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ তৰফৰ পৰা গৱেষণাৰ শিতানত এক অভিলেখ সংখ্যক অনুদান পাবলৈ সক্ষম হৈছে।

প্ৰতিষ্ঠানখনৰ প্ৰাধ্যাপক ড: ভানুপ্ৰতাপ সাহুৰ নেতৃত্বত একে প্ৰতিষ্ঠানতে কৰ্মৰত অধ্যাপক ড: জোনমণি কলিতা, ড: ডামিকী লালু, ঈশ্বৰ হাজৰিকা, ভৃগু কুমাৰ দাস, ড: অনুপম শৰ্মাকে ধৰি মুঠ ৬জনীয়া প্ৰকল্প প্ৰায়োগিক দল এটাৰ একান্ত সাধনা আৰু অধ্যাৱসায়ৰে নিৰ্মিত এটি প্ৰকল্পৰ ৰূপৰেখা যোৱা ১৭/০১/২০২২ তাৰিখে অনলাইন মাধ্যমেৰে হৈ যোৱা ৰাষ্ট্ৰীয় পৰ্যায়ৰ এখনি আলোচনা চক্ৰত প্ৰতিষ্ঠানখনিৰ অধ্যক্ষ প্ৰফেছাৰ গৌৰাংগ দাসে দলটিৰ হৈ সাৱলীলভাৱে উপস্থাপন কৰে।

লগতে পঢ়ক: আন্ত:মহাবিদ্যালয় ক্ৰিকেট প্ৰতিযোগিতাত চেম্পিয়ন জিআইএমটি-গুৱাহাটী

ফলস্বৰূপে কেন্দ্ৰীয় চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ অনুসন্ধান আৰু বিকাশ সংমণ্ডলৰ দ্বাৰা ঘোষণা হোৱা শেহতীয়া তথ্যমতে প্ৰতিষ্ঠানখনে অভিলেখ সংখ্যক ১.১০কোটি টকা চৰকাৰৰ তৰফৰ পৰা লাভ কৰিবলৈ সক্ষম হয়।

এই খবৰে স্বাভাবৱিকতে প্ৰতিষ্ঠানখনিৰ শিক্ষক সমাজ, সমূহ ছাত্ৰ-ছাত্ৰী তথা কৰ্মচাৰীবৃন্দ সকলোকে উৎফুল্লিত কৰি তুলিছে।

উল্লেখযোগ্য যে ফাৰ্মাছী শিক্ষাৰ গৱেষণাৰ ক্ষেত্ৰখনত উত্তৰ-পূব ভাৰতৰ ভিতৰতে গিৰিজানন্দ চৌধুৰী প্ৰতিষ্ঠানখনে ভাৰত চৰকাৰৰ অধীনস্থ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগ(DIST-FIST) তথা অনুসন্ধান আৰু বিকাশ সংমণ্ডলৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত একমাত্ৰ ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠান হিচাপে উজলি উঠিবলৈ সক্ষম হৈছে।

লগতে পঢ়ক: স্তম্ভিত বিশ্ব: হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু ক্ৰিকেটাৰ শ্বেন ৱাৰ্ণৰ

 প্ৰতিষ্ঠানখনৰ অধ্যক্ষ প্ৰফেছাৰ গৌৰাংগ দাসে উল্লেখ কৰা অনুসৰি স্থানীয়ভাৱে সহজলভ্য বন-ঔষধি উদ্ভিদ সমূহৰ পৰা নিষ্কাশিত পদাৰ্থসমূহৰ দৰবীয় গুণাগুণৰ পৰীক্ষামূলক গৱেষণা তথা কৰ্কট ৰোগৰ নিৰাময়ত ইয়াক  ব্যৱহাৰিক ৰূপ দিবলৈ সূদূৰপ্ৰয়াসী পৰীক্ষামূলক গৱেষণাৰ বাবে এই বৃহৎ পৰিমাণৰ ৰাশিক ব্যৱহাৰ কৰা হব। 

Recent News

World's Shortest Adolescent

নেপালৰ ডৰ বাহাদুৰলৈ বিশ্বৰ আটাইতকৈ চাপৰ কিশোৰৰ স্বীকৃতি গীনিজ ৱৰ্ল্ড ৰেকৰ্ডছৰ

‘ৰাজনীতি বাদ দি ঘৰত ৰন্ধাবঢ়া কৰক’-এনচিপি নেত্ৰীলৈ নাৰী বিদ্বেষী মন্তব্য বিজেপি নেতাৰ

‘ৰাজনীতি বাদ দি ঘৰত ৰন্ধাবঢ়া কৰক’-এনচিপি নেত্ৰীলৈ নাৰী বিদ্বেষী মন্তব্য বিজেপি নেতাৰ

Lovlina Borgohain Shiva Thapa

আন্তঃৰাষ্ট্ৰীয় বক্সিং এছ’চিয়েচন এথলীট কমিটিৰ অধ্যক্ষ হিচাপে মনোনীত লাভলীনা, সদস্য পদত শিৱ থাপা

Supreme Court on sex worker

উচ্চমত ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়: অবৈধ নহয় গণিকা বৃত্তি, আৰক্ষীয়ে যৌনকৰ্মীক কৰিব নোৱাৰিব হাৰাশাস্তি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd